• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

11 months ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

3 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

4 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

4 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

4 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

5 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

5 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

6 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

7 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

8 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

9 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

9 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

editor by editor
May 7, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সফল ‘সেন্দূৰ’, ভাৰতৰ প্ৰথমটো আক্ৰমণত শেষ ১০০ৰো অধিক পাকিস্তানী নিষিদ্ধ সংগঠনৰ সদস্য

অপাৰেচন সিন্দূৰৰ অভিযান সফল হৈছে ভাৰতৰ, পেহেলগাম আক্ৰমণৰ প্ৰথমটো প্ৰতিশোধ হিচাপে এপাৰেচন সেন্দূৰৰ অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ভাৰতৰ এই বৃহৎ ৯ টা কৈ ঘাটিত কৰা আক্ৰমণত নিহত হৈছে এইদৰে শতাধিক সন্ত্ৰাসবাদী।

পাকিস্তানৰ ভিতৰৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতে ব্যাপক আক্ৰমণ চলাইছে। এই আক্ৰমণত লস্কৰ আৰু জৈছৰ সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ অভিযানটো নিৰীক্ষণ কৰিছিল আৰু অজিত ডোভালৰ সৈতে অহৰহ যোগাযোগ আছিল। লস্কৰ আৰু জৈছৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে ভাৰতে। মাজুদ আজহাৰৰ বাহাৱালপুৰৰ আত্মগোপন স্থান ধ্বংস কৰাৰ লগতে লস্কৰৰ মুৰিদকে শিবিৰ বিধ্বস্ত হৈছে।

ভাৰতীয় সেনাই বুধবাৰে পুৱা পাকিস্তান আৰু পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই নিষিদ্ধ জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা গোটৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

লক্ষ্য কৰি লোৱা ৯টা স্থানৰ ভিতৰত বাহাৱালপুৰৰ জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় আৰু মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয় অন্তৰ্ভুক্ত বুলি বিষয়াসকলে জনায়।

এই আক্ৰমণত ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনা তিনিওটা সেৱাৰ নিখুঁত ষ্ট্ৰাইক অস্ত্ৰ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল, য’ত আছিল ল’টাৰিং গুলীও। পাকিস্তান আৰু পাকিস্তানে দখল কৰা কাশ্মীৰৰ ভিতৰৰ সন্ত্ৰাসবাদী শিবিৰত সংঘটিত আক্ৰমণৰ স্থানাংক চোৰাংচোৱা সংস্থাই প্ৰদান কৰিছিল।

কেৱল ভাৰতৰ মাটিৰ পৰাই এই আক্ৰমণ সংঘটিত হৈছিল। এএনআইয়ে উৎসৰ উদ্ধৃতি দি এই তথ্য দিছে। ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতাত লোৱা ভূমিকাৰ বাবে জয়ছ-ই-মহম্মদ আৰু লস্কৰৰ শীৰ্ষ নেতৃত্বক লক্ষ্য কৰি লোৱাৰ উদ্দেশ্যেৰে ভাৰতীয় বাহিনীয়ে আক্ৰমণৰ স্থান নিৰ্বাচন কৰা বুলিও সূত্ৰসমূহে প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indian armyIndian SoldersOperation Sindoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

মাজনিশা অপাৰেচন সেন্দুৰ, বিয়লি ৪ বজাৰ লগে লগে অসমৰ ২০ জিলাত মকড্ৰিল

সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

সমগ্ৰ দেশ জাগিছে, ক্ৰিকেটৰ পৰা বলীউডলৈ সকলোৱে অপাৰেচন সিন্দূৰক দিলে চেল্যুট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.