• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

12 months ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

43 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

editor by editor
October 10, 2025
in জীৱনশৈলী
0
কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২০ অক্টোবৰত পালিত হ’ব কালীপূজা৷ আৰু ঠিক তাৰ কেইটামান দিনৰ পাছতেই ২৭ অক্টোবৰত অৱস্থান সলনি কৰিব মঙ্গলে৷ ২৭ অক্টোবৰৰ দুপৰীয়া ২ বাজি ৪৪ মিনিটত স্বৰাশি বৃশ্চিকত প্ৰৱেশ কৰিব মঙ্গলে৷ নিজৰ ৰাশি বৃশ্চিকত আহি ৰুচক ৰাজযোগ গঠন কৰিব মঙ্গলে৷ ৰুচক ৰাজযোগৰ শুভ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হ’ব পাঁচ ৰাশিৰ জাতক৷ দীপাৱলিৰ পাছতেই প্ৰচুৰ আৰ্থিক লাভ হ’ব এওঁলোকৰ৷ জানি থওক মঙলৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ?

মিথুন ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ

মিথুন ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিব মঙ্গলে৷ এই সময়ত কোনো দুৰ্লভ দ্ৰব্য পাব পাৰে৷ ৰঙা গ্ৰহৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধি লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ উল্লেখযোগ্যভাৱে আৰ্থিক লাভ হব পাৰে৷ সকলো দিশৰ পৰাই এই গোচৰ আপোনাৰ বাবে লাভজনক হব৷ সমাজত আপোনাৰ সন্মান বাঢ়িব৷

কন্যা ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ

কন্যা ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব মঙ্গলে৷ ইয়াৰ ফলত সকলো কামতেই সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আত্মবিশ্বাস তুংগত থাকিব৷ আত্মবিশ্বাসৰ জোৰতেই সকলো কামত সাফল্য লাভ কৰিব৷ নিজৰ শত্ৰুক পৰাজিত কৰিব পাৰিব৷ সমাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব৷

বৃশ্চিক ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ

বৃশ্চিক ৰাশিৰ প্ৰথম ঘৰত গোচৰ কৰিব মঙ্গলে৷ এই সময়ত বুদ্ধি খটুৱাই কাম কৰিলে আপুনি সকলো কামতেই সাফল্য পাব৷ ধৈৰ্য্য ধৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক৷ কোনো বিষয়ত খৰধৰ নকৰিব৷ স্বাস্থ্য ভালে থাকিব৷ মঙ্গলৰ ওপৰিও বৃহস্পতিৰ শুভ প্ৰভাৱ পাব৷

মকৰ ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ

মঙ্গলৰ গোচৰৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতকৰ জীৱনত উল্লেখযোগ্য লাভ হব৷ এই সময়ত আপোনাৰ উপাৰ্জন বাঢ়িব বহুতেই৷ সৎ ভাৱে সকলো কাম কৰক৷ ব্যৱসায়ীয়ে ডাঙৰ আৰ্থিক লাভ কৰিব পাৰিব৷ কেৰিয়াৰতো উন্নতি কৰাৰ সুযোগ পাব৷ ভায়েক ভনীয়েক আৰু বন্ধুৰ পৰা জৰুৰী সহায় পাব পাৰে৷

মীন ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ

মীন ৰাশিৰ জাতকৰ সৌভাগ্য বৃদ্ধি কৰিব মঙ্গলে৷ মঙ্গলৰ ওপৰিও বৃহস্পতিৰ অৱস্থানো এই এই সময়ত আপোনাৰ বাবে লাভজনক হব৷ বুদ্ধি খটুৱাই কাম কৰিলে সফলতা পাব৷ কৰ্মক্ষেত্ৰত উন্নতি কৰাৰ সুযোগ পাব৷ যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ কোনো ধৰণৰ খেলিমেলিত সোমাই নপৰাটোৱেই মঙ্গল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

সমাজত প্ৰচলিত ধাৰণা মিছা প্ৰমাণিত কৰিলে গৱেষণাই, ৪০ বছৰৰ ভিতৰত মহিলাৰ নহয় পুৰুষৰহে পিতৃ হোৱাত সমস্যা হয়

সমাজত প্ৰচলিত ধাৰণা মিছা প্ৰমাণিত কৰিলে গৱেষণাই, ৪০ বছৰৰ ভিতৰত মহিলাৰ নহয় পুৰুষৰহে পিতৃ হোৱাত সমস্যা হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.