• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পানী নসৰকা কটকটীয়া নিৰাপত্তাবেষ্টনী, ৩ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা, কি কি নিৰ্দেশনা যাত্ৰীৰ বাবে?

পানী নসৰকা কটকটীয়া নিৰাপত্তাবেষ্টনী, ৩ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা, কি কি নিৰ্দেশনা যাত্ৰীৰ বাবে?

1 year ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

2 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

5 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

5 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

6 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

7 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

7 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

8 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

8 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

8 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

9 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

9 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পানী নসৰকা কটকটীয়া নিৰাপত্তাবেষ্টনী, ৩ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা, কি কি নিৰ্দেশনা যাত্ৰীৰ বাবে?

পানী নসৰকা কটকটীয়া নিৰাপত্তাবেষ্টনী, ৩ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা, কি কি নিৰ্দেশনা যাত্ৰীৰ বাবে?

editor by editor
May 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পানী নসৰকা কটকটীয়া নিৰাপত্তাবেষ্টনী, ৩ জুলাইৰ পৰা আৰম্ভ হব অমৰনাথ যাত্ৰা, কি কি নিৰ্দেশনা যাত্ৰীৰ বাবে?
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগামৰ আক্ৰমণৰ পাছতেই অমৰনাথ যাত্ৰাক লৈ ব্যক্তিৰ মাজত কিছু সংশয়ে দেখা দিছে। ৩ জুলাইৰ পৰা আৰম্ভ হবলগীয়া অমৰনাথ যাত্ৰালৈ যাব নে? নিৰাপত্তাবেষ্টনী কেনেকুৱা ইত্যাদি নানান প্ৰশ্ন বিভিন্নজনৰ মনত।

শ্ৰী অমৰনাথ শ্ৰাইন বৰ্ডে জনাইছে যে ৩ জুলাইৰ পৰা আৰম্ভ হব যাত্ৰা আৰু এই যাত্ৰা শেষ হব ৯ আগষ্টত। বৰ্ডে জনোৱা অনুসৰি ৩৮৮০ মিটাৰ ওখ অমৰনাথ গুহাৰ উদ্দেশ্যে যাত্ৰা কৰিবলৈ এইবাৰো দুটা পথেই থাকিব। এটা দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ পহেলগাম হৈ ৪৮ কিঃমিঃল দীৰ্ঘ পথ। আনটো মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলা হৈ। এই পথ আনটো পথতকৈ ১৪ কিঃমিঃ চুটি যদিও কিছু কণ্টকময় এই পথ।

কেন্দ্ৰই ইতিমধ্যেই জনাইছে যে অমৰনাথ যাত্ৰাৰ বাবে ৫৮০ কোম্পানী অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিৰাপত্তাৰ বাবে নিযুক্ত কৰা হব। তাৰ মাজত ৪২৪ টা কোম্পানী কেন্দ্ৰীয়শাসিত অঞ্চললৈ পঠোৱা হৈছে। অপাৰেছন সেন্দূৰৰ সময়ত কেন্দ্ৰীয়শাসিত অঞ্চললৈ স্থানান্তৰিত কোম্পানীসমূহক স্থানান্তৰিত কৰা হব। স্বৰাষ্ট্ৰ মন্ত্ৰণালয়ে চি এপি এফ বাহিনীক অবিলম্বে কেন্দ্ৰীয়শাসিত অঞ্চললৈ যাবৰ বাবে নিৰ্দেশ দিছে। চিআৰ পিএফ, বিএছ এফ, চিআইএছএফ, আই টি বি পি আৰু এছ এছ বি এই পাঁচটা চি এপি এফৰ কোম্পানী তৈয়াৰ কৰা হৈছে। এই কোম্পানীসমূহৰ প্ৰতিটোতে প্ৰায় ৭০-৭৫ জন জোৱান আছে। জুনৰ দ্বিতীয় সপ্তাহৰ মাজত এই বাহিনীক জম্মু-কাশ্মীৰলৈ লৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে চি আৰ পি এফৰ ডিজি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে চলিত সপ্তাহৰ আৰম্ভণিতেই কাশ্মীৰৰ অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল। বৈঠকত বি এছ এফৰ ডিজি দলজিৎ সিং চৌধুৰীও আছিল। অমৰনাথ যাত্ৰাৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে জম্মু কাশ্মীৰলৈ যায়। সমগ্ৰ পৰিস্থিতি পৰ্যালোচনাও কৰে। তীৰ্থযাত্ৰীসকলে যাতে কোনো সমস্যাত নপৰে তাৰ বাবে সম্পূৰ্ণ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

অমৰনাথ যাত্ৰাত পূৰ্বেও একাধিকবাৰ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে। আৰু এইবাৰ পহেলগাম আক্ৰমণৰ পাছত সেই সম্ভাৱনা আৰু বাঢ়ি যোৱাৰ কেন্দ্ৰই অধিক সতৰ্কতাৰে এই যাত্ৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়
বিনোদন

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
Next Post
ব্ৰহ্মাস্ত্ৰ হোৱাৰ পথেৰে আগুৱাইছে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ, সেন্দূৰৰ সাফল্যৰ পাছতেই ব্ৰহ্মোছৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ, নতুন সংস্কৰণত কি কি শক্তি বৃদ্ধি কৰিছে ভাৰতে?

ব্ৰহ্মাস্ত্ৰ হোৱাৰ পথেৰে আগুৱাইছে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ, সেন্দূৰৰ সাফল্যৰ পাছতেই ব্ৰহ্মোছৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ, নতুন সংস্কৰণত কি কি শক্তি বৃদ্ধি কৰিছে ভাৰতে?

‘যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে’, ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

'যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে', ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.