• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা

বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা

1 year ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

33 minutes ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

1 hour ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

2 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

15 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

16 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

16 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

16 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

18 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

18 hours ago
সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

সহজ নহয় ভাদ মাহত জন্মগ্ৰহণ কৰা শিশুৰ জীৱন! জ্যোতিষশাস্ত্ৰৰ পৰা জানক সকলো

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা

editor by editor
March 3, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা
0
SHARES
443
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা

ৰাজ্যজুৰি ৩০ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই ৰোৱা ADREৰ ফলাফল ঘোষণাৰ দিন সদৰি। চলিত সপ্তাহতে প্ৰকাশ পাব পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাভ যোগে সদৰি কৰে এই বিষয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ঘোষণা কৰিলে ফলাফলৰ দিন। দেওবাৰে ফেচবুক লাইভযোগে অপেক্ষাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীয়ে লগতে ৰাজহুৱা কৰিলে আন কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন।

ADREৰ ফলাফল ৭মাৰ্চ শুকুৰবাৰে ঘোষণা কৰা কৰা হ’ব। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। একে নম্বৰ বহু পৰীক্ষাৰ্থীয়ে পালেও উত্তীৰ্ণ হ’ব।

অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল ৪ মাৰ্চত ঘোষণা কৰা হ’ব। অসম আৰক্ষীৰ ফলাফল ৬মাৰ্চত ঘোষণা কৰা হ’ব। কনিষ্টবল AB আৰু UBৰ ফলাফল ১২ মাৰ্চত ঘোষণা কৰা হ’ব। কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব। আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব।

এই বছৰৰ শেষৰফালে আকৌ ADRE পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকী

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ADRE ExamassamAssam-Govtguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়

দৈনিক ৰাশিফল- সপ্তাহৰ প্ৰথম দিন ব্ৰহ্মযোগত ৰেৱতী নক্ষত্ৰ, কোন ৰাশিৰ ভাগ্যই কি কয়

ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.