• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো এটা উইকেট ল’লেই মহাৰেকৰ্ড হ’ব বুমৰাহৰ, ভংগ হ’ব মালিংগাৰ ৰেকৰ্ড

মাথো এটা উইকেট ল’লেই মহাৰেকৰ্ড হ’ব বুমৰাহৰ, ভংগ হ’ব মালিংগাৰ ৰেকৰ্ড

12 months ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

6 minutes ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

52 minutes ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

1 hour ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

2 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

3 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

6 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

7 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

8 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

9 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

10 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

10 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মাথো এটা উইকেট ল’লেই মহাৰেকৰ্ড হ’ব বুমৰাহৰ, ভংগ হ’ব মালিংগাৰ ৰেকৰ্ড

editor by editor
April 24, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মাথো এটা উইকেট ল’লেই মহাৰেকৰ্ড হ’ব বুমৰাহৰ, ভংগ হ’ব মালিংগাৰ ৰেকৰ্ড
0
SHARES
494
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো এটা উইকেট ল’লেই মহাৰেকৰ্ড হ’ব বুমৰাহৰ, ভংগ হ’ব মালিংগাৰ ৰেকৰ্ড

আন এক ৰেকৰ্ডৰ গৰাকী হ’বলৈ গৈ আছে জশপ্ৰীত বুমৰাহ। আৰু মাথো এটা উইকেট ল’লেই এক মহান ৰেকৰ্ডৰ গৰাকী হব পাৰিব বুম বুম বুমৰাহ। কেৱল ৰেকৰ্ড গঢ়াই নহয়, ভংগ কৰিব পাৰিব লাচিথ মালিংগাৰ দৰে দ্বিগ্বজ খেলুৱৈৰ ৰেকৰ্ড।

এই মহাৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে আই পি এলৰ পথাৰত। মুম্বাই দলৰ হৈ এই ৰেকৰ্ড কৰিব বুমৰাহে। বৰ্তমানে বুমৰাহ কেৰিয়াৰৰ সেই পৰ্যায়ত উপনীত হৈছে য’ত তেওঁ প্ৰতিখন মেচ আৰু প্ৰতিটো উইকেটতে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

হায়দৰাবাদৰ বিৰুদ্ধে টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক দ্ৰুততম ৩০০ উইকেট দখল কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় বুমৰাহ। এতিয়া লক্ষ্ণৌৰ বিৰুদ্ধে খেলখনত নিজৰ কেৰিয়াৰত আন এক ঐতিহাসিক মুহূৰ্ত সংযোজন কৰাৰ সোণালী সুযোগ পাব বুমৰাহে।

দৰাচলতে বৰ্তমান আই পি এলৰ ইতিহাসত মুম্বাইৰ হৈ সৰ্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাৰ শীৰ্ষত আছে যৌথভাৱে লাচিথ মালিংগা আৰু বুমৰাহ। এম আইৰ জাৰ্চিত মুঠ ১৭০টা উইকেট দখল কৰিছে মালিংগা আৰু বুমৰাহে।

এতিয়া যদি বুমৰাহে ২৭ এপ্ৰিল তাৰিখে অনুষ্ঠিত হব লগা লক্ষ্ণৌৰ বিৰুদ্ধে খেলখনত এটা উইকেট ল’বলৈ সক্ষম হয় তেন্তে বুমৰাহ মুম্বাইৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হ’ব।

মুম্বাইৰ হৈ সৰ্বাধিক উইকেট লোৱা তালিকাত বুমৰাহ-মালিংগাৰ পাছত ১২৭ টা উইকেটেৰে আছে হৰভজন সিং।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BoomrahcricketJashprit BoomrahWicket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

April 17, 2026
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?
জীৱনশৈলী

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

April 17, 2026
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি
বিনোদন

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

April 17, 2026
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
Next Post
‘মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন’- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

'মোদী চৰকাৰলৈ সম্পূৰ্ণ সমৰ্থন'- পেহেলগাম ঘটনাৰ বাবে এক শক্তিত পৰিণত মোদী-গান্ধী-ওৱেছী

পেহেলগাম ঘটনাৰ অভিযুক্ত আদিল গুৰী আৰু আচিফ শেখৰ ঘৰ উৰুৱালে ভাৰতীয় সৈন্যই

পেহেলগাম ঘটনাৰ অভিযুক্ত আদিল গুৰী আৰু আচিফ শেখৰ ঘৰ উৰুৱালে ভাৰতীয় সৈন্যই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.