• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

7 months ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

27 minutes ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

1 hour ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

2 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

2 hours ago
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

3 hours ago
‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

‘ফিফা বিশ্বকাপ ফিক্সিং হৈ আছে, চেম্পিয়ন আৰ্জেণ্টিনাই হ’ব’ জিকোৰ বিস্ফোৰক অভিযোগ

4 hours ago
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

5 hours ago
কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

কি খাই ভাল পায় ‘গ’ল মেচিন’ হালাণ্ডে?

6 hours ago
সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

সোণ নহয়, এই ৫টা ৰাশিৰ লোকৰ বাবে ৰূপেই আনে সৌভাগ্য

6 hours ago
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

7 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

9 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

Relationship Tips: সংগী হ’ব চিৰদিনলৈ দূৰ! যদি আজিয়েই সলনি নকৰে এইকেইটা অভ্যাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?

editor by editor
December 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অষ্টম পে কমিছনৰ দৰমহা কেতিয়াৰে পৰা পাব চৰকাৰী কৰ্মচাৰীয়ে? কেন্দ্রই কি কৈছে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি যদি নিজে এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হয় অথৱা আপোনাৰ পৰিয়ালত এজন কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মচাৰী থাকে তেতিয়া এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী৷ কৰ্মচাৰী অবিহনেও লাখ লাখ কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনভোগীৰ ওচৰত সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈছে অষ্টম দৰমহা কমিছন কেতিয়া বাস্তবায়িত হব? সোমবাৰে এই বিষয়ক লৈ সংসদত প্ৰশ্ন কৰা হৈছিল৷ ৮ ডিচেম্বৰত চাৰিজন সাংসদ অৰ্থ প্ৰতিমন্ত্ৰী পংকজ চৌধুৰিক এই বিষয়ে প্ৰশ্ন কৰিছিল৷ উত্তৰত মন্ত্ৰীগৰাকীয়ে কি কৈছে?

সোমবাৰে লোকসভাত কেন্দ্ৰই জনাইছে যে ৫০.১৪ লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু প্ৰায় ৬৯ লাখ পেঞ্চনভোগীয়ে ৮ম কেন্দ্ৰীয় দৰমহা কমিছন পৰা উপকৃত হব৷ অৰ্থ মন্ত্ৰণালয়ৰ প্ৰতিমন্ত্ৰী পঙ্কজ চৌধুৰীয়ে এক লিখিত জৱাবত এই পৰিসংখ্যা শ্বেয়াৰ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ সংখ্যা ৫০.১৪ লাখ আৰু পেঞ্চনভোগীৰ সংখ্যা আনুমানিক ৬৯ লাখ৷ মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে অষ্টম চিপিচি বাস্তবায়নৰ বিজ্ঞাপ্তিৰ তাৰিখ চৰকাৰে নিৰ্ধাৰণ কৰিব৷ অষ্টম চিপিচিৰ গৃহীত তথ্য বাস্তবায়নৰ বাবে চৰকাৰে যথাযথ ফাণ্ডৰ ব্যৱস্থা কৰিব৷ অষ্টম চিপিচিৰ বাস্তবায়নৰ তাৰিখৰ চৰ্তাৱলী, ফাণ্ড আৰু কৰ্মচাৰীৰ পেঞ্চনভোগী সমিতিৰ পৰামৰ্শসহ বিভিন্ন বিষয়ত সাংসদ এন কে প্ৰেমচন্দ্ৰন, থাঙ্গা তামিলছেলভান, গণপতি ৰাজকুমাৰ পি আৰু ধৰ্মেন্দ্ৰ যাদৱৰ উত্থাপিত প্ৰশ্নৰ উত্তৰো দিয়ে মন্ত্ৰীগৰাকীয়ে৷

