• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী

1 year ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

27 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

1 hour ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

2 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

3 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

4 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

5 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী

editor by editor
January 7, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী
0
SHARES
932
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী

স্বামী আৰু ৬ সন্তানেৰে সুখৰ সংসাৰ আছিল, কিন্তু পৰকীয়া প্ৰেমে কৰি দিলে সকলো শেষ। তাকো পৰকীয়া প্ৰেম এগৰাকী ভিক্ষাৰীৰ সৈতে। প্ৰেমত ইমানেই পগলা হৈ পৰিল মহিলা, শেষত স্বামী-সন্তান সকলোকে এৰি নতুন সংসাৰৰ আশাৰে ভিক্ষাৰীৰ সৈতে পলাল মহিলা।

উত্তৰ প্ৰদেশৰ হৰদয় জিলাৰ পৰা আহিলে এই প্ৰেমৰ আজৱ খবৰ। এগৰাকী ৩৬ বছৰীয়া মহিলাই স্বামী আৰু ছয়টা সন্তানক এৰি ভিক্ষাৰীক লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। পত্নীৰ পলায়নৰ পাছতে আৰক্ষীৰ কাষ চাপে স্বামী। ভাৰতীয় ন্যায়িক সংহিতাৰ ৮৭ নং ধাৰাত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে স্বামী ৰাজুৱে। আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি বৰ্তমান অভিযুক্তৰ সন্ধানত নামি পৰিছে।

এজাহাৰত ৪৫ বছৰীয়া ৰাজুৱে কয় যে পত্নী ৰাজেশ্বৰী আৰু তেওঁলোকৰ ছয়টা সন্তানৰ সৈতে হৰদয়ৰ হৰপালপুৰ অঞ্চলত বাস কৰিছিল। নন্হা পণ্ডিত নামৰ ভিক্ষাৰীজনে কেতিয়াবা চুবুৰীলৈ ভিক্ষা খুজিবলৈ আহিছিল। নন্হা পণ্ডিতে প্ৰায়ে ৰাজেশ্বৰীৰ লগত কথা পাতিছিল আৰু ফোনতো কথা বতৰা পাতিছিল দুয়ো। কিন্তু ইমানলৈ স্বামীৰ কোনো সন্দেহ হোৱা নাছিল।

৩ জানুৱাৰীৰ দুপৰীয়া প্ৰায় ২ বজাত ৰাজেশ্বৰীয়ে কন্যাক কাপোৰ আৰু শাক-পাচলি কিনিবলৈ বুলি বজাৰলৈ যোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই যায়। কিন্তু স্বামী ঘৰ পোৱাৰ পাছতো বহু দেৰিলৈ পত্নী বজাৰৰ পৰা উভতি নহাত কিছু সন্দেহ হবলৈ আৰম্ভ কৰে স্বামীৰ।

বিচাৰ খোচাৰ কৰিয়ো কতো কোনো সন্ধান লাভ নকৰে। পত্নীৰে ঘৰত থকা সকলো সাঁচতীয়া ধন লৈ উধাও হোৱাত সন্দেহ হয়, সেয়ে শেষত কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে এতিয়া ৰাজেশ্বৰীৰ লগতে নন্হা পণ্ডিতৰ সন্ধাানত নামি পৰিছে। কিন্তু বৰ্তমানলৈ কতো কোনো সম্ভেদ পোৱা নাই আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: LOVE STORYuttar pradeshUttar Pradesh Police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…

জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু...

সূৰ্যগ্ৰহণ আৰু শনিৰ ট্ৰেনজিত একেলগে, ভাল-বেয়াৰ বিশেষ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন