• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি ক্ৰয় কৰিব এইবাৰ অক্ষয় তৃতীয়াত, ৰাশি অনুযায়ী জানক শুভ-অশুভ কাৰক

1 year ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

36 minutes ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

1 hour ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

2 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

3 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

4 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

5 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

6 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কি ক্ৰয় কৰিব এইবাৰ অক্ষয় তৃতীয়াত, ৰাশি অনুযায়ী জানক শুভ-অশুভ কাৰক

editor by editor
April 21, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
কি ক্ৰয় কৰিব এইবাৰ অক্ষয় তৃতীয়াত, ৰাশি অনুযায়ী জানক শুভ-অশুভ কাৰক
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি ক্ৰয় কৰিব এইবাৰ অক্ষয় তৃতীয়াত, ৰাশি অনুযায়ী জানক শুভ-অশুভ কাৰক

ধনতেৰাছৰ দৰে অক্ষয় তৃতীয়াও বজাৰ কৰাৰ বাবে অতি শুভ দিন বুলি বিশ্বাস কৰা হয়। হিন্দুসকলৰ বাবে এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। যিকোনো শুভ কামৰ বাবে অক্ষয় তৃতীয়া শুভ। এই দিনটোত যি কাম কৰা হয়, চিৰন্তন শুভ ফল পোৱা বুলি মনা হয়। অক্ষয় তৃতীয়াৰ কোনো শুভ কাম কৰিবলৈ নিৰ্দিষ্ট শুভ সময় নাই, কাৰণ এই গোটেই দিনটো অতি শুভ।

চলিত বৰ্ষৰ ৩০ এপ্ৰিলত অক্ষয় তৃতীয়া উদযাপন কৰা হ’ব। এই দিনটোত বহুতে সোণ বা ৰূপৰ গহনা ক্ৰয় কৰে। অৱশ্যে এই বিশেষ দিনটোত সোণ-ৰূপৰ বাহিৰেও আন বহু বস্তু ক্ৰয় কৰিব পৰা যায়।

মেষ ৰাশি
মেষ ৰাশিৰ লোকে অক্ষয় ত্ৰিতীয়াৰ দিনা সোণ কিনিব পাৰিব। লগতে তামৰ বাচন বা অন্য ৰন্ধন বাচনো কিনিব পাৰে।

বৃষ ৰাশি
৩০ এপ্ৰিলৰ অক্ষয় তৃতীয়াত বৃষ ৰাশিৰ লোকে চাউল, বাজৰা, তৰকাৰী, বা ৰূপ কিনিব পাৰে।

মিথুন ৰাশি
দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ মিথুন ৰাশি জাতক জাতিকা সকলৰ এই দিনটোত ধনীয়া, সেউজীয়া ৰঙৰ কাপোৰ আৰু যিকোনো ইলেক্ট্ৰনিক গেজেট ক্ৰয় কৰিব পাৰে।

কৰ্কট
কৰ্কট ৰাশিৰ লোকে যদি অক্ষয় তৃতীয়াত গোমতী চক্ৰ, ৰূপ, বা তীখাৰ সামগ্ৰী ক্ৰয় কৰে তেন্তে তেওঁলোকে শুভ ফল লাভ কৰিব।

সিংহ ৰাশি
সিংহ ৰাশিৰ অধীনত জন্ম হ’লে অক্ষয় তৃতীয়া তামৰ পাত্ৰ কিনক। এই দিনটোত শ্ৰীযন্ত্ৰ ক্ৰয় কৰাটোও শুভ।

কন্যা ৰাশি
অক্ষয় তৃতীয়াৰ দিনা কন্যা সন্তানে ঘৰলৈ তুলসী গছ আনিব লাগে। ফলত দেৱী লক্ষ্মী ঘৰত বাস কৰিব।

তুলা ৰাশি
অক্ষয় তৃতীয়াত চিৰন্তন লাভ কৰিবলৈ তুলা ৰাশিৰ লোকে দক্ষিণমুখী শংখৰ খোলা, সোণৰ গহনা, বা গেজেট কিনিব পাৰে।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক জাতিকা সকলৰ এই দিনটোত সোণ, গুড় বা যৱ ক্ৰয় কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক লাভ হব।

ধনু ৰাশি
ধনু ৰাশি হলে অক্ষয় তৃতিয়ত তাম বা পিতলৰ বাচন কিনিব। ঘৰলৈ লাড্ডু গোপালৰ প্ৰতিমূৰ্তিও লৈ আহিব পাৰে।

মকৰ ৰাশি
মকৰ ৰাশি জাতক জাতিকা সকলৰ এই দিনটোত ৰূপৰ গহনা কিনিব লাগে।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকক অক্ষয় তৃতীয়াৰ দিনা ক’লা তিল ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

মীন ৰাশি
অক্ষয় তৃতীয়াত মীন ৰাশিৰ লোকে যৱ, হালধী বা সোণৰ গহনা কিনিব লাগে। ফলত দেৱী লক্ষ্মী সন্তুষ্ট হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Akshay TritiyaAkshay Tritiya 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

May 25, 2026
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?
জীৱনশৈলী

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

May 25, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

May 25, 2026
Next Post
৭ দিনৰ পাছত নিজৰ নক্ষত্ৰত শনি, সোণৰ দৰে উজ্বলিব ৪ৰাশিৰ ভাগ্য, বাঢ়িব যশ-খ্যাতি, উপচি পৰিব ধন

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন