• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমাজত প্ৰচলিত ধাৰণা মিছা প্ৰমাণিত কৰিলে গৱেষণাই, ৪০ বছৰৰ ভিতৰত মহিলাৰ নহয় পুৰুষৰহে পিতৃ হোৱাত সমস্যা হয়

সমাজত প্ৰচলিত ধাৰণা মিছা প্ৰমাণিত কৰিলে গৱেষণাই, ৪০ বছৰৰ ভিতৰত মহিলাৰ নহয় পুৰুষৰহে পিতৃ হোৱাত সমস্যা হয়

9 months ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

43 minutes ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

1 hour ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

3 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

4 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

4 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

5 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

6 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

6 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

7 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

8 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

9 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমাজত প্ৰচলিত ধাৰণা মিছা প্ৰমাণিত কৰিলে গৱেষণাই, ৪০ বছৰৰ ভিতৰত মহিলাৰ নহয় পুৰুষৰহে পিতৃ হোৱাত সমস্যা হয়

সমাজত প্ৰচলিত ধাৰণা মিছা প্ৰমাণিত কৰিলে গৱেষণাই, ৪০ বছৰৰ ভিতৰত মহিলাৰ নহয় পুৰুষৰহে পিতৃ হোৱাত সমস্যা হয়

editor by editor
October 10, 2025
in জীৱনশৈলী
0
সমাজত প্ৰচলিত ধাৰণা মিছা প্ৰমাণিত কৰিলে গৱেষণাই, ৪০ বছৰৰ ভিতৰত মহিলাৰ নহয় পুৰুষৰহে পিতৃ হোৱাত সমস্যা হয়
0
SHARES
679
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়স ৩৫ বছৰ পাৰ হৈ গলে মহিলাসকলে সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই বুলি বহুতেই দাবী কৰে৷ কাৰণ সমাজত ধাৰণা কৰা হয় যে জন্মদাত্ৰী এগৰাকী নাৰী প্ৰজননগত দিশৰ পৰা সকলোতকৈ বেছি উৰ্বৰ হৈ থাকে ৩৫ বছৰ পৰ্যন্ত৷ তাৰ পাছতেই ধীৰে ধীৰে তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ক্ষমতা কমিবলৈ ধৰে৷ কাৰণ তেওঁলোকৰ ডিম্বানুৰ নিষিক্ত হোৱাৰ ক্ষমতা কমিবলৈ ধৰে৷ শেহতীয়াই এক গৱেষণাই এই বিষয়টো ভুল বুলি প্ৰমাণ দাঙি ধৰিছে৷

নতুন সেই গৱেষণাই কৈছে, মহিলাসকলৰ প্ৰজননৰ বয়স যিমান দিন থাকে অৰ্থাৎ যিমানদিন ঋতুস্ৰাৱ হৈ থাকে সিমান দিন পৰ্যন্ত ডিম্বানুও ভালে থাকে৷ বৰং পুৰুষৰ শুক্ৰাণুৰ অৱনতি বয়সৰ সৈতে হ’বলৈ ধৰে৷ আৰু এই বয়স বৃদ্ধি ৬০ বছৰৰ পাছত নহয়৷ আগৰে পৰাই হ’ব ধৰে৷ প্ৰৌঢ়ত্ব অহাৰ পূৰ্বৰে পৰাই প্ৰজনন ক্ষমতাৰ অৱনতি হ’বলৈ আৰম্ভ হয় পুৰুষৰ৷ কমি আহি থাকে শুক্ৰাণুৰ গুণগত মান৷ যাৰ বাবে সন্তানৰ অটিজমৰ দৰে সমস্যাও হব পাৰে৷

গৱেষণাৰ কাম চলিত বছৰতেই শেষ কৰিছে পেনে ষ্টেট বিশ্ববিদ্যালয়ে৷ তেওঁলোকৰ গৱেষণাপত্ৰত প্ৰকাশিত হৈছে যে ২০২৫ চনৰ চায়েন্স এডভান্সেছ নামৰ মেডিকেল জাৰ্নেলতো৷ গৱেষকে জনাইছে যে তেওঁলোকে ২২ বছৰ বয়সীয়া মহিলাৰ পৰা আৰম্ভ কৰি ৪০ৰ ভিতৰৰ মহিলাৰ শৰীৰৰ পৰা ডিম্বানু সংগ্ৰহ কৰি তাৰ বিশ্লেষণ কৰিছে৷ পৰীক্ষাত দেখা গৈছে যে ৩৫ বছৰৰ পাছতো মহিলাৰ ডিম্বানুৰ অৱনতি হোৱা নাই৷ আনকি বয়সৰ প্ৰভাৱো পৰা নাই ৪০ বছৰৰ ভিতৰত মহিলাৰ শৰীৰৰ পৰা লোৱা ডিম্বানুত৷