সোমবাৰে অৰ্থ প্ৰতিমন্ত্ৰী পঙ্কজ চৌধুৰীয়ে অষ্টম দৰমহা কমিছন কেতিয়া আৰম্ভ হব আৰু কিমানজন কৰ্মচাৰী ইয়াৰ আওঁতালৈ আহিব সেই সম্পৰ্কত কয় যে, সকলোবোৰ চূড়ান্ত হোৱাৰ পাছতে চৰকাৰে বাস্তবায়নৰ তাৰিখ নিৰ্ধাৰণ কৰিব৷ তেওঁ লগতে কয় যে গৃহীত প্ৰস্তাৱসমূহ অনুমোদিত হোৱাৰ পাছত প্ৰয়োজনীয় ফাণ্ড মুকলি কৰি দিয়া হব৷ অষ্টম দৰমহা কমিছন ইতিমধ্যেই গঠিত হৈছে আৰু ইয়াৰ চৰ্তাৱলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ অক্টোবৰত অনুমোদন দিছে৷ ইয়াৰপাছতেই অৰ্থ মন্ত্ৰণালয়ে ৩ নৱেম্বৰত এটা প্ৰস্তাৱৰ মাধ্যমেৰে আনুষ্ঠানিকভাৱে টিওআৰ জাৰি কৰে৷ অক্টোহকচ চৰকাৰে এই বছৰৰ চূড়ান্ত মহাৰ্ঘ্য ভাটা বৃদ্ধিৰ অনুমোদন দিছে যি ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কিছু স্বস্তি প্ৰদান কৰে৷ কিন্তু অষ্টম দৰমহা কমিছন কেতিয়া আৰম্ভ হব তাৰ কোনো নিশ্চিত তাৰিখ এতিয়াও নাই৷ সকলোৰে মনত এটাই প্ৰশ্ন আছে মহাৰ্ঘ্য ভাট্টা বৃদ্ধি অব্যাহত থাকিব নে নতুন দৰমহা কাঠামো আৰম্ভ নোহোৱা পৰ্যন্ত স্থগিত থাকিব?

অষ্টম দৰমহা কমিছন কাৰ্যকৰ নোহোৱা পৰ্যন্ত ডি এৰ কি হ’ব?

সহজ ভাষাত ডিএ এতিয়া যেনেকৈ আছে তেনেকৈয়ে চলিব৷ ইয়াক এতিয়াও মূল দৰমহাৰ শতাংশ হিচাপে গণনা কৰা হব আৰু বছৰত দুবাৰ অৰ্থাৎ জানুৱাৰী আৰু জুলাই মাহত বৰ্তমান সূত্ৰ ব্যৱহাৰ কৰি সংশোধন কৰা হ’ব৷

কমিছন সম্পৰ্কিত জাৰি কৰা নিয়মকানুন

অষ্টম দৰমহা কমিছন সম্পৰ্কিত প্ৰশ্নৰ উত্তৰত প্ৰতিমন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে অষ্টম কেন্দ্ৰীয় দৰমহা কমিছন ইতিমধ্যেই গঠিত হৈছে৷ প্ৰাসংগিক নিয়মকানুন ৩ নৱেম্বৰ ২০২৫ তাৰিখে জাৰি কৰা হৈছিল৷ ইয়াৰ অৰ্থ হৈছে কমিছন গঠিত হোৱা কাম এতিয়াও প্ৰাৰম্ভিক অৱস্থাত৷

১ জানুৱাৰী ২০২৬ ৰ পৰা বাস্তবায়িত হ’ব নেকি?

সকলোতকৈ ডাঙৰ প্রশ্ন হৈছে অষ্টম দৰমহা কমিছন ১ জানুৱাৰী ২০২৬ৰ পৰা বাস্তবায়িত হ’ব নেকি? এই প্ৰশ্নটো বহুতৰেই মনত আছে কাৰণ পূৰ্বে প্ৰতিটো দৰমহা কমিছন ১০ বছৰ পাছত বাস্তবায়িত হৈছে৷ মন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰত কয় যে দৰমহা কমিছন বাস্তবায়নৰ তাৰিখক লৈ চৰকাৰে পাছত সিদ্ধান্ত ল’ব৷ অৰ্থাৎ এই মুহূৰ্তত এই বিষয়ে কোনো নিশ্চয়তা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?
জীৱনশৈলী

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

July 8, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়
জীৱনশৈলী

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
Next Post
দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

দেৱী লক্ষ্মীৰ প্ৰিয় এই ৩ৰাশি, কঠোৰ পৰিশ্ৰমৰ পাছত সমৃদ্ধি-খ্যাতি উপচি পৰিব কোন কোন ৰাশিৰ?

বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

বছৰৰ আৰম্ভণিতেই মঙ্গলাদিত্য ৰাজযোগ, ১ জানুৱাৰীৰ পৰা উজলি উঠিব এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.