• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

1 year ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

30 minutes ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

2 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

2 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

3 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

6 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

8 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

8 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

9 hours ago
সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

সাৱধান! ঋতুস্ৰাৱৰ সময়ত এইকেইটা কাম নকৰিলে হ’ব পাৰে বিভিন্ন ৰোগ

9 hours ago
এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

এই ৮টা Appৰ পৰা কেতিয়াও নল’ব ঋণ, I4C-এ দিছে সতৰ্কবাণী

10 hours ago
পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

পেট্ৰ’লত ইথানল ব্যৱহাৰে দেশত বৃদ্ধি কৰিব নেকি পানীৰ সংকট?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

editor by editor
June 10, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বৰাকত উন্নয়নৰ নতুন জোৱাৰ অনা হ’ব! বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে আলোচনাৰ পাছতেই বৰাকক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰাক উপত্যকাত উন্নয়নৰ নতুন জোৱাৰ অনাৰ প্ৰতিশ্ৰুতিৰে বিশেষ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৈতে বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে লোকসেৱা ভৱনত বৰাত উপত্যকাৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ লগতে বৰাক উপত্যকা উন্নয়ণ বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত ২০২১ চনৰ পৰা বৰাকত চলি অহা উন্নয়নমূলক প্ৰচেষ্টাসমূহক অধিক গতি প্ৰদান কৰিবলৈ কেইবাটাও প্ৰচেষ্টা গ্ৰহণৰো সিদ্ধান্ত লোৱা হৈছে এই বৈঠকত৷ চৰকাৰৰ কেন্দ্ৰীভূত প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি ২০২৪ চনৰ ডিচেম্বৰ মাহত বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৃষ্টি কৰা হৈছিল৷ উদ্দেশ্য এটাই যে বৰাকৰ উন্নয়নৰ গতিশীলতা ধৰি ৰখা৷ অসম বাজেটত বিভাগটোৰ বাবে ১০০ কোটি টকা ধনৰাশিও আৱণ্টন দিয়া হৈছিল৷

আজিৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ জনপ্ৰতিনিধিসকলৰ লগতে বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক বৰাক উপত্যকা অঞ্চলৰ তিনিখন জিলা কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিৰ ক্ষিপ্ৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ সেই অনুসৰি পৰিকল্পনা আৰু ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ বৈঠকত ডঃ শৰ্মাই বিভাগটোক সকলো জিলাৰ সম উন্নয়নৰ সুবিধাৰ বাবে উমৈহতীয়া উন্নয়নৰ লক্ষ্যৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে৷  অসম চৰকাৰে তিনিওখন জিলাৰ অসামৰিক চিকিৎসালয়ত এম আৰ আইৰ সুবিধাসমূহ যাতে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব পাৰে৷ বৈঠকত নতুন দিল্লী আৰু কলকাতাত বৰাক ভৱন স্থাপনৰ বিষয়েও আলোচনা কৰা হয়৷

বৰাক উপত্যকাত প্ৰতিভাসমূহক উপযুক্ত মঞ্চ দিয়া, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বৰাক সাংস্কৃতিক মহোৎসৱ আৰু বৰাক ক্ৰীয়া মহোৎসৱ অনুষ্ঠিত কৰাৰ পৰিকল্পনাও বৈঠকত কৰা হয়৷ বিভাগটোৰ কামকাজ সুকলমে আগুৱাই নিবলৈ শিলচৰৰ পুৰণি আৱৰ্তভৱত এটা অস্থায়ী কাৰ্যালয় স্থাপন কৰা হব বুলিও জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি বৰাকত বিভিন্ন প্ৰকল্পৰ কাম চলি আছে৷ সেইসমূহৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

উল্লেখ্য যে বৰাক উপত্যকা সচিবালয় ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সাজু হোৱাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰি ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত নতুন ৫০০ বিচনাযুক্ত এছ এম তি এইচ ব্লকো বৰাকে লাভ কৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?
অসম

কামাখ্যা ধামত যো*নী পূজা কৰা হয় কিয়? শাক্ত ধৰ্মত যো*নীৰ মহত্ব কি?

June 22, 2026
Next Post
মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

মাটি খান্দিলেই পোৱা যায় কোটি কোটি টকাৰ হীৰা, বৰ্ষা আহিলেই ভাৰতৰ এই ৰাজ্যত মাটি খান্দিবলৈ ভিৰ কৰে বহুলোকেই

ট্ৰানজিট ৰিমাণ্ডত সোনমক মাজনিশাই অনা হ’ল মেঘালয়লৈ, শ্বিলঙৰ বিশেষ প্ৰসুতি হাস্পতালত সোনমৰ স্বাস্থ্যপৰীক্ষা, অন্তঃসত্ত্বা নেকি সোনম?

ট্ৰানজিট ৰিমাণ্ডত সোনমক মাজনিশাই অনা হ’ল মেঘালয়লৈ, শ্বিলঙৰ বিশেষ প্ৰসুতি হাস্পতালত সোনমৰ স্বাস্থ্যপৰীক্ষা, অন্তঃসত্ত্বা নেকি সোনম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.