বিষয়টো ভালকৈ বুজাৰ বাবে বিজ্ঞানীয়ে যি পৰীক্ষা কৰিছিল সেয়া হৈছে মাইটোকনড্ৰিয়েল ডি এন এ মিউটেছনৰ পৰীক্ষা৷ বয়স বাঢ়িলে তাৰ প্ৰভাৱ পৰে এই মাইটোকনড্ৰিয়েল ডিএনএ মিউটেছনত৷ যিমানেই বয়স বাঢ়ে সিমানেই মিউটেছনৰ মাত্ৰাও বাঢ়ে৷ যৰ পৰা কোষসমূহে আৰু কাম কৰিব নোৱৰা হয়৷ ২২ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলাৰ শৰীৰৰ অন্যান্য অংশত যিমানে তেজত লালাৰস মিউটেছন বাঢ়িলেও ডিম্বানুত তাৰ কোনো প্ৰভাৱ পৰা নাই৷ সেইয়া দেখি বিস্মিত হৈছে গৱেষকো৷ তেওঁলোকে পূৰ্বতে ভাৱিছিল যে, বয়সৰ সৈতে মহিলাসকলৰ ডিম্বানুত  মিউটেছন বেছি হয়৷ কিন্তু তেনে কোনো পৰিঘটনা তেওঁলোকে পৰীক্ষাত লাভ নকৰিলে৷

অন্যহাতে পুৰুষৰ ক্ষেত্ৰত দেখা গৈছে ইয়াৰ ওলোটা ফল৷ পেন ষ্টেট বিশ্ববিদ্যালয়ৰ সেই গৱেষণাত কোৱা হৈছে যে পুৰুষৰ বয়স বাঢ়িলে হ’বলগীয়া সন্তানৰ স্নায়বিক সমস্যা হ’ব পাৰে৷ আনকি এই ক্ষেত্ৰত গৰ্ভপাতৰ আশংকাও থাকে৷ ইয়াৰোপৰি ৰিও ডি জেনেইৰোৰ কক্সিয়াছ ডো ছুল বিশ্ববিদ্যালয়ৰ এক গৱেষণাত উল্লেখো কৰিছে পেন ষ্টেট বিশ্ববিদ্যালয়ৰ গৱেষকে৷ সেই গৱেষণাত পোৱা গৈছে যে পুৰুষৰ ৪০-৪৫ বছৰৰ সীমা পাৰ হোৱাৰ পাছতেই তেওঁলোকৰ শুক্ৰানুৰ মান বেয়া হ’বলৈ আৰম্ভ কৰে৷

সেই গৱেষণাত কৈছে ২৫-৩৫ বছৰ বয়স পৰ্যন্ত পুৰুষৰ জন্ম দিয়াৰ ক্ষমতা সকলোতকৈ বেছি থাকে৷ তাৰপাছতেই ধীৰে ধীৰে কমিবলৈ আৰম্ভ কৰে৷ ৪৫ বছৰ বয়সীয়া পুৰুষৰ সন্তানৰ জন্ম দিবলৈ পাঁচ গুণ বেছি সময় লাগিব পাৰে৷ অৰ্থাৎ গৱেষণালব্ধ তথ্য মানিলে ৩৫ বছৰৰ পাছত মহিলাই নহয় পুৰুষৰো ধীৰে ধীৰে প্ৰজনন ক্ষমতা হেৰুৱাবলৈ আৰম্ভ হয়৷  কিন্তু সমাজত ইয়াৰ ওলোটা ধাৰণাই আজিও প্ৰচলিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
Next Post
ভগৱান বিষ্ণুৰ প্ৰিয় কাতি মাহ! কাতি মাহত কোন কোন ৰাশিৰ কঁপাল ফুলিব?

ভগৱান বিষ্ণুৰ প্ৰিয় কাতি মাহ! কাতি মাহত কোন কোন ৰাশিৰ কঁপাল ফুলিব?

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.