• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে…! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে…! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

1 year ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

20 minutes ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

1 hour ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

14 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

15 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

16 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

16 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

17 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

19 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

20 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

21 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

22 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে…! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে...! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

editor by editor
April 13, 2025
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে…! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে
0
SHARES
570
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কভিড মহামাৰীৰ বিধ্বংসী প্ৰভাৱ আজিও আছে সমগ্ৰ বিশ্বত৷ সেই ক্ষতস্থান এতিয়াও সম্পূৰ্ণ মেৰামত হোৱা নাই৷ ২০২০ চনৰ পৰা ২০২৫, অৰ্থাৎ ৪ বছৰ সম্পূৰ্ণ হৈছে এই মহামাৰীৰ৷ কিন্তু আজি কভিড মহামাৰীৰ প্ৰভাৱ সম্পূৰ্ণ শেষ হোৱা নাই৷ ইয়াৰ মাজতেই আকৌ মহামাৰীক লৈ অশনি সংকেত দিছে বিশ্ব স্বাস্থ্য সংস্থা WHOই৷

WHOৰ প্ৰধান টেড্ৰচ এডানম গেব্ৰিয়েছাচে জনাইছে যে আৰু এটা মহামাৰী আহিবই, এয়া অনিবাৰ্য৷ যিকোনো সময়ত আহিব পাৰে এই মহামাৰী৷ WHOৰ প্ৰধান টে়ড্ৰছ এডানম গেব্ৰিয়েচাছে জনাইছে যে পৰবৰ্তী মহামাৰী দুই এদিনতো আহিব পাৰে ২০ বছৰৰ পাছতো আহিব পাৰে৷ কিন্তু আহিব যে সেয়া নিশ্চিত৷ পৰবৰ্তী মহামাৰী পৰিস্থিতি শান্ত হোৱাৰ অপেক্ষা কৰিবলৈ মানুহৰ সংখ্যাও আকৌ কমি যাব৷ WHO প্ৰধানৰ এই মন্তব্যৰ পাছতেই বিশ্বজুৰি সৃষ্টি হৈছে আলোড়নৰ৷

বৈঠকত WHO প্ৰধানে কয়, ‘পৰবৰ্তী মহামাৰীৰ এক তাত্ত্বিক সম্ভাৱনা নহয় বৈজ্ঞানিক দৃষ্টিভংগীৰে এই তথ্য দিয়া হৈছে৷ দেশসমূহে অবিলম্বে এই আসন্ন চেলেঞ্জ মোকাবিলাৰ বাবে প্ৰস্তুত হৈ থাকক৷’ WHO প্ৰধানে লগতে কয়, ‘আপোনালোকে দেখিছে কভিড-১৯ মহামাৰীয়ে কি কৰিছে৷ অফিচিয়েল তথ্য অনুসৰি ৭ মিলিয়ন মানুহৰ মৃত্যু হৈছে৷ কিন্তু আমি অনুমান কৰো এই হিচাপ প্ৰকৃততে ২০ মিলিয়নতকৈ কম নহয়৷ মানৱিক ক্ষতিৰ ওপৰিও বিশ্ব অৰ্থনীতিৰ ক্ষতি হৈছে ১০ ট্ৰিলিয়ন ডলাৰ৷’ তেওঁৰ মত যে পৰবৰ্তী মহামাৰী অহাৰ পূৰ্বে এক মহামাৰী চুক্তিৰ প্ৰয়োজন৷ এই ধৰণৰ চুক্তিয়ে বিশ্বব্যাপী চৰকাৰসমূহক মহামাৰীৰ বাবে প্ৰস্তুতি আৰু মোকাবিলাৰ বাবে এজনে আনজনক সহায় সহযোগিতা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কৰিব৷ এই চুক্তিৰ মাধ্যমেৰে জাতীয় সাৰ্বভৌমত্বক সন্মান কৰি, অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে সকলো জাতিৰ বাবে সুযোগ সুবিধা নিশ্চিত কৰা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ
ক্ৰীড়া

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
Next Post
ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

ভৰিৰ বুঢ়া আঙুলিতকৈ দ্বিতীয় আঙুলিটো বেছি দীঘল? সৎ নে অসৎ? এনে লোক ব্যক্তি হিচাপে কেনেকুৱা? ভৰি চায়েই বুজি লওক চৰিত্ৰ

২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

২৯ এপ্ৰিলত গজকেশৰী ৰাজযোগ! জীৱন সলনি হ’ব ৩ ৰাশিৰ, প্ৰতিটো ক্ষেত্ৰতেই আহিব সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.