• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

2 years ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

30 minutes ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

1 hour ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

2 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

2 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

3 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

3 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

4 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

5 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

6 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

6 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

8 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?

editor by editor
February 28, 2025
in জীৱনশৈলী
0
কৰ্কটৰ কেমোথেৰাপিৰ শেষত ইমিউনোথেৰাপি কৰাইছে হিনা খানে! কিন্তু ইমিউনোথেৰাপি কি? কৰ্কট ৰোগীয়ে কিয় কৰিব লাগে এই চিকিৎসা?
0
SHARES
852
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্তন কেঞ্চাৰৰ সৈতে যুদ্ধ কৰি আগুৱাইছে হিনা খান৷ যিধৰণে কৰ্কট ধৰা পৰাৰ পাছত তেওঁ ভাঙি নপৰি আগুৱাই গৈছে সেয়া দেখি বহুতেই সাহসো পাইছে৷ অৱশ্যে হিনা খানৰ কৰ্কটৰ সৈতে যুদ্ধ এতিয়াও শেষ হোৱা নাই৷ কৰ্কটক দূৰ ৰাখিবলৈ নতুন এক চিকিৎসাপদ্ধতিয়ে চিকিৎসা আৰম্ভ কৰিছে হিনা খানে৷

ষ্টেজ থ্ৰি ব্ৰেষ্ট কেঞ্চাৰ ধৰা পৰিছিল হিলাৰ৷ তাৰপাছতেই তেওঁৰ অস্ত্ৰোপচাৰ কৰোৱা হয়৷ কেমোথেৰাপিও চলিছিল৷ কেমো চলাৰ সময়ত নানান শাৰীৰিক সমস্যা আৰু যন্ত্ৰণাৰ বিষয়ে খোলাখুলিকৈ জনাইছে হিনাই৷ সম্প্ৰতি এক অনুষ্ঠানত হিনাই জনাইছে যে সেই কেমোথেৰাপি শেষ হৈছে তেওঁৰ৷ কৰ্কটৰ চিকিৎসা এতিয়াও শেষ হোৱা নাই৷ কেমোথেৰাপিৰ শেষত তেওঁ ইমিউনোথেৰাপি কৰাই আছে৷
কৰ্কটৰ চিকিৎসাৰ কেৱল অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপিয়েই যে শেষ কথা নহয় সেয়া বাৰে বাৰে কৈ আহিছে চিকিৎসকে৷ তেওঁ কয় যে দুই চিকিৎসাৰ দৰেই সমানে গুৰুত্বপূৰ্ণ বিষয় হৈছে ফলো আপ৷ অৰ্থাৎ নিয়মিত শাৰীৰিক অৱস্থাৰ ওপৰত নজৰ ৰখা৷ চিকিৎসকক দেখুওৱা৷ পৰীক্ষা কৰোৱা৷ ইয়াৰোপৰি কৰ্কটৰ আধুনিক চিকিৎসাত পোষ্ঠ কেঞ্চাৰ কেয়াৰ বা কেঞ্চাৰৰ পৰবৰ্তী যত্নৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত৷ ভৱিষ্যতে যাতে শৰীৰত কেঞ্চাৰ আকৌ হ’ব নোৱাৰে তাৰবাবে শৰীৰৰ সৈতে যুঁজৰ বাবে শৰীৰক তৈয়াৰ ৰখাও জৰুৰী৷ আৰু শৰীৰক সেই ক্ষমতা যোগাই ইমিউনোথেৰাপিয়ে৷

ইমিউনোথেৰাপি কি?

ইমিউনোথেৰাপি হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাক শক্তিশালী কৰাৰ প্ৰক্ৰিয়া৷ এই পদ্ধতিয়ে শৰীৰক ভৱিষ্যতে কৰ্কটৰ বীজাণুৰ সৈতে মোকাবিলা কৰাত সহায় কৰে৷ কৰ্কটৰ চিকিৎসকৰ মত, ‘কেমোথেৰাপিয়ে যেনেতৈ কৰ্কটৰ সম্ভাৱনাযুক্ত কোষৰ ওপৰিও সুস্থ কোষকো আক্ৰমণ কৰে, ইমিউনথেৰাপিয়ে কিন্তু তেনে নকৰে৷ ইমিউনোথেৰাপিয়ে ৰোগ প্ৰতিৰোধ শক্তিক ইমানেই বঢ়াই দিয়ে যে সি কৰ্কটৰ সম্ভাৱনাময় কোষসমূহক চিনি পায় সেইসমূহক আক্ৰমণ কৰিব পাৰে৷

কোনে কোনে ল’ব পাৰে ইমিউনোথেৰাপি?

যিসকলৰ কৰ্কট হৈছে তেওঁলোকৰ প্ৰত্যেকেই ইমিউনোথেৰাপি ল’ব পাৰিব তেনে নহয়৷ কি ধৰণৰ কৰ্কট আৰু শৰীৰত কিমান বিয়পিছে সেয়া চাইহে এই চিকিৎসা কৰা হয়৷ স্তনৰ কৰ্কট, ছাৰ্ভিকেল, কলোৰেক্টাল, হাওঁফাওঁ আৰু ছালৰ কৰ্কট কিমান কমিছে সেয়া চাইহে ইমিউনোথেৰাপি কৰোৱা হয়৷ সেই সিদ্ধান্ত চিকিৎসকেহে গ্ৰহণ কৰে৷

ইমিউনোথেৰাপিৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া কি কি?

কেমোথেৰাপিৰ যেনেকৈ পাৰ্শ্বপ্ৰতিক্ৰিয়া থাকে তেনেকৈ ইমিউনোথেৰাপিৰো পাৰ্শ্বপ্ৰতিক্ৰিয়া আছে৷ পাৰ্থক্য ইমানেই যে পাৰ্শ্বপ্ৰতিক্ৰিয়াসমূহ ৰোগ প্ৰতিৰোধক শক্তি সংক্ৰান্তিয়৷ ইয়াৰোপৰি ছাল শুকাই যোৱা, পেটৰ অসুখ, থাইৰয়েডৰ সমস্যা ইত্যাদি হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
Next Post
কাইলৈৰ পৰা আৰম্ভ হ’ব ৰোজা মাহ! এই মাহত কি কি নিয়ম মানি চলিব ইছলামধৰ্মী লোকে?

কাইলৈৰ পৰা আৰম্ভ হ’ব ৰোজা মাহ! এই মাহত কি কি নিয়ম মানি চলিব ইছলামধৰ্মী লোকে?

সীতাৰ পাতাল প্ৰৱেশৰ পাছত কি কৰিছিল শ্ৰীৰামে? কিয় জলসমাধি লৈছিল ৰামে?

সীতাৰ পাতাল প্ৰৱেশৰ পাছত কি কৰিছিল শ্ৰীৰামে? কিয় জলসমাধি লৈছিল ৰামে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.