• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঠিক লক্ষ্য বিচাৰি নিশব্দে আক্ৰমণ, ধৰা নপৰে ৰেডাৰতো! ইজৰাইলী ড্ৰোণেৰে ভাৰতে শেষ কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম HQ-9

11 months ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

32 seconds ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

37 minutes ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

2 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

3 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

5 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

6 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সঠিক লক্ষ্য বিচাৰি নিশব্দে আক্ৰমণ, ধৰা নপৰে ৰেডাৰতো! ইজৰাইলী ড্ৰোণেৰে ভাৰতে শেষ কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম HQ-9

সঠিক লক্ষ্য বিচাৰি নিশব্দে আক্ৰমণ, ধৰা নপৰে ৰেডাৰতো! ইজৰাইলী ড্ৰোণেৰে ভাৰতে শেষ কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম HQ-9

editor by editor
May 8, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সঠিক লক্ষ্য বিচাৰি নিশব্দে আক্ৰমণ, ধৰা নপৰে ৰেডাৰতো! ইজৰাইলী ড্ৰোণেৰে ভাৰতে শেষ কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম HQ-9
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ প্ৰত্যাঘাতৰ পাছতেই ভাৰতৰ এক বিশেষ অস্ত্ৰকলৈ সমগ্ৰতে চলিছে চৰ্চা৷ যি অস্ত্ৰৰে নিঃশব্দে পাক ভূখণ্ডত সোমাই সন্ত্ৰাসবাদী ঘাটিসমূহ ধ্বংস কৰি দিলে ভাৰতে৷ মঙলবাৰে মাজনিশা অপাৰেছন সেন্দূৰ আৰম্ভ কৰিছে ভাৰতে৷ সূত্ৰৰ খবৰ অনুসৰি সেই আক্ৰমণত যি অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল তাৰমাজত আছে স্কেল্প, হামাৰ ক্ষেপণাস্ত্ৰ৷ এই দুটাৰ ওপৰিও আৰু এটা মাৰণ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে৷ সেয়া হৈছে আত্মঘাতী ড্ৰোণ স্কাই ষ্ট্ৰাইকাৰ৷ এই ড্ৰোণ নজৰদাৰী ড্ৰোণৰ দৰে নহয়৷ এই ড্ৰোণে অইন ক্ষেপণাস্ত্ৰৰ দৰেই কাম কৰে৷

এই ড্ৰোণে ৫-১০ কিঃগ্ৰাঃ বিস্ফোৰক বহন কৰিব পাৰে৷ ১০০ কিঃমিঃ দূৰৰ লক্ষ্যবস্তুক বিচাৰি নিঁখুত লক্ষ্যত অবতীৰ্ণ হোৱাত সক্ষম এই ড্ৰোণ৷ কেৱল সেয়াই নহয়, ই নিঃশব্দে আক্ৰমণ চলাব পাৰে৷ এই সুবিধা কামত লগাই ভাৰতে আক্ৰমণ চলাইছে৷ ইজৰাইলী প্ৰযুক্তিৰ এই ড্ৰোণ নিৰ্মাণ কৰা হৈছে বাংগালুৰুত৷ এই ড্ৰোণৰ বিশেষত্ব পৰীক্ষা কৰাৰ পিছত ২০২১ চনত ভাৰত চৰকাৰে ১০০খনতকৈয়ো বেছি ড্ৰোণ নিৰ্মাণ কৰাইছে৷ বালাকোট এয়াৰষ্ট্ৰাইকৰ পাছতেই এই ড্ৰোণ ক্ৰয় কৰিছে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে৷

কম শব্দৰ বাবে গোপন কোনো অভিযানত এই স্কাই ষ্ট্ৰাইকাৰ ড্ৰোণ ব্যৱহৃত হয়৷ কেৱল সেয়াই নহয়, প্ৰতিপক্ষৰ ৰে়ডাৰো ধৰা পৰাৰ ভয় নাই৷ সহজেই সেই নজৰদাৰি এৰাই প্ৰতিপক্ষৰ ঘৰত সোমাই আক্ৰমণ কৰিব পাৰে৷ বিশেষকৈ সন্ত্ৰাসবাদী আক্ৰমণ চলোৱাৰ কামত ড্ৰোণ খুবেই কাৰ্যকৰ প্ৰমাণিত হৈছে৷ এই ধৰণৰ ড্ৰোণ ‘লয়টাৰিং মিউনিছন’ গোত্ৰৰ মাজত পৰে৷ অৰ্থাৎ এই ধৰণৰ ড্ৰোণ আক্ৰমণস্থলত উপৰত ঘূৰি ঘূৰি সঠিক সময়ত আক্ৰমণ কৰে৷

মঙলবাৰে মাজনিশা পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ ৯স্থানত প্ৰত্যাঘাত কৰিছে ভাৰতীয় সেনাই৷ জইছ আৰু লস্কৰৰ কেইবাটাও ঘাটি ধ্বংস কৰি দিয়া হৈছে৷ সেই আক্ৰমণত কি ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেই বিষয়ক লৈকো বিস্তৰ চৰ্চা চলিছে দেশত৷ বিভিন্ন সূত্ৰৰ দাবী যে এই অভিযানত স্কেলপ আৰু হামাৰ ক্ষেপণাস্ত্ৰৰ ওপৰি স্কাই ষ্ট্ৰাইকাৰ ড্ৰোণো ব্যৱহাৰ কৰা হৈছিল৷ অন্যহাতে বৃহস্পতিবাৰে পাকিস্তানে দাবী কৰিছে যে তেওঁলোকৰ ভূখণ্ডত ভাৰতৰ ১২টাকৈ ড্ৰোণ গুলি কৰি নমাইছে৷ ঘটনাক্ৰমে যি ড্ৰোণ গুলি কৰি নমোৱা হৈছে সেইসমূহ হৈছে ইজৰাইলী ড্ৰোণ৷ নাম হাৰাপ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
কেন্দ্ৰৰ নিৰ্দেশনা! পাকিস্তানৰ কোনো ৱেবচিৰিজ, চিনেমা, গান ভাৰতৰ অটিটি প্লেটফৰ্মত থাকিব নোৱাৰিব, OTT প্লেটফৰ্মসমূহলৈ কি কি নিৰ্দেশ?

শনিৰ ঘৰ সলনিত ভাগ্য সলনি হ’ব! ৰকেট গতিত উন্নতি হ’ব ৫ৰাশিৰ, লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন