• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এখন-দুখন নহয়, চিকিৎসক চকুৰ পৰা উলিয়ালে ২৩ খনকৈ কনটেক্ট লেন্স

এখন-দুখন নহয়, চিকিৎসক চকুৰ পৰা উলিয়ালে ২৩ খনকৈ কনটেক্ট লেন্স

1 year ago
এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

35 minutes ago
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

1 hour ago
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

2 hours ago
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

2 hours ago
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

3 hours ago
বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

বাহনত নম্বৰ প্লেট ব্যৱহাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?

4 hours ago
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

5 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

7 hours ago
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

7 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

8 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

8 hours ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এখন-দুখন নহয়, চিকিৎসক চকুৰ পৰা উলিয়ালে ২৩ খনকৈ কনটেক্ট লেন্স

editor by editor
March 23, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
এখন-দুখন নহয়, চিকিৎসক চকুৰ পৰা উলিয়ালে ২৩ খনকৈ কনটেক্ট লেন্স
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন-দুখন নহয়, চিকিৎসক চকুৰ পৰা উলিয়ালে ২৩ খনকৈ কনটেক্ট লেন্স

চকুৰ সামান্য অসুবিধা লৈ চিকিৎসকৰ কাষ চাপিছিল এগৰাকী মহিলা। কিন্তু মহিলাগৰাকীৰ চকু পৰীক্ষা কৰি আচৰিত হৈ পৰে চিকিৎসক। কাৰণ মহিলাগৰাকীৰ চকুৰ পতাৰ ভিতৰত চিকিৎসকে উদ্ধাৰ কৰে কনটেক্ট লেন্সৰ সম্ভাৰ।

লগে লগে চিকিৎসক মহিলাগৰাকীৰ চকুৰ পৰা বাহিৰ কৰিবলৈ ধৰে লেন্স সমূহ। এখন-দুখন কৈ ওলাই ওলাই শেষত মুঠ ২৩ খনকৈ কনটেক্ট লেন্স বাহিৰ কৰে মহিলাগৰাকীৰ চকুৰ পতাৰ পৰা।

চিকিৎসকে এই কাৰ্যৰ ভিডিঅ’ কৰি ৰাখে। আৰু পাছত সেই ভিডিঅ’ সামাজিক মাধ্যমকত আপলোড কৰাত ভাইৰেল হৈ পৰে।

ভাইৰেল ভিডিঅ দেখি ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ো আচৰিত হৈ পৰে। কেনেদৰে এটা মাথো চকুৰ ভিতৰত সোমাই থাকিব পাৰে ২৩ কনকৈ কন্টেক্ট লেন্স।

মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত চিকিৎসকক জনোৱা অনুসৰি, নিতৌ কনটেক্ট লেন্স লগাই কিন্তু নিশা হলেই শুই পৰে, যাৰ ফলত কনটেক্ট লেন্স আঁতৰাবলৈ পাহৰি যায়। তেনেদৰেই মহিলাগৰাকীৰ চকুত ৰৈ যায় বহু কেইখন লেন্স।

অৱশ্যে এই ঘটনা এতিয়াৰ নহয়, ২০২২ চনৰ কেলিফৰ্নিয়াৰ, আগষ্ট-ছেপ্টেম্বৰৰ ঘটনা। কিন্তু পোহৰলৈ আহে ১৩ ছেপ্টেম্বৰৰ দিনা চিকিৎসক গৰাকীয়ে ইনষ্টাগ্ৰামত দিয়া ভিডিঅৰ জৰিয়তে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Contact LanceSocial Media Viral Videoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল
জীৱনশৈলী

এলেহুৱাক দূৰ কৰাৰ ৮টা জাপানীজ কৌশল

June 22, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?
বিনোদন

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

June 22, 2026
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!
বিনোদন

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

June 22, 2026
Next Post
অধিনায়ক হিচাপে খেলপথাৰত নামিয়ে অভিলেখ ৰিয়ানৰ, বিৰাট-স্মিথৰ সৈতে একে তালিকাত

অধিনায়ক হিচাপে খেলপথাৰত নামিয়ে অভিলেখ ৰিয়ানৰ, বিৰাট-স্মিথৰ সৈতে একে তালিকাত

ভাৰতীয় দলত পাবনে স্থান, মাত্ৰ ৪৫টা বলত শতক অৰ্জন ইশানৰ

ভাৰতীয় দলত পাবনে স্থান, মাত্ৰ ৪৫টা বলত শতক অৰ্জন ইশানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.