• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাহন কিনিবলৈ ১০ বছৰ ধৰি জমা কৰিছিল ধন, ক্ৰয়ৰ মাত্ৰ দুই-তিনিঘণ্টাৰ ভিতৰতেই জ্বলি ছাই হ’ল আঢ়ৈ কোটিৰ বাহন, কিন্তু কেনেকৈ?

বাহন কিনিবলৈ ১০ বছৰ ধৰি জমা কৰিছিল ধন, ক্ৰয়ৰ মাত্ৰ দুই-তিনিঘণ্টাৰ ভিতৰতেই জ্বলি ছাই হ’ল আঢ়ৈ কোটিৰ বাহন, কিন্তু কেনেকৈ?

1 year ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

5 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

5 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

6 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

7 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

8 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

9 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

9 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

10 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

10 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

12 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাহন কিনিবলৈ ১০ বছৰ ধৰি জমা কৰিছিল ধন, ক্ৰয়ৰ মাত্ৰ দুই-তিনিঘণ্টাৰ ভিতৰতেই জ্বলি ছাই হ’ল আঢ়ৈ কোটিৰ বাহন, কিন্তু কেনেকৈ?

বাহন কিনিবলৈ ১০ বছৰ ধৰি জমা কৰিছিল ধন, বাহন ক্ৰয়ৰ মাত্ৰ দুই-তিনিঘণ্টাৰ ভিতৰতেই জ্বলি ছাই হ’ল আঢ়ৈ কোটিৰ বাহন, কিন্তু কেনেকৈ?

editor by editor
May 3, 2025
in জীৱনশৈলী, বিশ্ব
0
বাহন কিনিবলৈ ১০ বছৰ ধৰি জমা কৰিছিল ধন, ক্ৰয়ৰ মাত্ৰ দুই-তিনিঘণ্টাৰ ভিতৰতেই জ্বলি ছাই হ’ল আঢ়ৈ কোটিৰ বাহন, কিন্তু কেনেকৈ?
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপোনৰ বাহন কিনাৰ বাবে ১০ বছৰ অপেক্ষা কৰিছিল যুৱকে৷ আঢ়ৈ কোটি টকাৰে সপোনৰ বাহনখনো কিনিছিল৷ কিন্তু বাহন ক্ৰয় কৰাৰ কেইটামান ঘণ্টাৰ পাছতেই সকলো শেষ৷ বাহনখন ক্ৰয় কৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই জ্বলি গল বাহনখন৷ এই দুখজনক ঘটনাটো ঘটিছে জাপানৰ টকিঅ’ত৷

সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি জাপানৰ সেই যুৱকৰ নাম হোনকন৷ পেছাত সংগীত প্ৰযোজক ৩৩ বছৰ বয়সীয়া হোনকনে বিগত এক দশক ধৰি টকা জমা কৰিছিল ফেৰাৰি ৪৫৮ স্পাইডাৰ ক্ৰয় কৰাৰ বাবে৷ অৱশেষত বিগত ১৬ এপ্ৰিলত তেওঁ বাহনখন ক্ৰয় কৰে৷ কিন্তু শ্বৰুমৰ পৰা বাহিৰলৈ লৈ অনাৰ কেইঘণ্টামানৰ পাছতেই জাপানৰ শুটো নেশ্ব্যনেল হাইৱেত বাহনখন দাওদাওকৈ জ্বলি উঠে৷ তাতেই পুৰি ছাই হৈ পৰে বাহনৰ বেছিভাগ অংশই৷ অৱশ্যে এই ঘটনাত কোনো আহত হোৱা নাই৷ জাপানী সংবাদমাধ্যম দ্যা ছানৰ প্ৰতিবেদন অনুসৰি বাহনখনৰ দাম আছিল প্ৰায় আঢ়ৈ কোটি টকা৷

প্ৰতিবেদনৰ পৰা জনা গৈছে যে বাহনখন চলোৱাৰ সময়ত হঠাৎ ধোঁৱা ওলোৱা চকুত পৰে হোনকোনৰ৷ লগে লগেই হোনকোনে বাহনখন ৰখাই বাহনৰ পৰা নামি আহে৷ বাহনখন ৰখোৱাৰ পাছতেই দূৰৈত ৰৈ তেওঁ বাহনখন লক্ষ্য কৰে৷ লাহে লাহে জুই বাঢ়ি সমগ্ৰ বাহনখনেই দাওদাওকৈ জ্বলিবলৈ আৰম্ভ কৰে৷ কিন্তু কিয় এই বাহন জ্বলি উঠিল সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই৷ ঘটনাক লৈ এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া৷
তিল তিলকৈ ধন সাঁচি সপোনৰ বাহনখন ঘৰলৈ নিবলৈ নোপোৱাৰ দুখ প্ৰকাশ কৰি সামাজিকমাধ্যমত হোনকোনো দিছে বিশেষ পোষ্ট৷ এক্স হেণ্ডেলত তেওঁ জনাইছে যে তেওঁ সকলোসময়তে এখন ফেৰাৰী বাহনৰ মালিক হোৱাৰ সপোন দেখিছিল৷ সেই সপোন বাস্তৱ হোৱাৰ কিছুক্ষণৰ পাছতেই আকৌ দুস্বপ্ন হৈ পৰিল৷ কিয় নতুন বাহনখন এনেকৈ জ্বলি গ’ল সেই তদন্ত এতিয়া বিচাৰিছে হোনকোনেও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
Next Post
গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য

গৃহঋণ বোজা নহয়, গৃহঋণে এই ৫ধৰণে লাভ প্ৰদান কৰে আপোনাক, জানি থওক সমস্ত তথ্য

কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.