• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

12 minutes ago
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

3 minutes ago
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

আজি ২২ ডিচেম্বৰ তাৰিখ আপোনাৰ বাবে শুভ নে অশুভ, চাওক দৈনিক ৰাশিফল

2 hours ago
২০২৬ৰ ১ জানুৱাৰীৰ দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

২০২৬ৰ ১ জানুৱাৰীৰ দিনটোতে কৰক এই কাম, কোনোদিনে নহয় ধনৰ অভাৱ

15 hours ago
নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

15 hours ago
বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

23 hours ago
নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

নীলা হালধি খায় প্ৰিয়ংকা গান্ধীয়ে, প্ৰধানমন্ত্ৰী মোদীয়েও সুধিবলৈ বাধ্য ইয়াৰ উপকাৰিতা

23 hours ago
নতুন বছৰত ৪২ দিনৰ বাবে ওলোটা যাত্ৰা কৰিব শুক্ৰই, ৩ ৰাশিৰ ওপৰত পৰিব শুভ প্ৰভাৱ

নতুন বছৰত ৪২ দিনৰ বাবে ওলোটা যাত্ৰা কৰিব শুক্ৰই, ৩ ৰাশিৰ ওপৰত পৰিব শুভ প্ৰভাৱ

1 day ago
টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

1 day ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

1 day ago
২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

2 days ago
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

2 days ago
ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস

ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, December 22, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

editor by editor
December 22, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
0
SHARES
2
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

বছৰৰ শেষৰটো মাহতো অসমৰ সাংস্কৃতিক জগতৰ পৰা আহিল আন এক দুসংবাদ। ৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান।

ককাদেউতা, নাতি আৰু হাতি, মণিৰাম দেৱান, মৰম তৃষ্ণা , লটি-ঘটি, প্ৰতিধ্বনি, ৰতনলাল, সোণমা
ইত্যাদি জনপ্রিয় অসমীয়া বোলছবিৰ অভিনেত্রী আছিল ৰঞ্জনা শৰ্মা বৰদলৈ।

অসমীয়া ছোৱালীয়ে অভিনয় কৰিবলৈ কুন্ঠাবোধ কৰা সময়তে ৰঞ্জনা শৰ্মা বৰদলৈয়ে ৰক্ষণশীল সমাজৰ বান্ধোনৰ পৰা ওলাই আহি অসমীয়া ছবি জগতত নিজৰ প্ৰতিভাৰে সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

ভাৰত নাট্যম ইত্যাদি নৃত্য কলাৰেও নিজৰ পৰিচয় ৰাজ্যৰ সাংস্কৃতিক জগতত চিনাকি কৰিছিল ৰঞ্জনা শৰ্মা বৰদলৈয়ে।

ডিব্ৰুগড়ৰ জে জে এম নামৰ ব্যক্তিগত চিকিৎসালয়ত ৮০ বছৰ বয়সত আজি সন্ধ্যা ৭:৩০ বজাত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam Film IndustryVeteran Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
অসম

‘কিমান শক্তিশালী জুবিন গাৰ্গৰ চাৰ্জশ্বীট !’ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

December 16, 2025
Next Post
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.