• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

9 months ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

38 minutes ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

1 hour ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

2 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

24 hours ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

আপোনাৰ প্ৰেমিকো অপেন ৰিলেছনশ্বিপত বিশ্বাসী? কেনেকৈ বুজিব? কিয় জনপ্ৰিয় হৈ উঠিছে এনে ৰিলেছনশ্বিপ

1 day ago
কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

কপিল দেৱৰ প্ৰেমকাহিনী! বিবাহৰ পূৰ্বে বলিউড নায়িকাৰ প্ৰেমত হাবুডুবু খাইছিল ক্ৰিকেটাৰ কপিল দেৱে, কোন আছিল ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কৰ প্ৰেয়সী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?

editor by editor
September 1, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
হাত-ভৰি ঝিনঝিনাই থাকে? চুলিও সৰিব ধৰিছে? শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে এইসমূহ লক্ষণে দেখা দিয়ে?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভিটামিন বি-১২ এক অত্যন্ত গুৰুত্বপূৰ্ণ পুষ্টি উপাদান, যিয়ে আমাৰ শৰীৰৰ স্নায়ু, মস্তিষ্ক আৰু তেজৰ বাবে অপৰিহাৰ্য৷ বৰ্তমান ইয়াৰ ঘাটি খুবেই সাধাৰণ সমস্যা হৈ পৰিছে৷ বিশেষকৈ নিৰামিষভোজীসকলৰ মাজত ভিটামিন বি১২ৰ ঘাটি বেছিকৈ দেখা যায়৷ কাৰণ এই ভিটামিন প্ৰধানত আমিষ খাদ্যৰ পৰা পোৱা যায়৷ ইয়াৰোপৰি হজমৰ সমস্যা, বয়স বৃদ্ধিৰ সৈতে শৰীৰৰ পৰিবৰ্তন, এলকহল সেৱন বা দীৰ্ঘ সময় ধৰি এণ্টাছিড ঔষধ খোৱাৰ ফলত ইয়াৰ ঘাটিয়ে দেখা দিব পাৰে৷ বহু সময়ত মানুহে ক্লান্তি, দুৰ্বলতা বা মূৰ ঘূৰোৱাক স্বাভাৱিক ভাৱি লয়৷ কিন্তু এইসমূহেই শৰীৰত ভিটামিন বি-১২ঘাটিৰ সংকেত হব পাৰে৷

ভিটামিন বি-১২ৰ অভাৱ হলে শৰীৰত নিয়মিত ক্লান্তি, হাত ভৰি ঝিনঝিনোৱা ভাৱ, দুৰ্বলতা, শ্বাসকষ্ট, মনোযোগ ঘাটি, জিভাত জ্বলাভাৱ, চুলি সৰা আৰু ছাল শুকাই যোৱাৰ দৰে উপসৰ্গই দেখা দিয়ে৷ কিছু ক্ষেত্ৰত বি-১২ৰ ঘাটি ডিপ্ৰেছন বা মুড ছুইংৰো কাৰণ হব পাৰে৷

যদি সময়মতে এই উপসৰ্গসমূহক গুৰুত্ব দিয়া নহয় তেতিয়া স্নায়বিক সমস্যাও হব পাৰে৷ এই ধৰণৰ লক্ষণে দেখা দিলে দ্ৰুত চিকিৎসকৰ সৈতে যোগাযোগ কৰি পৰীক্ষা কৰা জৰুৰি৷ দীৰ্ঘ সময় ধৰি ভিটামিন বি-১২ ঘাটিয়ে শৰীৰত মাৰাত্মক সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি শৰীৰত ভিটামিন বি-১২ৰ ঘাটি থাকে তেন্তে খাদ্যভাস আৰু ছাপ্লিমেণ্টৰ মাধ্যমেৰে মাত্ৰ ৭ দিনৰ ভিতৰতেই এই অভাৱ দূৰ কৰিব পাৰি৷ প্ৰথমেই চিকিৎসকৰ পৰামৰ্শ লৈ ভিটামিন বি১২ ছাপ্লিমেণ্ট খোৱা উচিত৷ এইসমূহ টেবলেট হিচাপে পোৱা যায়৷ কিছু ক্ষেত্ৰত চিকিৎসকে ইনজেকছনো দিয়ে৷ ইয়াৰসৈতে ভিটামিন বি১২ সমৃদ্ধ খাদ্য খোৱা উচিত৷ যেনে, কণী, গাখীৰ, দৈ, চিজ, পনিৰ আৰু ফৰ্টিফায়েড চিৰিয়েল৷ নিয়মিত এইসমূহ খালে মাত্ৰ এসপ্তাহৰ ভিতৰতেই শৰীৰত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা দিবলৈ আৰম্ভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ
জীৱনশৈলী

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

June 4, 2026
Next Post
দুৰ্গাপূজা পালেহিয়েই… কেতিয়া হ’ব দেৱীৰ বোধন? মহাষ্টমীৰ অঞ্জলি কেতিয়া দিব? সন্ধিপূজা কেতিয়া?

দুৰ্গাপূজা পালেহিয়েই... কেতিয়া হ’ব দেৱীৰ বোধন? মহাষ্টমীৰ অঞ্জলি কেতিয়া দিব? সন্ধিপূজা কেতিয়া?

২০১৪ নহয় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি সময়সীমা! ২০২৪ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশৰ পৰা সংখ্যালঘুসকলক দেশত থকাৰ অনুমতি দিয়া হ’ব, CAA সংশোধনী প্ৰকাশ কৰি কি কৈছে কেন্দ্ৰই?

২০১৪ নহয় ২০২৪ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি সময়সীমা! ২০২৪ চনৰ ভিতৰত পাকিস্তান, বাংলাদেশৰ পৰা সংখ্যালঘুসকলক দেশত থকাৰ অনুমতি দিয়া হ’ব, CAA সংশোধনী প্ৰকাশ কৰি কি কৈছে কেন্দ্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.