• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

5 minutes ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

32 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

5 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

23 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

editor by editor
March 14, 2026
in জীৱনশৈলী
0
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
0
SHARES
585
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত যেতিয়া একে ৰাশিত তিনিগ্ৰহ একলগ হয় তেতিয়াই ত্ৰিগ্ৰহী যোগ গঠন হয়৷ সম্প্ৰতি ২ মাৰ্চত শুক্ৰই মীন ৰাশিত প্ৰৱেশ কৰিছে আৰু তাত প্ৰথমৰ পৰাই শনিদেৱে বিৰাজ কৰিছে৷ ১৫ মাৰ্চত সূৰ্যই মীনত গোচৰ কৰিব৷ সূৰ্যৰ এই প্ৰৱেশৰ লগে লগে মীন ৰাশিত ত্ৰিগ্ৰহী যোগৰ নিৰ্মাণ হ’ব৷ দেৱগুৰু বৃহস্পতিৰ ৰাশি মীনত তৈয়াৰ হোৱা এই যোগে কেইবাটাও ৰাশিৰ বাবে ইতিবাচক পৰিণাম কঢ়িয়াই আনিব৷ জানি থওক এই ৰাশিসমূহ কি কি?

বৃষ ৰাশি

এই ত্ৰিগ্ৰহী যোগ বৃষ ৰাশিৰ জাতকৰ বাবে উপকাৰী প্ৰমাণিত হব পাৰে৷ শুক্ৰৰ উপস্থিতিয়ে এই যোগক আৰু প্ৰভাৱশালী কৰি তুলিব৷ যিয়ে আৰ্থিক পৰিস্থিতি শক্তিশালী হোৱাৰ ইংগিত দিয়ে৷ কৰ্মজীৱনত উন্নতিৰ সুযোগ তৈয়াৰ হব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে ভাল পদ লাভ কৰাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবেও এই সময় অনুকূল৷ পৰিয়ালৰ মাজত এক সুখী পৰিবেশে বিৰাজ কৰিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ কৰ্মভাৱনাত এই যোগ তৈয়াৰ হৈছে৷ সেয়ে তেওঁলোকৰ পেছাগত জীৱনত ইতিবাচক পৰিবৰ্তন আশা কৰা হৈছে৷ যিসকলে দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকে কাঙ্খিত সুযোগ পাব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হলে তেওঁলোকতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ পাৰিবাৰিক জীৱনত আনন্দদায়ক পৰিবৰ্তন আহিব৷ যিয়ে পৰিয়ালৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব৷ এই সময়ত ভাগ্যও আপোনাৰ পক্ষত থাকিব৷

কুম্ভ ৰাশি

এই ত্ৰিগ্ৰহী যোগ কুম্ভ ৰাশিৰ বাবেও শুভ লক্ষণ৷ আৰ্থিক বিষয়সমূহ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে৷ ৰৈ থকা অৰ্থ পুনৰুদ্ধাৰ হব পাৰে৷ কেৰিয়াৰত উন্নতিৰ বাবে নতুন সুযোগ আহিব৷ এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ বহু কাম সহজেই সম্পন্ন কৰিব পাৰে৷ স্বাস্থ্যও স্বাভাৱিকতে ভালে থাকিব৷ সমাজত সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে৷ সামগ্ৰিকভাৱে এই সমন্বয়ে ইতিবাচক ফলাফল কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
Next Post
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন