• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ

1 year ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

59 minutes ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

2 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

3 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

4 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

19 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

20 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

20 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

20 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

21 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

22 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ

editor by editor
May 15, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেটাৰ কোন ? শীৰ্ষ ৫ ৰ ভিতৰত ৩গৰাকীয়ে ভাৰতৰ

সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ জনপ্ৰিয়তা কিমান সেয়া সকলোৱে জানে, ভাৰততো ক্ৰিকেটৰ নামৰ পাগল অনুৰাগী। কেৱল ক্ৰিকেট খেলিয়ে বহু খেলুলৈ হৈছে অগাধ সম্পত্তিৰ মালিক। তাৰোপৰি ক্ৰিকেটৰ পৰা জনপ্ৰিয়তা লাভৰ পাছত লাভ কৰে বহু বিজ্ঞাপন। যাৰ জৰিয়তেও বহু টকা উপাৰ্জন খেলুৱৈৰ।

পাছে জানেনে বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকেট খেলুৱৈ কোন ! এই তালিকাৰ শীৰ্ষত এগৰাকী ভাৰতীয় খেলুৱৈ। কেৱল শীৰ্ষ স্থানেই নহয়, শীৰ্ষ ৫ ৰ ভিতৰত আছে মুঠ ৩ গৰাকী খেলুৱৈ।

সমগ্ৰ বিশ্বতে ক্ৰিকেট অতি জনপ্ৰিয়। খেল খেলাৰ উপৰিও এই ক্ৰিকেটাৰসকলে আন আন বস্তুৰ পৰাও বহু টকা উপাৰ্জন কৰে।

বিশ্বৰ আটাইতকৈ ধনী খেলুৱৈ শচীন টেণ্ডুলকাৰ, যাক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। টাইমছ অৱ ইণ্ডিয়া ২০২৪ৰ প্ৰতিবেদন অনুসৰি শচীন তেণ্ডুলকাৰৰ সম্পত্তিৰ পৰিমাণ ১৭০ মিলিয়ন ডলাৰ (১৪১০ কোটি)।

এই তালিকাৰ দ্বিতীয় নম্বৰত আছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনি। ২০২৪ চনৰ প্ৰতিবেদন অনুসৰি ধোনীৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৩০ মিলিয়ন ডলাৰ ( ১০৮০ কোটি)।

ধনী ক্ৰিকেটাৰৰ এই তালিকাত তৃতীয়ত কিং কোহলী- বিৰাট। টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি বিৰাটৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২০ মিলিয়ন ডলাৰ (১০০০ কোটি)।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং এই তালিকাৰ চতুৰ্থত। পণ্টিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮০ মিলিয়ন ডলাৰ (৬৬৫ কোটি)।

দক্ষিণ আফ্ৰিকাৰ দ্বিগ্বজ অলৰাউণ্ডাৰ খেলুৱৈ জেক কালিছ এই তালিকাৰ পঞ্চমত। তেখেতৰ মুঠ সম্পত্তিৰ পৰিমান ৭০ মিলিয়ন ডলাৰ (৫৮০ কোটি)।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketRichest Cricketer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
Next Post
১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি

১৮ বছৰৰ পাছত চিনি পাবনে হেই বেবীৰ এঞ্জেলক, প্ৰীতি জিণ্টাৰ কাৰ্বন কপি

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পাছত এইবাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ জাতিক লৈ মন্তব্য সাংসদৰ

কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পাছত এইবাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ জাতিক লৈ মন্তব্য সাংসদৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.