• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোটা অংকৰ ধন উপাৰ্জন কৰিলেও সঞ্চয় শূন্য! এই ৯ টা আৰ্থিক নিয়ম মানিলে নতুন বছৰত কোটিপতি হ’বই

মোটা অংকৰ ধন উপাৰ্জন কৰিলেও সঞ্চয় শূন্য! এই ৯ টা আৰ্থিক নিয়ম মানিলে নতুন বছৰত কোটিপতি হ’বই

1 year ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

59 seconds ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

31 minutes ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

2 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

3 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

4 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

5 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

5 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

5 hours ago
মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

মহিলা সাংসদৰ ঘৰৰ পৰা জব্দ প্ৰায় ৪ কোটি টকাৰ সোণৰ অ*ন্তৰ্বাস!

7 hours ago
সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

সম্পৰ্ক মজবুত কৰি ৰাখিব বিচাৰে যদি এই ৪টা ভুল কেতিয়াও নকৰিব

8 hours ago
হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

হঠাৎ চাকৰি হেৰুৱালেও নপৰিব বিপদত! জানক এইকেইটা Tips

8 hours ago
বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

বীৰৰ দৰে বিদায়, মেচত জয়ী হ’ল আৰ্জেণ্টিনা, হৃদয় জিনিলে কেপ ভাৰ্ডেই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোটা অংকৰ ধন উপাৰ্জন কৰিলেও সঞ্চয় শূন্য! এই ৯ টা আৰ্থিক নিয়ম মানিলে নতুন বছৰত কোটিপতি হ’বই

মোটা অংকৰ ধন উপাৰ্জন কৰিলেও সঞ্চয় শূন্য! এই ৯ টা আৰ্থিক নিয়ম মানিলে নতুন বছৰত কোটিপতি হ’বই

editor by editor
January 25, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মোটা অংকৰ ধন উপাৰ্জন কৰিলেও সঞ্চয় শূন্য! এই ৯ টা আৰ্থিক নিয়ম মানিলে নতুন বছৰত কোটিপতি হ’বই
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ আশেপাশে এনে বহু লোক আছে, যিসকলে ভাল টকা উপাৰ্জন কৰিলেও মাহৰ শেষত হাত একেবাৰেই খালি হৈ পৰে৷ তেওঁলোকৰ হাতত মাহৰ শেষত কোনো টকাই নাথাকে৷ মাহৰ শেষত ধাৰো ল’বলগীয়া পৰিস্থিতি আহি পৰে৷ কিন্তু কোনোৱে যদি নিজৰ ভৱিষ্যৎ উন্নত কৰিব খোজে তেন্তে মাহৰ শেষত কিছু ধন জমা ৰখাটো নিতান্তই প্ৰয়োজন৷ কিন্তু কেনেকৈ সঞ্চয় কৰিব তাৰবাবে এটা আৰ্থিক কৌশল মানি চলাটো খুবেই প্ৰয়োজন৷ নতুন বছৰতেই আমি সঞ্চয়ৰ পৰিকল্পনা কৰি আগবাঢ়িব পাৰো৷ এই ১০ টা বিশেষ আৰ্থিক নিয়ম মানি চলি কেইবছৰৰ ভিতৰতেই বেংক একাউণ্টত মোটা অংকৰ ধন সঞ্চয় কৰিব পাৰো৷ ইয়াৰ ফলত আপোনাৰ জীৱনত কাহানিও আৰ্থিক সংকট নাহে৷ কোনো সমস্যাতো নপৰে আপুনি৷

১) মাহিলী বাজেট

পূৰ্বে অৰ্থাৎ আগৰ দিনত আমাৰ প্ৰায়সমূহ লোকৰ ঘৰতেই মাহিলী বাজেট তৈয়াৰ হৈছিল৷ সেই অনুসৰি ঘৰ চলিছিল৷ কিন্তু এতিয়া দৰমহা অহাৰ লগে লগে আমাৰ চাহিদা পূৰাবলৈ আমি দ্ৰুত অনলাইন পেমেণ্ট কৰি ধন খৰচ কৰি পেলাও৷ কোনোৱে যদি ধন সঞ্চয় কৰিব খোজে তেন্তে প্ৰথমে এখন বাজেট তৈয়াৰ কৰক৷ অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক৷ প্ৰতিমাহে সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলক৷

২) জৰুৰী তহবিল প্ৰস্তুত

জীৱনত প্ৰত্যেকজন মানুহেই কোনোবা নহয় কোনোবা সময়ত জৰুৰী পৰিস্থিতিৰ মুখামুখি হয়৷ সেয়া স্বাস্থ্যৰ বাবেই হওক বা অন্য জৰুৰী পৰিস্থিতি৷ এই পৰিস্থিতিৰ বাবে আপুনি অলপমান হ’লেও ধন সঞ্চয় কৰক৷ এই সঞ্চয়ে কঠিন সময়ত আপোনাক সহায় কৰিব৷

৩) ক্ৰেডিট কাৰ্ড সাবধানে ব্যৱহাৰ কৰক

ক্ৰেডিট কাৰ্ডত বিভিন্ন অফাৰ পোৱা যায়৷ কিন্তু ডিছকাউণ্ট আৰু অফাৰৰ কাৰণেই অপ্ৰয়োজনীয়ভাৱে ধন খৰচ নকৰিব৷ বহু সময়ত ব্যয় ইমান বেছি হয় যে তেওঁলোকে গ্ৰেছ পিৰিয়ডৰ মাজতো ক্ৰেডিট কাৰ্ডত ব্যয় কৰা অৰ্থ পৰিশোধ কৰিব নোৱাৰে৷ তাৰপৰা ঋণৰ বোজা দিনে দিনে বাঢ়ি যায়৷ যদি কোনোৱে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে বুদ্ধিৰে সৈতে পৰিচালনা কৰক৷

