• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

2 years ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

33 minutes ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

1 hour ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

2 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

2 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

2 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

3 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

4 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

4 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

5 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী

editor by editor
March 6, 2025
in বিবিধ, ভাৰত
0
এটা সাহসী পদক্ষেপ, সলনি হৈ পৰিল জীৱন, মহাকুম্ভত ৪৫ দিনত নৌকা চলাই আয় ৩০ কোটি, জানক পিণ্টু মাহাৰাৰ সফলতাৰ কাহিনী
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাতেই কোৱা হয় পৰিশ্ৰমী আৰু সাহসীলোকক ভাগ্যই সদায়ে সংগ দিয়ে৷ এই প্ৰবাদৰ জলন্ত উদাহৰণ প্ৰয়াগৰাজৰ বাসিন্দা নৌকা চালক পিণ্টু মাহাৰা৷ ৪৫ বছৰীয়া এইগৰাকী ব্যক্তিয়ে মহাকুম্ভত নৌকা চলাই আয় কৰিছে ৩০ কোটি টকা৷ পিণ্টুৰ সাফল্যৰ কাহিনীক লৈ চৰ্চা কৰিছে বিধানসভাত৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰিছে পিণ্টুৰ কথা৷

পেছাত নৌকা চালক পিণ্টুয়ে ত্ৰিবেণী নদীৰ তীৰত অৱস্থিত প্ৰয়াগৰাজৰ নৈনিৰ আৰাইল এলেকাৰ বাসিন্দা৷ নৌকা চলোৱাটো তেওঁৰ পাৰিবাৰিক পেছা৷ এদিন মাত্ৰ কেইশ মান আয় কৰিয়েই সন্তুষ্ট থাকে এইসকল মাঝি৷ কিন্তু মহাকুম্ভ আৰম্ভ হোৱাৰ পাছতেই খুলিল পিণ্টুৰ ভাগ্য৷ স্থিৰ কৰি লয় যে নৌকা চলাব তেওঁ৷ তাৰবাবে তেওঁ কেইবাখনো নৌকা কেইবা লাখ টকাৰে কিনি পেলায়৷ ঘৰৰ লোকসকলে পোনতে মত দিয়া নাছিল যদিও পিণ্টু সাহসেৰে আগবাঢ়িল৷ আৰু তেওঁৰ সেই সিদ্ধান্তই এতিয়া কোটিপতি মাঝিৰূপে দেশত পৰিচিত কৰি তুলিছে পিণ্টুক৷

মহাকুম্ভই বহু মানুহৰেই জীৱন সলনি কৰিছে৷ বাঢ়িছে ৰোজগাৰ৷ বিধানসভাত এইসমূহ চৰ্চা চলাৰ সময়তেই ৪মাৰ্চত পিণ্টু মাহাৰাৰ সাফল্যৰ কথা তুলি ধৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ জনায় যে এজন নৌকাচালক আৰু তেওঁৰ পৰিয়ালে মাত্ৰ ৪৫ দিনত ৩০ কোটি আয় কৰিছে৷ নৌকাচালক পিণ্টু ১৩০ খন নৌকাৰ মালিক আছিল, প্ৰতিখন নৌকাৰ পৰা গড়ে ২৩ লাখকৈ তেওঁৰ লাভ হৈছে৷

যোগীৰ কথাত পিণ্টু মাহাৰাই মহাকুম্ভৰ পূৰ্বে ৭০খন নৌকা কিনিছিল৷ প্ৰতিখন নৌকাৰ দাম আছিল ৮০,০০০ টকা, যাৰ বাবে তেওঁৰ ওচৰত পৰ্যাপ্ত ধনো নাছিল৷ সেয়ে তেওঁ পত্নীৰ গহনা বিক্ৰি কৰিব লগাও হৈছিল৷ আনকি মাটিও বন্ধকত ৰাখিব লগা হৈছিল৷ পৰিয়ালৰ মহিলাসকলে গহনা বিক্ৰিৰ পদক্ষেপৰ বিৰোধিতা কৰিছিল কিন্তু তাত পিণ্টুৰ সিদ্ধান্ত সলনি নহ’ল৷

নিজৰ সিদ্ধান্তত অটল পিণ্টুৰ জীৱন এতিয়া সম্পূৰ্ণ সলনি৷ মহাকুম্ভত বিপুল পৰ্যটকৰ ভিৰত তেওঁৰ কোনো এখন নৌকাও পৰি থকা নাই৷ প্ৰতিদিনে প্ৰতিখন নৌকাৰ পৰা তেওঁ আয় কৰিছে ৫০ৰ পৰা ৫২হাজাৰ টকা৷ অৰ্থাৎ ৪৫ দিনত তেওঁ একোখন নৌকাৰ পৰা গড়ে ২৩ লাখ টকাকৈ উপাৰ্জন কৰিছে৷ মহাকুম্ভৰ পৰা নিজৰ জীৱনেই সুৰক্ষিত কৰিছে তেনে নহয়, পিণ্টুৱে তেওঁৰ উত্তৰপ্ৰজন্মৰ জীৱনো সুৰক্ষিত কৰি তুলিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ, ইয়াৰ সৈতে সূৰ্যৰ গোচৰো! সৌভাগ্যৰ দুৱাৰ খুলিব এই ৪ৰাশিৰ

দীৰ্ঘদিন ধৰি সহবাসৰ পাছত ইয়াক ধৰ্ষ… বুলি অভিযোগ আনিলে আদালতে নামানিবঃ উচ্চতম ন্যায়ালয়

দীৰ্ঘদিন ধৰি সহবাসৰ পাছত ইয়াক ধৰ্ষ… বুলি অভিযোগ আনিলে আদালতে নামানিবঃ উচ্চতম ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.