• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰ্ছনেল, হোম লোন আছে? ৰেপো ৰেট কমাত প্ৰতি মাহত কিমান কমিব EMI? জানি থওক হিচাপ

পাৰ্ছনেল, হোম লোন আছে? ৰেপো ৰেট কমাত প্ৰতি মাহত কিমান কমিব EMI? জানি থওক হিচাপ

2 years ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

5 minutes ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

23 minutes ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

51 minutes ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

2 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

3 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

3 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

4 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

5 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

5 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

6 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

7 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাৰ্ছনেল, হোম লোন আছে? ৰেপো ৰেট কমাত প্ৰতি মাহত কিমান কমিব EMI? জানি থওক হিচাপ

পাৰ্ছনেল, হোম লোন আছে? ৰেপো ৰেট কমাত প্ৰতি মাহত কিমান কমিব EMI? জানি থওক হিচাপ

editor by editor
April 13, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
পাৰ্ছনেল, হোম লোন আছে? ৰেপো ৰেট কমাত প্ৰতি মাহত কিমান কমিব EMI? জানি থওক হিচাপ
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিগত বুধবাৰে এই বৰ্ষৰ দ্বিতীয়বাৰৰ বাবে ৰেট কমোৱাৰ কথা ঘোষণা কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই৷ পুনৰ ০.২৫ পয়েণ্ট ৰেপো ৰেট কমোৱাৰ লগে লগে এই বৰ্ষত মুঠ ০.৫০পয়েণ্ট ৰেপোৰেট হ্ৰাস হৈছে৷ ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলত সস্তা হৈছে ঘৰ, গাড়ী, পাৰ্ছনেল লোনৰ ই এম আই৷
ৰেপো ৰেট কমোৱাৰ অৰ্থ ৰিজাৰ্ভ বেংকে যি সুদৰ হাৰত বেংকসমূহক ঋণ দিছিল সেই সুদৰ হাৰ কমাই ৬.৫০ শতাংশৰ পৰা ৬শতাংশ কৰা হৈছে৷ ফলত বেংকসমূহে ওলোটাই গ্ৰাহকৰ সুদৰ হাৰ কমোৱাৰ সুবিধা দিছে৷ এক নজৰত জানি থওক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰেপো ৰেট কমোৱাৰ ফলত সুদৰ হাৰ কিমান কমিব পাৰে?

উদাহৰণ হিচাপে ধৰা হ’ল, কোনো ব্যক্তিয়ে এইছ ডি এফ চি বেংকৰ পৰা ৩০ বছৰৰ বাবে ৮.৭শতাংশ সুদৰ হাৰত ৫০লাখ টকা গৃহ ঋণ লৈছে৷ ইমানদিনে তেওঁৰ ই এম আই আছিল ৩৯,১৫৭ টকা৷ ৰেপো ৰেট ০.২৫ পয়েণ্ট কমাৰ ফলত সুদৰ হাৰ কমি ৮.৪৫শতাংশ হৈছে৷ এই ক্ষেত্ৰত ই এম আই কমি হ’ব ৩৮,২৬৯ টকা৷ ইয়াৰ ফলত ঋণগ্ৰহীতাই মাহত ৮৮৮ টকা বচাব পাৰিব৷

যদি সুদৰ হাৰ ৫০বেচিছ পয়েণ্ট কমাৰ হিচাপ কৰা হয় তেন্তে সুদৰ হাৰ হ’ব ৮.২০শতাংশ৷ এইক্ষেত্ৰত ইএম আই হ’ব ৩৭,৩৮৮ টকা৷ ফলত প্ৰতি মাহত ঋণগ্ৰহীতাই ১৭৬৯টকা বচাব পাৰিব৷ অৰ্থাৎ যদি সুদৰ হাৰ মাত্ৰ ০.৫ বেছিচ পয়েণ্ট কমে তেন্তে উপৰত দিয়া হিচাপ অনুসৰি বছৰত ২১ হাজাৰ টকাতকৈ বেছি ধন ৰেহাই কৰিব পাৰিব৷ যিসকলে ২০ অথৱা ৩০ বছৰৰ দীৰ্ঘম্যাদি ঋণ লৈছে তেওঁলোকে সেই হিচাপত বহু ধন সঞ্চয় কৰিব পাৰিব৷

ইয়াৰোপৰি কাৰোবাৰ যদি ৫ বছৰৰ বাবে ১২শতাংশ সুদৰ হাৰত ৫ লাখ টকাৰ পাৰ্চনেল লোণ আছে তেন্তে ০.২৫শতাংশ সুদৰ হাৰ কমিলে EMI ১১,২৮২ টকাৰ পৰা কমি হ’ব  ১১,১৪৯ টকা৷ অৰ্থাৎ প্ৰতি মাহত ১৩৩ টকা সঞ্চয় কৰিব পাৰিব৷ যিসকলে ইতিমধ্যেই লোন লৈ থৈছে তেওঁলোকৰ ঋণ যদি ফোলটিং ইণ্টাৰেষ্ট ৰেটত লোৱা থাকে সেইক্ষেত্ৰত তেওঁলোকেও ৰেপো ৰেট কমাৰ সুবিধা পাব৷ কিন্তু যদি ফিক্সড ইণ্টাৰেষ্ট ৰেটত ঋণ লোৱা থাকে তেন্তে ৰেপো ৰেট কমিলেও ই এম আই অপৰিবৰ্তিত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone
বিশ্ব

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

October 16, 2026
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক
জীৱনশৈলী

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

October 16, 2026
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?
জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

October 16, 2026
Next Post
কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে…! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে...! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.