• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

23 minutes ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 seconds ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

1 hour ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

2 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

3 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

4 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

5 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

5 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

6 hours ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

7 hours ago
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

7 hours ago
কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত...

editor by editor
April 28, 2026
in বিবিধ, ভাৰত, লেখা
0
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
0
SHARES
17
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ এক পবিত্ৰ বান্ধোন। বিবাহৰ সৈতে মাথোঁ দুজন ব্যক্তি নহয়, দুখন পৰিয়ালো জড়িত হৈ থাকে। এইবাৰ পঞ্জাৱৰ ফাজিলকাৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ, যিয়ে সকলোকে আচৰিত কৰি তুলিছে। বিয়া হ’ল ঠিকেই, কিন্তু শেষ মুহূৰ্তত দৰাৰ প্ৰথম পত্নী পুলিচৰ সৈতে বিয়াঘৰত উপস্থিত হয়। তাৰ পিছল লাগিল হাহাকাৰ, কইনা নিব নে নিনিয়ে।

প্ৰায় সকলো বিয়াৰ অনুষ্ঠান সম্পূৰ্ণ হৈ গৈছিল। বৰমালা পিন্ধোৱাৰ পিছত দৰা-কইনাই হোমৰ জুইক সাক্ষী কৰি সাত জীৱনৰ বাবে একেলগে থকাৰ কথা দিয়ে। কিন্তু তাতেই লাগে কেনা! কইনাৰ পৰিয়ালটো বিদায়ৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ সময়তে হঠাতে দৰা জছৱিন্দৰৰ প্ৰথম পত্নী যশৱন্ত কৌৰ আৰক্ষী লৈ আহি উপস্থিত হয়।

যছবন্ত কৌৰে কয়, তেওঁৰ প্ৰথম স্বামীৰ মৃত্যুৰ পিছত ২০১৭ চনত জছৱিন্দৰ সিঙৰ সৈতে আদালতৰ বিবাহপাশত আৱদ্ধ হয়। বিগত ৯ বছৰ ধৰি দুয়ো একেলগে বাস কৰি আছিল আৰু এগৰাকী কন্যাও আছে। জছৱিন্দৰে তেওঁক জালালাবাদত ৰাখিছিল, কিন্তু কেতিয়াও মৌজেৱালাত থকা নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ লৈ যোৱা নাছিল। তেওঁক ঘৰলৈ নিয়াৰ বাবে সদায় অজুহাত দেখুৱাইছিল। প্ৰায় এবছৰমান আগতে যশৱন্তক এৰি নিৰুদ্দেশ হয়।

আশ্চৰ্যজনকভাৱে জছৱিন্দৰে নিজেই দৰা হিচাপে থকা এখন ফটো যশৱন্তলৈ পঠিয়াই দিলে। ধৰা নপৰা বুলি ভাবিছিল চাগে, কিন্তু এইটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ ভুল বুলি প্ৰমাণিত হ’ল। ফটোখন পোৱাৰ লগে লগে যশৱন্তে তেওঁক বিচাৰি উলিয়াই আৰক্ষীৰ সৈতে পোনে পোনে বিয়াৰ স্থানলৈ যায়। দৰাজন ড্ৰাগছ আসক্ত আৰু অপৰাধী বুলি প্ৰমাণিত হয় আৰু বিয়াও বাতিল হয়। কিন্তু দৰা দেৱালৰ ওপৰেৰে দৌৰি পলাই যাবলৈ সক্ষম হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!
অসম

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

April 28, 2026
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!
জীৱনশৈলী

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

April 28, 2026
Next Post
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.