• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পোষ্ট অফিচত ৩৬ মাহৰ ম্যাদত ৮লাখ টাইম ডিপজিট কৰিছে? মেচিউৰিটিত পাব হেভি এমাউণ্ট

পোষ্ট অফিচত ৩৬ মাহৰ ম্যাদত ৮লাখ টাইম ডিপজিট কৰিছে? মেচিউৰিটিত পাব হেভি এমাউণ্ট

1 year ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

9 minutes ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

31 minutes ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

1 hour ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

3 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

11 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

11 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

12 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

13 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

14 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

14 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পোষ্ট অফিচত ৩৬ মাহৰ ম্যাদত ৮লাখ টাইম ডিপজিট কৰিছে? মেচিউৰিটিত পাব হেভি এমাউণ্ট

পোষ্ট অফিচত ৩৬ মাহৰ ম্যাদত ৮লাখ টাইম ডিপজিট কৰিছে? মেচিউৰিটিত পাব হেভি এমাউণ্ট

editor by editor
April 13, 2025
in জীৱনশৈলী, ভাৰত
0
পোষ্ট অফিচত ৩৬ মাহৰ ম্যাদত ৮লাখ টাইম ডিপজিট কৰিছে? মেচিউৰিটিত পাব হেভি এমাউণ্ট
0
SHARES
390
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নিৰাপদ আৰু লাভজনক বিনিয়োগৰ কথা ভাৱিছে৷ তেন্তে পোষ্ট অফিচৰ ফিক্সড ডিপোজিট বা টাইম ডিপোজিট স্কিম হ’ব পাৰে আপোনাৰ বাবে একেবাৰে উপযুক্ত বিকল্প৷ বৰ্তমান অৰ্থনৈতিক অনিশ্চয়তাৰ সময়তো যিসকলে দীৰ্ঘম্যাদি আৰু নিৰাপদ বিনিয়োগ কৰিব খুজিছে তেওঁলোকৰ বাবে পোষ্ট অফিচৰ এই স্কিম আদৰ্শ৷
বেংকৰ তুলনাত পোষ্ট অফিচত সুদৰ হাৰ কিছু হ’লেও বেছি আৰু সকলোতকৈ ডাঙৰ কথা যে চৰকাৰী সুৰক্ষাৰ আওঁতাত থকাৰ বাবে এই আঁচনি অতিকৈ নিৰাপদ৷ ফলত সাধাৰণ গ্ৰাহকৰ বাবে এয়া এটা অতি নিৰ্ভৰযোগ্য আৰু মুনাফাদায়ক বিকল্প৷ অৰ্থনৈতিক বিশেষজ্ঞই কৈছে যে, ‘যদি আপুনি নিৰাপদ ৰিটাৰ্ণ পাব খোজে তেন্তে পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমৰ দৰে স্কিমত বিনিয়োগ কৰিলে লাভৱান হ’বই৷
প্ৰথমে ৫০০টকা দি পোষ্ট অফিচৰ ছেভিংছ একাউণ্ট খুলিব লাগিব৷ তাৰপিছতেই বিনিয়োগ কৰিব লাগিব টাইম ডিপোজিট স্কিমত৷ টাইম ডিপোজিটত বিনিয়োগৰ নূন্যতম পৰিমাণ ১০০০ টকা৷ সৰ্বোচ্চ কোনো সীমা নাই৷ সুদৰ হাৰ ৬.৯শতাংশৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ৭.৫শতাংশ পৰ্যন্ত৷ বৰ্তমান ১ বছৰৰ টাইম ডিপোজিটত ৬.৯শতাংশ, ২ বছৰৰ ম্যাদত ৭.০শতাংশ, ৩ বছৰৰ ম্যাদত ৭.১শতাংশ আৰু ৫ বছৰৰ টাইম ডিপোজিটত ৭.৫শতাংশ হাৰত সুদ দিয়া হৈছে৷
সুদ ত্ৰৈমাহিক ভিত্তিত গণনা কৰা হলেও দিয়া হয় বাৰ্ষিকভাৱে৷ বেংকৰ ছেভিংছ একাউণ্টৰ তুলনাত এই স্কিমত দ্বিগুণ সুদ পোৱা যায়৷ টাইম ডিপোজিট স্কিমত সন্তানৰ নামতো একাউণ্ট খুলিব পাৰে অভিভাৱকে৷ বয়স ১০ বছৰৰ বেছি হ’লে তেওঁ নিজেই সেই একাউণ্ট পৰিচালনা কৰিব পাৰে৷ টাইম ডিপোজিটৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে যিমান মন যায় সিমান একাউণ্ট খুলিব পাৰি৷ ইয়াৰোপৰি জয়েণ্ট একাউণ্ট খোলাৰ সুবিধাও আছে৷ গ্ৰাহকে বিচাৰিলে চিংগল একাউণ্টলৈ ট্ৰেন্সফাৰো কৰিব পাৰে৷
কোনোৱে যদি টাইম ডিপোজিট স্কিমত ৩৬ মাহ অৰ্থাৎ ৩ বছৰৰ ম্যাদত ৮লাখ টকা বিনিয়োগ কৰে তেন্তে মেচিউৰিটিত কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক টিডি কেলকুলেটৰৰ পৰা সহজেই এই গণনা কৰিব পাৰিব৷ ৩ বছৰৰ ম্যাদত সুদৰ হাৰ ৭.১শতাংশ৷ তেন্তে এই ম্যাদত ৮লাখ টকা বিনিয়োগ কৰিলে সুদসহ তেওঁ ৯,৮৮,০৬০ টকা ৰিটাৰ্ণ পাব৷ আৰু যদি একেই পৰিমাণ অৰ্থাৎ ৮লাখ টকা ৫বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে তেওঁ ১১,৫৯,৯৫৮টকা ৰিটাৰ্ণ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক
জীৱনশৈলী

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

September 2, 2026
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

September 2, 2026
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!
জীৱনশৈলী

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

September 2, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

September 2, 2026
Next Post
শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

শনিৰ বক্ৰী দশাত তিনি ৰাশিৰ জীৱনত দূৰ হ’ব সমস্ত কষ্ট! সূৰ্যপুত্ৰৰ আশীৰ্বাদত গল্ডেন টাইম আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ

বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

বেংক লকাৰত নগদ টকা ৰাখিব পাৰিনে? লকাৰৰ পৰা মূল্যবান সামগ্ৰী নষ্ট হ’লে বা হেৰালে বেংকে কি ক্ষতিপূৰণ দিয়ে? জানি থওক সবিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.