• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

10 months ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

13 minutes ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

22 minutes ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

2 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

9 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

editor by editor
October 27, 2025
in জীৱনশৈলী
0
নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাপী গ্ৰহ কেতুৱে ১৮মে ২০২৫ চনত গোচৰ কৰি সিংহ ৰাশিত প্ৰৱেশ কৰিছিল৷ আৰু সূৰ্যৰ ৰাশিত প্ৰৱেশ কৰি খেলাও দেখুৱাইছিল৷ ইয়াৰপাছতেই আগন্তুক বছৰ অৰ্থাৎ ২০২৬ চনৰ ডিচেম্বৰত কেতুৱে গোচৰ কৰে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ ২০২৬ৰ ডিচেম্বৰত চন্দ্ৰমাৰ ৰাশি কৰ্কটত গোচৰ কৰাৰ পূৰ্বে প্ৰথমে কেতু ২০২৬ৰ ১১ মাহত ৪ ৰাশিক সুখ প্ৰদান কৰিব৷ কেতুৱে এই ৰাশিক হঠাৎ অৰ্থলাভ কৰিব, আধ্যাত্মিক জ্ঞান বঢ়াব৷ জানি থওক কেতুৰ সুনজৰত ২০২৬চনত কোন কোন আছে?

বৃষ ৰাশি

২০২৬ চনত বৃষ ৰাশিৰ জাতকে পৈতৃক সম্পত্তিৰ পৰা ডাঙৰ লাভ পাব৷ সম্পত্তিত বিনিয়োগ কৰিলে তাৰপৰা ভাল ৰিটাৰ্ণ পাব৷ মাতৃৰ স্বাস্থ্য ভালে থাকিব৷ হঠাৎ অৰ্থ লাভৰ পাছত বেংক বেলেন্স বাঢ়িব পাৰে৷ কেৰিয়াৰত ডাঙৰ অগ্ৰগতি কৰিব৷ দৰমহা বাঢ়িব৷ ব্যৱসায়ীয়ে লাভ কৰিব৷ কোনো ডাঙৰ সুখ-স্বাচ্ছন্দ্য আহিব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে কেতু ২০২৬ চনত লাক্সাৰি জীৱন পাব৷ আপুনি আৰামদায়ক আৰু বিলাসিতাৰে ভৰা জীৱন পাব৷ অৰ্থ উপাৰ্জনৰ নতুন ৰাস্তা খুলিব৷ আধ্যাত্মিকতাৰ দিশত ৰুচি বাঢ়িব৷ ধাৰ্মিক যাত্ৰা কৰিব পাৰে৷ সম্পৰ্কৰ বিষয়ে ভাৱি চিন্তি সিদ্ধান্ত লওক৷

বৃশ্চিক ৰাশি

২০২৬ চনত কেতুৱে বৃশ্চিক ৰাশিৰ জাতকৰ দাম্পত্য জীৱনলৈ সুখ আনি দিব৷ আপোনাৰ পাৰিবাৰিক জীৱনত ভৰপুৰ আনন্দ থাকিব৷ কেৰিয়াৰৰ বাবে এই সময় শুভ হব৷ এটাৰ পাছত আনটো সফলতা অৰ্জন কৰিব পাৰে৷ চাকৰি সলনিৰ চিন্তা ভাৱনা কৰিলে ভাল সুযোগ পাব৷ ব্যৱসায়ীয়ে ভাল অৰ্থ উপাৰ্জন কৰিব৷ সমাজত মান সন্মান বাঢ়িব৷

মীন ৰাশি

নতুন বছৰ ২০২৬ত কেতুৱে মীন ৰাশিৰ জাতকৰ বাবে সফলতা কঢ়িয়াই আনিব৷ যদিও এই ৰাশিৰ চাৰেসাতি চলিব সেয়ে সাবধানে থাকিব লাগিব৷ আয় বাঢ়িব৷ বিলাসবহুল জীৱনত আপুনি খৰচ কৰিব৷ আপুনি চেলেঞ্জ আৰু বাধা অতিক্ৰম কৰি কেৰিয়াৰত আগুৱাই যোৱাৰ সুযোগ পাব৷ স্বাস্থ্য ভালে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
Next Post
আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ’ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ'ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.