• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব বিলাসী বাহন! ২.০৮ কোটি টকাৰে ক্ৰয় ছেকেণ্ড হেণ্ড নম্বৰ প্লেট, কোন এই ব্যক্তি?

নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব বিলাসী বাহন! ২.০৮ কোটি টকাৰে ক্ৰয় ছেকেণ্ড হেণ্ড নম্বৰ প্লেট, কোন এই ব্যক্তি?

8 months ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

3 minutes ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

33 minutes ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

1 hour ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

2 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

3 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

4 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

5 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

6 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

18 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

19 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব বিলাসী বাহন! ২.০৮ কোটি টকাৰে ক্ৰয় ছেকেণ্ড হেণ্ড নম্বৰ প্লেট, কোন এই ব্যক্তি?

নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব বিলাসী বাহন! ২.০৮ কোটি টকাৰে ক্ৰয় ছেকেণ্ড হেণ্ড নম্বৰ প্লেট, কোন এই ব্যক্তি?

editor by editor
February 2, 2026
in জীৱনশৈলী
0
নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব বিলাসী বাহন! ২.০৮ কোটি টকাৰে ক্ৰয় ছেকেণ্ড হেণ্ড নম্বৰ প্লেট, কোন এই ব্যক্তি?
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহনখনৰ নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব এখন বিলাসী বাহন৷ ডিডিচি ০১’ নামৰ এখন নম্বৰ প্লেটৰ বাবেই কোটি কোটি টকা ব্যয় কৰিছে অন্ধ্ৰপ্ৰদেশৰ গুনটুৰৰ এগৰাকী বাসিন্দা৷ ২.০৮ কোটি টকাৰে নিলাম কৰা সেই ভি আই পি নম্বৰ প্লেটখন আলোচনাৰ বিষয়বস্তু হৈছে সামাজিকমাধ্যমত৷ নিলামত বিক্ৰি হোৱা সকলোতকৈ ব্যয়বহুল নম্বৰসমূহৰ মাজত  এটা হৈছে ডিডিচি ০১৷

সংবাদ প্ৰতিবেদন অনুসৰি বিলাসবহুল সংগ্ৰহ নিলামত এই নম্বৰ প্লেটখন বিক্ৰি হৈছে৷ এই ভিনটেজ নম্বৰ প্লেটখনৰ মালিকানা আছিল যতীন আগুজা নামৰ এজন ব্যক্তিৰ৷ অন্ধ্ৰপ্ৰদেশৰ গুনটুৰৰ বাসিন্দা কিৰণ কোলপাকুলা নামৰ এজন ব্যক্তিয়ে নিলামত ২.০৮ কোটি টকাৰ দৰপত্ৰ জমা দিছিল৷ শেষ পৰ্যন্ত তেওঁ বিজয়ী হয়৷

নিলামকাৰী সংস্থাই তেওঁৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ পৰা নম্বৰ প্লেট নিলামৰ দৰপত্ৰ প্ৰকাশ কৰি জনাইছে, ‘আমি ভাৱিবই পৰা নাছিলো এনে ধৰণৰ ঘটনা ঘটিব বুলি৷ ইতিহাস তৈয়াৰ হৈছে৷’ ২০২২চনৰ ডিচেম্বৰত যতীনে তেওঁৰ ভিআইপি নম্বৰ প্লেটসহ নতুন বাহনৰ এখন ছবিও সামাজিকমাধ্যমত শ্বেয়াৰ কৰিছে৷

এই নিলাম সংস্থাটোৱে জনপ্ৰিয় তাৰকাসকলক একাধিক বিলাসী বাহন বিক্ৰিও কৰিছে৷ ইয়াৰ মাজত আছে শিল্পা চেট্টিৰ মাৰ্চিডিজ মেবাখ জি এল এছ ৬০০, চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত চেট্টিৰ মাৰ্চেডিজ বেঞ্জ চি এল এ ২০০ ডি আৰু ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ ৰেঞ্জ ৰোভাৰ স্পোৰ্ট এছ ভি আৰ৷ সংস্থাৰ সূত্ৰ অনুসৰি তেওঁলোকৰ ওচৰত নিলামৰ বাবে আৰু কেইবাখনো ভিনটেজ নম্বৰ প্লেট আছে৷ যেনে চি এই ই ৭৮ আৰু এইচ আৰ ৫৯০০০১’ ৷ ‘৯৯৯৯৯৯৯৯৯এক্স’ আৰু ৮৮৮৮৮৮৮৮এক্স’-ৰ দৰে বিৰল মোবাইল নম্বৰো নিলামৰ বাবে তেওঁলোকৰ হাতত আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

কাষলৈ আহিব ৰাহু-সূৰ্য-মঙ্গল, সাৱধান হওক, গ্ৰহণ যোগৰ সৈতে অঙ্গাৰক যোগে বিপদত পেলাব এই ৫ৰাশিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.