৪)ঘৰত ধন সঞ্চয় নকৰি বিনিয়োগত কৰক

কোনোৱে যদি প্ৰতি মাহে ধন সঞ্চয় কৰে আৰু ঘৰৰ আলমাৰি বা লকাৰত এই ধন ৰাখে তেন্তে সেই টকা সময়ত আকৌ উলিয়াই দিয়ে ফলত ধন সঞ্চয় নহয়৷ কিন্তু যদি কোনোৱে এই ধন কৰোবাত বিনিয়োগ কৰে তেতিয়া সেই ধন মন গ’লেও নিৰ্দিষ্ট সময়ৰ আগত উঠাই ল’ব নোৱাৰে৷ ইয়াৰোপৰি জমা ধনৰ ওপৰত সুদো লাভ কৰে৷ সেয়ে প্ৰতিমাহে আপুনি কৰোবাত ধন বিনিয়োগো কৰিব পাৰে৷

৫)বিভিন্ন লক্ষ্য

জীৱনত বিভিন্ন লক্ষ্য পূৰণ কৰা খুবেই গুৰুত্বপূৰ্ণ৷ নিজৰ সমস্ত প্ৰয়োজন পূৰণ কৰাৰ বাবে সময়ে সময়ে অৰ্থৰ প্ৰয়োজন হ’ব পাৰে৷ সেয়ে নিজৰ অৰ্থ দীৰ্ঘম্যাদি আৰু স্বল্পম্যাদি বিনিয়োগত ভাগ কৰিব পাৰে৷ আৰু আপোনাৰ যদি মাজে মাজে অৰ্থৰ প্ৰয়োজন হৈয়েই থাকে তেন্তে স্বল্পম্যাদি বিনিয়োগ কৰক৷

৬)অৱসৰৰ বাবে পৰিকল্পনা নিশ্চিত কৰক

প্ৰত্যেকেই এদিন নহয় এদিন বাৰ্ধক্যৰ মুখত পৰিবই৷ সেই সময়ৰ চাহিদা পূৰাবলৈকো ধনৰ প্ৰয়োজন৷ সেই সময়ত শৰীৰে পৰিশ্ৰমো কৰিব নোৱাৰে৷ সেয়ে যৌৱনকালতেই সেই সময়ৰ বাবে কিছু ধন সঞ্চয় কৰি ৰখাটো খুবেই জৰুৰী৷ ইয়াৰ বাবে EPF, VPF আৰু NPS-ৰ দৰে স্কিমসমূহৰ সুবিধা আপুনি ল’ব পাৰে৷

৭)স্বাস্থ্য আৰু জীৱন বীমা

বহুতেই স্বাস্থ্য আৰু জীৱন বীমাক অপ্ৰয়োজনীয় খৰচ হিচাপে বিবেচনা কৰে৷ কিন্তু এইসমূহেই কঠিন সময়ৰ সংগী৷ স্বাস্থ্য বীমাই অসুস্থতাৰ সময়ত সঞ্চয় ৰখা কৰে আৰু জীৱন বীমাই নিজৰ পৰিয়ালক এটা নিৰাপত্তা স্তৰ প্ৰদান কৰে৷ সেয়ে ইয়াক প্ৰয়োজনীয় বুলি ভাৱি সঞ্চয় কৰাটো খুবেই জৰুৰী৷

৮)অযথা ব্যয় এৰাই চলক

অনলাইনত সামগ্ৰী ক্ৰয় কৰিলেও বহু ধন ব্যয় হয়৷ এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ নগদ অৰ্থ ব্যয় কৰাৰ অভ্যাস কৰক৷ কোনোৱে যদি অৰ্থ সঞ্চয় কৰিব খোজে তেন্তে পাৰ্টি, চিগাৰেট, মদ ইত্যাদি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব৷ নিজৰ আয় অনুসৰি অৰ্থ ব্যয় কৰক৷

৯)নিজৰ আয়ৰ পথ বঢ়াওক

কোনোৱে যদি অৰ্থ উপাৰ্জন কৰিব খোজে তেন্তে নতুন আয়ৰ পথ তৈয়াৰ কৰিব লাগিব৷ ইয়াৰবাবে নিজৰ দক্ষতা বঢ়াব লাগিব৷ এই পৰিস্থিতিত কেতিয়াও নতুন কিবা শিকাৰ পৰা পিছুৱাই নাহিব৷ নিজৰ দক্ষতা আপগ্ৰেড কৰি থাকিলে কৰ্মজীৱনলৈ নতুন সুযোগ আহিবই৷ ইয়াৰোপৰি ফ্ৰিলেন্সিং বা সৰু ব্যৱসায়ৰ মাধ্যমেৰেও আয়ৰ এটা অতিৰিক্ত উৎস তৈয়াৰ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক
জীৱনশৈলী

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

July 4, 2026
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

July 4, 2026
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ
বিশ্ব

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

July 4, 2026
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?
বিনোদন

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

July 4, 2026
Next Post
কৃষ্ণা দ্বাদশীত হৰ্ষণা যোগ, দেওবাৰে সূৰ্যদেৱৰ কৃপা ৫ৰাশিত

কৃষ্ণা দ্বাদশীত হৰ্ষণা যোগ, দেওবাৰে সূৰ্যদেৱৰ কৃপা ৫ৰাশিত

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

৫হাজাৰ টকা দিলেই পাব ৮লাখ টকা, ক’ত কেনেকৈ কৰিব বিনিয়োগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.