চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহত সফলতা।
জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু কলগাছিযা থানাৰ ভাৰপ্ৰাপ্ত বিষযা হিতেশ হালৈৰ নেতৃত্বত নিশা কলগাছিযাত আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত উদ্ধাৰ ৮০ খনতকৈ অধিক ATM কাৰ্ড, ৫০ টা মোৱাইল ফোন, কিউৱাৰ কোড আৰু নগদ চাৰিলাখ টকা।
এই অভিযানত আৰক্ষীৰ জালত পৰে মাছুদ জিন্নুল আহমেদ নামৰ দুধৰ্ষ চাইবাৰ অপৰাধী।
কলগাছিযাৰ বিভিন্ন স্হানত অব্যাহত আৰক্ষীৰ অভিযান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















