• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

12 months ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

6 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

34 minutes ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

1 hour ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

2 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

3 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

4 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

5 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

7 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

editor by editor
April 24, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে
0
SHARES
432
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা বিচাৰে চানমাৰি বিহু কমিটিয়ে

বহু বিতৰ্কৰ অন্তত , শিল্পী সমাজৰ শীতল প্ৰতিবাদৰ অন্তত অসমৰ খ্যাতনামা শিল্পী দিগন্ত ভাৰতীৰ ওচৰত অৱশেষত ক্ষমা বিচাৰিলে চানামিৰ বিহু কমিটিয়ে। আজি ২৪ এপ্ৰিল তাৰিখে এক সংবাদ মাধ্যম যোগে ক্ষমা বিচাৰে বিহু কমিটি খনে।

যি খন বিহু কমিটিয়ে পূৰ্বে দিগন্ত ভাৰতীৰ ওচৰত কোনো ভুল কৰা নাই, ইয়াক ক্ষমা খোজাৰ কোনো প্ৰশ্নই আহি নপৰে আদি মন্তব্য কৰিছিল, সেই বিহু কমিটিয়ে অৱশেষত ক্ষমা বিচাৰিলে শিল্পী গৰাকীৰ ওচৰত।

উল্লেখ্য যে, বহাগ বিহু বুলি চানমানি বিহু কমিটিয়ে আয়োজন কৰা বিহুৰ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে সংগীত পৰিবেশন কৰিব আহিছিল দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে। সেই অনুষ্ঠানতে পত্নীৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছিল দিগন্ত ভাৰতীয়ো।

দিগন্ত ভাৰতীৰ দৰে এগৰাকী শিল্পীক কাষতে পাই চানামৰি বিহু কমিটিৰ কেইজনমান লোকে জোৰ কৰিবলৈ ধৰে মঞ্চত গৈ দুই শাৰী গীত গাবলৈ। প্ৰথমে দিগন্ত ভাৰতীয়ে বহাৰ পৰাই পত্নীৰ গীতৰ লগতেই কিছু গুণগুণাই। কিন্তু সিমানত শান্ত নহৈ কমিটিৰ লোকে জোৰ কৰি মঞ্চলৈ নিয়ে ভাৰতীক।

পাছে তাতেই লাগিল অথন্তৰ। মঞ্চত উঠিবলৈ বুলি লওতেই কমিটিৰে অন্য এজনে আহি বাধা দিয়ে ভাৰতীক। সঠিক সাজপাৰ নথকা বুলি কৈ মঞ্চৰ চিৰিৰ পৰাই উভতিবলৈ বাধ্য কৰায় দিগন্ত ভাৰতীক।

এই কথাতেই অপমানিত হয় শিল্পীগৰাকী। কাৰণ কমিটিৰ দুজনে জোৰ কৰি মঞ্চলৈ মাতি নিয়াৰ পাছত আন এজে মঞ্চৰ পৰাই উভতাই পঠিয়াই। যি কথাত দিগন্ত ভাৰতীৰ সৈতে থিয় দিয়ে জুবিনৰ লগতে অসমৰ শিল্পী সমাজ। চানমাৰি বিহু কমিটিক ক্ষমা খোজাৰ বাবে দাবী জনায় শিল্পী সমাজে।

কিন্তু আৰম্ভণিতে চানমাৰি বিহু কমিটিৰ লোকে মান্তি নহয় ক্ষমা খোজাৰ বাবে। পাছে অৱশেষত শিল্পী সমাজৰ ওচৰত সেও মানি দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খোজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assambihuChandmari Bihu Committee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

১০ টকা দিন হাজিৰা কৰি কঠোৰ পৰিশ্ৰমেৰে অৱশেষত UPSCত সফলতা

পহলগামৰ ঘটনাৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, লগতে হুংকাৰ

পহলগামৰ ঘটনাৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, লগতে হুংকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.