• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত

COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত

2 years ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

7 minutes ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

49 minutes ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

1 hour ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

3 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

3 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

4 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

5 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

6 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

15 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

16 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত

editor by editor
January 6, 2025
in ক'ভিড-১৯, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত
0
SHARES
509
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

COVIDৰ সৈতে মিল থকা কি এই HMPV, কিয় ভয় কৰিব লগা কাৰণ এই ভাইৰাচ বিধত

চীনত বৰ্তমানে বহু লোক সংক্ৰমিত হোৱা নতুন ভাইৰাচৰ বাবে প্ৰদেশ খনৰ বহু ঠাইট এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। সেই ভাইৰাছ বিধক লৈ সমগ্ৰ বিশ্বই শংকা প্ৰকাশ কৰি আছিল যাতে অন্য দেশ বোৰলৈ এই নতুন ভাইৰছ বিয়পি নপৰে।

পাছে আজি ভাৰতত ধৰা পৰে এই ভাইৰাছৰ প্ৰথমটো কেছ। এটি ৮ মহীয়া শিশুৰ দেহত ধৰা পৰে হিউমেন মেটা নিউম’ ভাইৰাছ তথা HMPV .

এতিয়া মালয়েছিয়া আৰু হংকঙতো এই ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। বিশেষ কথাটো এই নতুন ভাইৰাছে Coronaতকৈ অধিক ধ্বংসলীলা কৰিব পাৰে নেকি? বিশেষ কথাটো হ’ল এতিয়ালৈকে সমগ্ৰ বিষয়টোত বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা প্ৰায় মৌনতা অৱলম্বন কৰা দেখা গৈছে।

পাছে কি এই ভাইৰাছ- হিউমেন মেটা নিউমো ভাইৰাছ (HMPV), হৈছে শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছ যিয়ে ফ্লুৰ দৰে লক্ষণৰ সৃষ্টি কৰে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ হয়। সাধাৰণতে শীতকাল আৰু বসন্তৰ আৰম্ভণিতে দেখা দিয়া ঋতুভিত্তিক ৰোগ, শ্বাস-প্ৰশ্বাসজনিত চিনচিটিয়াল ভাইৰাছ (RSV) আৰু ফ্লুৰ দৰেই। যদিও এই ভাইৰাছ ক’ভিড-১৯ৰ সৈতে মিল আছে, বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে ই ভাৰতৰ বাবে কোনো তাৎক্ষণিক ভাবুকিৰ সৃষ্টি নকৰে।

অৱশ্যে এই এইচ এম পি ভি নতুনকৈ আৱিষ্কাৰ হোৱা ভাইৰাছ নহয়। চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (চিডিচি)ৰ মতে ২০০১ চনত ইয়াক প্ৰথম আৱিষ্কাৰ কৰা হৈছিল।

এইচ এম পি ভিৰ লক্ষণসমূহ কি কি- সৰু ল’ৰা-ছোৱালী, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোক এইচ এম পি ভি ভাইৰাছৰ দ্বাৰা অধিক আক্ৰান্ত হয়। এইচ এম পি ভিৰ সৈতে জড়িত সাধাৰণ লক্ষণসমূহ হ’ল কাহ, জ্বৰ, নাক বন্ধ হোৱা, আৰু উশাহ লোৱাত অসুবিধা। শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ জৰিয়তে দুজন মানুহৰ মাজত এইচ এম পি ভি বিয়পিব পাৰে। মানুহৰ সংস্পৰ্শৰ দ্বাৰাও বিয়পিব পাৰে। এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মাস্ক পৰিধান কৰা, সঘনাই হাত ধোৱা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HMP VirusHMPV
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
Next Post
অতিকে শোকাৱহ, যাত্ৰী ভৰ্তি বাছ বাগৰি ৪ গৰাকী নিহত ৩২ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

অতিকে শোকাৱহ, যাত্ৰী ভৰ্তি বাছ বাগৰি ৪ গৰাকী নিহত ৩২ আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

কাইলৈ ৭ জানুৱাৰীত জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ ভাগ্য

কাইলৈ ৭ জানুৱাৰীত জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.