• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

11 months ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

24 minutes ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

1 hour ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

2 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

3 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

5 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

5 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

6 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

7 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

8 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?

editor by editor
May 14, 2025
in জীৱনশৈলী
0
যৌ* ক্ষমতা কমাই দিয়ে, পুৰুষৰ ক্ষেত্ৰত আহে কেইবাটাও সমস্যা, আপুনিও এই সমস্যাত ভূগিছে, ইয়াৰ আঁৰত কি?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অত্যধিক কলষ্টেৰল কেৱল হৃদৰোগ বা ষ্ট্ৰোকৰ কাৰণেই নহয়, ই ব্যক্তিৰ যৌন জীৱনৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়৷ সেয়ে সুস্থ যৌন জীৱন বৰ্তাই ৰাখিবলৈ কলষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা অত্যন্ত জৰুৰী৷ স্বাস্থ্যকৰ খাদ্যভাষ, নিয়মিত ব্যায়াম আৰু প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷

১. ইৰেকটাইল ডিছফাংছনঃ এয়া উচ্চ কলষ্টেৰলৰ ফলত হোৱা অন্যতম প্ৰধান যৌন সমস্যা৷ তেজত অতিৰিক্ত কলষ্টেৰল জমা হ’লে ধমনীৰ ভিতৰৰ দেৱালত প্লাক তৈয়াৰ কৰে যাৰ ফলত ধমনী সৰু আৰু টান হৈ পৰে৷ ইয়াৰ কাৰণতেই লিংগত ৰক্ত সৰবৰাহত বাধা আহে৷ লিংগ উত্থানৰ বাবে প্ৰৰ্যাপ্ত ৰক্ত সৰবৰাহ অপৰিহাৰ্য, ৰক্ত প্ৰবাহ কমি গ’লে লিংগ শিথিলতা হয় আৰু উত্থান নোহোৱাৰ দৰে সমস্যাই দেখা দিয়ে৷

২. যৌন আকাংক্ষা কমি যোৱাঃ উচ্চ কলষ্টেৰলে পৰোক্ষভাৰে শৰীৰৰ হৰমনৰ ভাৰসাম্য নষ্ট কৰিব পাৰে৷ টেষ্টোষ্টেৰণ পুৰুষৰ প্ৰধান যৌন হৰমন, যি যৌন আকাংক্ষাৰ বাবে জৰুৰী৷ কিছু ক্ষেত্ৰত কলষ্টেৰলৰ অস্বাভাৱিক মাত্ৰাই হৰমনৰ উৎপাদনক প্ৰভাৱিত কৰে ফলত যৌন ইচ্ছা কমি যাব পাৰে৷

৩. পুৰুষৰ প্ৰজনন ক্ষমতা হ্ৰাসঃ গৱেষণাত দেখা গৈছে উচ্চ কলষ্টেৰলৰে পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়৷ ই শুক্ৰাণুৰ গুণগত সংখ্যা কমাব পাৰে৷ ৰক্তনলী সৰু হৈ যোৱাৰ কাৰণে অণ্ডকোষেৰে ৰক্ত সৰবৰাহ কমি যায়৷ যিয়ে শুক্ৰাণু উৎপাদন প্ৰক্ৰিয়াক ব্যাহত কৰিব পাৰে৷

৪. শ্ৰোণীত ৰক্ত সঞ্চালন হ্ৰাসঃ কলষ্টেৰলে হৃদপিণ্ডৰ ৰক্তনলীক প্ৰভাৱিত কৰে, তেনেকৈ শৰীৰৰ অন্যান্য অংশৰ ৰক্তনলী, বিশেষকৈ যৌনাংগ আৰু শ্ৰোণী অঞ্চলৰ সূক্ষ্ম ৰক্তনলীসমূহো আক্ৰান্ত হ’ব পাৰে৷ ইয়াৰ ফলত কেৱল পুৰুষেই নহয়, নাৰীৰ ক্ষেত্ৰটো যৌন উত্তেজনাৰ অনুভূতি কমাই দিব পাৰে কাৰণ এই অনুভূতিসমূহ পৰ্যাপ্ত ৰক্ত সঞ্চালনৰ ওপৰত নিৰ্ভৰশীল৷

৫. মানসিক প্ৰভাৱ আৰু আত্মবিশ্বাসৰ অভাৱঃ যৌন সমস্যা, বিশেষকৈ ইৰেকটাইল ডিছফাংছনৰ দৰে সমস্যাই পুৰুষৰ আত্মবিশ্বাসত ডাঙৰ আঘাত হানিব পাৰে৷ ই মানসিক চাপ, উদ্বেগ আৰু সম্পৰ্কৰ অৱনতিৰ কাৰণ হ’ব পাৰে৷ কলষ্টেৰলৰ কাৰণে সৃষ্ট অন্যান্য শাৰীৰিক অসুস্থতা আৰু ক্লান্তিও যৌন জীৱনৰ প্ৰতি আগ্ৰহ কমাই দিয়ে আৰু যৌন ক্ষমতাক লৈ দুচিন্তা বঢ়ায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

March 28, 2026
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
Next Post
ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

ৰাজ্যত আকৌ হত্যাকাণ্ড! বোৱাৰীয়েকৰ পৰকীয়া প্ৰেমিকেই কাঢ়িলে নেকি শাহুৱেক ফুলেশ্বৰীৰ জীৱন?

১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

১৪ মে’ৰ পৰা পাঁচ ৰাশিৰ বৃহস্পতি তুংগত! খুলিব সৌভাগ্যৰ বন্ধ দুৱাৰ, ধনৰ বৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.