• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

6 months ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

34 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

6 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

7 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই

editor by editor
October 30, 2025
in জীৱনশৈলী, ভাৰত
0
অষ্টম পে কমিছনত কিমান বাঢ়িব দৰমহা? কি ৫ ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰি বাঢ়িব দৰমহা? জানি থওক আজিয়েই
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম দৰমহা কমিছনৰ অপেক্ষা আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ৷ পেঞ্চন বঢ়াৰ আশাত আছে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীও৷ ইতিমধ্যেই টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন দিছে মোদী মন্ত্ৰিসভাই৷ অষ্টম বেতন কমিছন কাৰ্যকৰী হলে দৰমহা বহু পৰিমাণে বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ৷

কি কি ফেক্টৰক বিবেচনাত ৰখা হ’ব?

অষ্টম বেতন কমিছনত একাধিক ফেক্টৰক বিবেচনা কৰি দৰমহা বৃদ্ধি কৰা হ’ব৷ জানি থওক সেই ফেক্টৰসমূহ কি কি?

১. দেশৰ অৰ্থনৈতিক অৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰে এই খৰচ কেনেকৈ বহন কৰিব৷

২. উন্নয়ন আৰু জনকল্যাণৰ কাম চলাই যাবলৈ পৰ্যাপ্ত অৰ্থৰ ব্যৱস্থা নিশ্চিত কৰাটো প্ৰয়োজন৷

৩. অবদানবিহীন পেঞ্চন প্ৰকল্পসমূহৰ অনুদানপ্ৰাপ্ত খৰচ

৪. ৰাজ্য চৰকাৰৰ আৰ্থিক পৰিস্থিতিৰ ওপৰত সম্ভাব্য প্ৰভাৱঃ সাধাৰণতে ৰাজ্য চৰকাৰসমূহে কিছু পৰিবৰ্তন বা সংশোধন কৰি কেন্দ্ৰৰ চৰ্তসমূহ গ্ৰহণ কৰে৷ ফলত এই চৰ্তসমূহ বাস্তৱায়ন ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব সেয়াও গুৰুত্বপূৰ্ণ বিবেচ্য বিষয়৷

৫. বৰ্তমান কেন্দ্ৰীয় পাব্লিক চেক্টৰ ইউনিট আৰু বেচৰকাৰী সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ যি দৰমহা, সুযোগ সুবিধা আৰু কামৰ পৰিবেশ আছে সেয়াও তুলনামূলকভাৱে বিবেচনাত ৰখা হব৷

8th Pay Commission ত টাৰ্মছ অফ ৰেফাৰেন্স কি?

কেন্দ্ৰীয় মন্ত্ৰি অশ্বিনী বৈষ্ণৱৰ প্ৰাথমিক ঘোষণাৰ ১০ মাহৰ পাছত অষ্টম পে কমিছনৰ টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন দিছে মন্ত্ৰিসভাই৷ মন্ত্ৰীয়ে বৈষ্ণৱে নিশ্চিত কৰিছিল যে ২০২৫ চনৰ জানুৱাৰীৰ পৰা অষ্টম দৰমহা কমিছন গঠন কৰা হৈছে৷ টাৰ্মছ অফ ৰেফাৰেন্স হৈছে পে কমিছনৰ কাৰ্যপৰিধি আৰু দায়িত্ব নিৰ্ধাৰণ কৰি দিয়ে টাৰ্মছ অফ ৰেফাৰেন্স বা ToRয়ে৷ ToR-য়ে ই পে কমিছনৰ কামৰ দিশা ঠিক কৰি দিয়ে, কোন বিষয়সমূহ পৰ্যালোচনা কৰিব লাগিব, কোন ক্ষেত্ৰসমূহ সংশোধনৰ প্ৰস্তাৱ দিব লাগিব সকলোবোৰ এই নথিৰ ওপৰত নিৰ্ভৰ কৰে৷

অষ্টম দৰমহা কমিছনত কোন কোন লাভৱান হ’ব?

অষ্টম দৰমহা কমিছনৰ ফলত লাভাম্বিত হব ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী৷ ইয়াৰোপৰি প্ৰায় ৬৫ লাখ পেঞ্চনভোগীৰ পেঞ্চন বাঢ়ি যাব৷ সেনা বা ডিফেন্স অৱসৰপ্ৰাপ্তসকলৰো পেঞ্চন বাঢ়িব৷ অষ্টম দৰমহা কমিছন গঠনৰ ১৮ মাহৰ ভিতৰত তেওঁলোকে চুড়ান্ত সিদ্ধান্ত জমা দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
নৱেম্বৰত শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য শুক্ৰৰ মিলনত আগন্তুক মাহত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন