• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্ডিকে ভংগ কৰিলে বিৰাটৰ ৰেকৰ্ড, যি ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰিব বুলি ওলাইছিল

11 months ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

8 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

10 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 days ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰ্ডিকে ভংগ কৰিলে বিৰাটৰ ৰেকৰ্ড, যি ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰিব বুলি ওলাইছিল

editor by editor
March 12, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হাৰ্ডিকে ভংগ কৰিলে বিৰাটৰ ৰেকৰ্ড, যি ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰিব বুলি ওলাইছিল
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰ্ডিকে ভংগ কৰিলে বিৰাটৰ ৰেকৰ্ড, যি ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰিব বুলি ওলাইছিল

বিৰাট কোহলীৰ এক এনে ৰেকৰ্ড যি ৰেকৰ্ড কোনেও ভংগ কৰিব নোৱাৰিব বুলি ওলাইছিল। ভাৰতৰ ভিৰতৰ প্ৰথম এনে এক ৰেকৰ্ড, যি ৰেকৰ্ড গঢ়িছিল ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। সেই অবিশ্বাস্য ৰেকৰ্ড ভংগ কৰিলে ভাৰতীয় ক্ৰিকেটৰে আন এগৰাকী খেলুৱৈ হাৰ্ডিক পাণ্ডিয়াই।

ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই ইণ্ডিয়ান দলে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰাৰ পাছতে এই ৰেকৰ্ড গঢ়ে। অৱশ্য এই ৰেকৰ্ড খেলপথাৰত নহয়, সামাজিক মাধ্যমতহে। য’ত এতিয়া হাৰ্ডিকৰ এটা পোষ্টে নতুন অভিলেখ গঢ়ি তুলিছে।

চেম্পিয়নছ ট্ৰফী জয়ৰ পাছত ট্ৰফীৰ সৈতে নিজৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল হাৰ্ডিকে। হাৰ্ডিকৰ সেই পোষ্টটোত অনুৰাগীৰ পৰা অবিশ্বাস্য ভাৱে সঁহাৰি পোৱা গৈছে। সেই পোষ্টত মাথো ছয় মিনিটতে ই এক মিলিয়ন তথা ১০ লাখ লাইক পাইছে হাৰ্ডিকে।

ভাৰতত লাইকৰ ক্ষেত্ৰত ই এক নতুন অভিলেখ। বিশেষ কথাটো হ’ল এই বিষয়ত বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰি নিজৰ নামত সেই ৰেকৰ্ড লিপিবদ্ধ কৰে হাৰ্ডিকে।

বিৰাটে বিগত বৰ্ষত টি-২০ বিশ্বকাপত দলটোৱে জয়লাভ কৰাৰ পিছত ত্ৰিৰংগাৰ সৈতে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। বিৰাটৰ সেই পোষ্টটোৱে মাথো সাত মিনিটত ১ মিলিয়ন লাইক পাইছিল। সেই পোষ্ট শ্বেয়াৰ কৰাৰ সময়ত লিখা হৈছিল কোনেও ভংগ কৰিব নোৱাৰা এক অভিলেখ বুলি। পাছে সেই অভিলেখ এতিয়া ৭ মিনিটৰ ঠাইত ৬ মিনিটত গঢ়িলে হাৰ্ডিকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 1 Millions LikeHardick PandiyaRecordsocial mediasocial media postvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
ভাৰতত তীব্ৰগতিৰ ইণ্টাৰনেট দিবলৈ সাজু ষ্টাৰলিংক, পাছে কিমান থাকিব স্পীড

হোলীৰ দিনা ঘৰলৈ আনক এই কেইবিধ সামগ্ৰী, বিশেষ আশীৰ্বাদ পাব মা লক্ষ্মীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন