• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

7 months ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

4 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

4 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

5 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

7 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

7 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

8 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

9 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

10 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

10 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

10 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

editor by editor
June 12, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
SIPৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ বৰ্তমান সময়ত SIP বিনিয়োগৰ অন্যতম জনপ্ৰিয় মাধ্যম৷ বহুতেই ইয়াত প্ৰতিমাহে বিনিয়োগ কৰে৷ মিউচুৱেল ফাণ্ড বজাৰৰ সৈতে যুক্ত৷ সেয়ে নিশ্চিত ৰিটাৰ্ণ আশা কৰিব নোৱাৰি৷ বিগত বছৰৰ পৰিসংখ্যাৰ পৰা অনুমান কৰিব পাৰি যে SIPত গড়ে ১২শতাংশ ৰিটাৰ্ণ পোৱা যায়৷
অধিকাংশ ইক্যুইটি ফাণ্ডত ২০২৩ চনৰ ৰিটাৰ্ণ ৫০শতাংশতকৈ বেছি আছিল৷ ভৱিষ্যতে একেই হাৰত ৰিটাৰ্ণ পোৱা যাবনে সেয়া অৱশ্যে গেৰাণ্টিৰ সৈতে কব নোৱাৰি৷ বিগত বছৰ বহু মিউছুৱেল ফাণ্ডে ৪০শতাংশতকৈ বেছি ৰিটাৰ্ণ দিছে৷ মাত্ৰ ৫০০ টকা দি এছ আই পি আৰম্ভ কৰিব পাৰি৷ লেথাৰিকৈ বিনিয়োগ কৰি গলে ২৫ বছৰত কোটি টকাৰ ৰিটাৰ্ণ পাব পাৰে৷ বেছিভাগ মিউচুৱেল ফাণ্ডত নূন্যতম ৫০০ টকা দিয়েই বিনিয়োগ কৰিব পাৰে৷ যদি বিচাৰে বিনিয়োগৰ পৰিমাণ বঢ়াবও পাৰি৷
মিউচুৱেল ফাণ্ড এছ আই পিত প্ৰতিমাহে অলপ অলপকৈ বিনিয়োগ কৰি গলেও ভাল পৰিমাণৰ টকা আপুনি জমা কৰিব পাৰে৷ এছ আই পিৰ মাধ্যমেৰে ১০ লাখ টকা পৰ্যন্ত জমা কৰিব পাৰি৷ ১০ লাখ গোটাবলৈ প্ৰতিমাহে কিমান টকা বিনিয়োগ কৰিব লাগিব?
SIPৰ মাধ্যমেৰে ১০ লাখ টকা কিমান দিনত গোটাব পাৰি?
  • কোনোৱে যদি এছ আই পিত প্ৰতিমাহে ১০০০ টকা বিনিয়োগ কৰে তেতিয়া ১০ লাখ টকা গোটাবলৈ আপোনাক ২১ বছৰ সময় লাগিব৷ এই সময়ত বিনিয়োগৰ পৰিমাণ হব ২.৫২ লাখ টকা৷
  • কোনোৱে যদি প্ৰতিমাহে এছ আই পিত ২০০০টকাকৈ বিনিয়োগ কৰে তেতিয়া ১০ লাখ টকা জমা কৰিবলৈ ১৬ বছৰ সময় লাগিব৷ এই সময়ত বিনিয়োগৰ পৰিমাণ হব ৩.৮৪ লাখ টকা৷
  • কোনোৱে যদি প্ৰতিমাহে এছ আই পিত ৫০০০ টকা বিনিয়োগ কৰে তেন্তে ১০ লাখ টকা জমা কৰিবলৈ তেওঁৰ ১০ বছৰ সময় লাহিব৷ এই সময়ত বিনিয়োগৰ পৰিমাণ হব ৬ লাখ টকা৷
    মনত ৰাখিব, মিউছুৱেল ফাণ্ড এছ আই পিত কিমান ৰিটাৰ্ণ পোৱা যাব সেয়া বজাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ কোনোৱে যদি দীৰ্ঘ সময় ধৰি নিয়মিত বিনিয়োগ কৰে তেন্তে তেওঁ ভাল ৰিটাৰ্ণ পাবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ
জীৱনশৈলী

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

January 17, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ
জীৱনশৈলী

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
Next Post
সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

মিৰাকল…অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

মিৰাকল...অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.