• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত

ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত

1 year ago
গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

4 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

54 minutes ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

1 hour ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত

editor by editor
January 27, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত বনাম ইংলেণ্ডৰ তৃতীয় মেচত সালসলনি, হাৰ্ডিক বাহিৰ, ২ অন্য খেলুৱৈ দলত

বৰ্তমান ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ৰ খেল চলি আছে। দুয়োটা দলৰ মাজত পাঁচখনীয়া মেচৰ টি-২০ ছিৰিজ অনুষ্ঠিত হৈছে, য’ত ভাৰতে ইতিমধ্যে দুখন মেচৰ অন্তত ২-০ত অগ্ৰগতি লাভ কৰিছে।

শৃংখলাৰ তৃতীয়খন খেল অনুষ্ঠিত হ’ব ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত। ইতিমধ্যে দুয়োটা দল উপস্থিত হৈছে ৰাজকোটত। ০-২ত পিছ পৰি থকা ইংলেণ্ডৰ বাবে কাইলৈ অনুষ্ঠিত হব লগা মেচত জয়ী হোৱাটো অতি জৰুৰী, আনহাতে ভাৰতে শৃংখলাটো জয় কৰিবলৈ পৰৱৰ্তী তিনিখন মেচৰ ভিতৰত মাত্ৰ এখন খেলতে জয়লাভ কৰিব লাগিব। এনে পৰিস্থিতিত দলটোৱে এই মেচখনৰ প্লেইং এলেভেনত কিছু পৰিৱৰ্তন কৰিব পাৰে।

ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু তাৰ পিছত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ বাবে দলৰ অংশ। গতিকে টি-২০ শৃংখলাৰ বাকী থকা মেচবোৰত দলটোৱে তেওঁক জিৰণি দিয়াৰ সম্ভাৱনা আছে।

ইয়াৰ উপৰিও ভাৰতীয় দলত আন অল ৰাউণ্ডাৰ শিৱম ডুবেক অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁ পাণ্ডিয়াৰ ঠাইত প্লেইং এঘাৰত স্থান লাভ কৰিব পাৰে।

দ্বিতীয়খন মেচত ভাৰতে চাৰিজন স্পিনাৰ খেলিছিল যদিও ৰাজকোটত অতিৰিক্ত স্পিনাৰৰ প্ৰয়োজন নহ’ব। এনে পৰিস্থিতিত দলটোৱে ৰবি বিষ্ণয়ৰ ঠাইত মহম্মদ শ্বামীক দলত অন্তৰ্ভুক্ত কৰিব পাৰে।

তৃতীয় টি-২০ মেচৰ বাবে ভাৰতৰ সম্ভাৱ্য একাদশ : সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক ভাৰ্মা, শিৱম ডুবে, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, মহম্মদ শ্বামী, অৰ্শদীপ সিং, বৰুণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ind vs engIndia Vs Englandindian teamT 20T 20 Series
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগ চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
‘এক দেশ এক সময়’- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

'এক দেশ এক সময়'- মোদী চৰকাৰে দেশবাসীৰ বাবে নিৰ্ধাৰণ কৰিলে এক সময়

২৮ জানুৱাৰীত ভাগ্য জিলিকিব ৫টা ৰাশিৰ, ধন-সম্পত্তি আৰু সন্মান বৃদ্ধি পাব

২৮ জানুৱাৰীত ভাগ্য জিলিকিব ৫টা ৰাশিৰ, ধন-সম্পত্তি আৰু সন্মান বৃদ্ধি পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.