• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

11 months ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

4 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

34 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

1 hour ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

18 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

editor by editor
October 27, 2025
in জীৱনশৈলী
0
২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত ৯টা গ্ৰহৰ কথা কোৱা হৈছে৷ এই গ্ৰহই সময়ে সময়ে ৰাশি পৰিবৰ্তন কৰে৷ এই গ্ৰহৰ ৰাশি পৰিবৰ্তনৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰত পৰা দেখা যায়৷ ২০২৫ চন শেষ হবলৈ হাতত মাত্ৰ ২মাহ সময় আছে৷ আৰু এই সময়ত কিছু গ্ৰহৰ অৱস্থান পৰিবৰ্তন হোৱাৰ কাৰণে বছৰৰ শেষত ভাল সময় আহিব কেইটামান ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

এই ৰাশিৰ জাতকে এই সময়ত সুখৰ সময় কটাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব পাৰে৷ জীৱনলৈ সৰু সৰু সুখৰ মুহূৰ্ত আহিব৷ পুৰণি ৰৈ থকা কাম সম্পূৰ্ণ হব আৰু মনোবলো বাঢ়িব৷ মানসিক শান্তি আৰু জীৱনৰ ভাৰসাম্য বৰ্তি থাকিব৷ প্ৰতিটো ক্ষেত্ৰত সফলতা পাব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে এই সময়কালত অৰ্থ লাভৰ বিশেষ সুযোগ আহিব৷ চাকৰি আৰু ব্যৱসায়ত বিনিয়োগে ইতিবাচক পৰিবৰ্তন আনিব৷ হঠাৎ আয়ৰ নতুন পথ খুলিব৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ জীৱনলৈ সুখৰ সময় আহিব৷ এই সময়ত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ লাভৰ সম্পূৰ্ণ সুযোগ পাব৷

বৃশ্চিক ৰাশি

বছৰৰ শেষ দুটা মাহত বৃশ্চিক ৰাশিৰ জীৱনলৈ সুখ স্বাচ্ছন্দ্য বৰ্তি থাকিব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন সুযোগ আহিব৷ পুৰণি পৰিশ্ৰমৰ ফল পাব৷ সমাজত আৰু বন্ধুৰ মাজত মান সন্মান বাঢ়িব৷ স্বাস্থ্য আৰু মানসিক পৰিস্থিতি ভালে থাকিব৷ জীৱনত ভাৰসাম্য আৰু সফলতা উভয়েই থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

মই এগৰাকী ৰেছপনছিবল মাদাৰ, এগৰাকী ৰেছপনছিবল লেখক হিচাপে মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কৈছিলো, জুবিন অসুস্থ আছিল যদি ছিংগাপুৰলৈ যাব দিব নালাগিছিলঃ ৰীতা চৌধুৰী

মই এগৰাকী ৰেছপনছিবল মাদাৰ, এগৰাকী ৰেছপনছিবল লেখক হিচাপে মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কৈছিলো, জুবিন অসুস্থ আছিল যদি ছিংগাপুৰলৈ যাব দিব নালাগিছিলঃ ৰীতা চৌধুৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.