• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন

12 months ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

7 minutes ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

54 minutes ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

1 hour ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

2 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

16 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

17 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

18 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

19 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন

editor by editor
May 15, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ICCৰ বাম্পাৰ প্ৰাইজমানি- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এইবাৰ বিজয়ী দলে পাব ১২৫ শতাংশ অধিক ধন

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ ৰ পুৰস্কাৰৰ ধন ঘোষণা কৰা হৈছে। আই চি চিয়ে এইবাৰ বাম্পাৰ প্ৰাইজামনিৰ কথা ঘোষণা কৰিছে। পূৰ্বৰ তুলনাত এইবাৰ বিজয়ী দলে লাভ কৰিব ১২৫ শতাংশ অধিক ধন। কেৱল বিজয়ী দলেই নহয়, ফাইনেলত পৰাজিত দলেও লাভ কৰিব মোটা অংকৰ ধন।

ইংলেণ্ডৰ লৰ্ডছ খেলপথাৰত ১১ তাৰিখৰ পৰা ১৫ জুনলৈ অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখনৰ পূৰ্বে এই প্ৰাইজমানিৰ কথা সদৰি কৰিছে আই চি চিৰ ফালৰ পৰা।

দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বিজয়ী প্ৰতিযোগীয়ে লাভ কৰিবলৈ গৈ আছে প্ৰায় ৩০ কোটি ৮ লাখ টকাৰ পুৰস্কাৰ। ফাইনেলত পৰাস্ত হোৱা দলে অৰ্থাৎ ৰানাৰ্ছ আপে প্ৰায় ১৮.৫ কোটি টকা পাব। উল্লেখ্য যে, বিগত বাৰৰ খেলত ৰানাৰ্ছ আপে মাত্ৰ ৬.৮ কোটি টকাহে পুৰস্কাৰ হিচাপে পাইছিল।

পুৰস্কাৰৰ ধন বৃদ্ধি কৰি টেষ্ট ক্ৰিকেটৰ প্ৰচাৰৰ প্ৰয়াস কৰিছে আইচিচিয়ে। উল্লেখ্য যে, কেৱল প্ৰথম আৰু দ্বিতীয় শীৰ্ষ দলেই এই প্ৰাইজমানি লাভ নকৰে, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰা দলেও লাভ কৰিব প্ৰাইজমানি। সেই হিচাপে যোৱা দুখন ফাইনেল খেলা ভাৰতে এইবাৰ তৃতীয় স্থান দখল কৰাৰ লগতে ১২ কোটি টকাৰ পুৰস্কাৰো লাভ কৰিবলৈ গৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketWorld Test Champion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

May 14, 2026
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?
জীৱনশৈলী

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

May 14, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
Next Post
আজিৰে পৰা সলনি হ’ব এই ৫ অংকৰ লোকৰ জীৱন, শীৰ্ষত উপনীত হ’ব জীৱন

আজিৰে পৰা সলনি হ'ব এই ৫ অংকৰ লোকৰ জীৱন, শীৰ্ষত উপনীত হ'ব জীৱন

ভাৰতত নহয়, আমেৰিকাতে নিৰ্মাণ কৰক আইফোন- এপলৰ CEOক ট্ৰাম্পৰ পৰামৰ্শ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন