• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

2 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

9 minutes ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

29 minutes ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

1 hour ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

2 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

হাই চিকিউৰিটি জ’নত কেনেকৈ ভাইৰেল NEET-UG ৰ প্ৰশ্নকাকত? পোহৰলৈ আহিছে আচৰিত তথ্য

3 hours ago
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

4 hours ago
মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

১৫ নে ১৬ মে’ত শনি জয়ন্তী? শনিৰ কোপদৃষ্টিৰ পৰা থাকক আঁতৰত

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

editor by editor
May 13, 2026
in জীৱনশৈলী
0
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ এদিনৰ অপেক্ষা৷ কাইলৈ অৰ্থাৎ ১৪ মেত দুই শুভ গ্ৰহ বুধ আৰু শুক্ৰই নিজৰ ৰাশি পৰিবৰ্তন কৰিব৷ ইয়াৰ ফলত গঠিত হ’ব ৰাশি পৰিবৰ্তন যোগ৷ কাইলৈ বুধ যাব শুক্ৰৰ ৰাশি বৃষত আৰু শুক্ৰ যাব বুধৰ ৰাশি মিথুনত৷ এই দুই গ্ৰহই এটাই আনটোৰ ঘৰত গোচৰ কৰাৰ ফলত গঠিত হ’ব এই বিশেষ যোগ৷ জানি থওক ৰাশি পৰিবৰ্তন যোগৰ প্রভাৱত ১৪ মে’ৰ পৰা বৃহৎ সাফল্যই ধৰা দিব কোন কোন ৰাশিৰ জাতকৰ জীৱনত?

মেষ ৰাশিত পৰিবৰ্তন যোগৰ প্ৰভাৱ

কাইলৈ মেষ ৰাশি এৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব বুধে৷ বুধৰ গোচৰৰ প্ৰভাৱত কাইলৈৰ পৰা মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ বৰ্তমান শনিৰ চাৰে সাতি চলিছে এই ৰাশিত৷ তৎসত্ত্বেও ৰাশি পৰিবৰ্তন যোগৰ প্ৰভাৱত সাফল্য পোৱাৰ সম্ভাৱনা আছে৷ জীৱনত বিলাসিতা বাঢ়িব৷ নতুন বাহন কিনিব পাৰে৷ ফুৰিবলৈ যাব পাৰে৷ বিনোদনৰ সুযোগ পাব৷ কোনো বিতৰ্কিত বিষয়ত আপুনি জয়ী হোৱাৰ সম্ভাৱনা৷ প্ৰেম জীৱনত সাহসী সিদ্ধান্ত ল’ব৷ সম্পত্তি সংক্ৰান্তিয় কামত আপোনাৰ লাভ হ’ব৷

বৃষ ৰাশিত পৰিবৰ্তন যোগৰ প্ৰভাৱ

বুধ আৰু শুক্ৰৰ গোচৰৰ প্ৰভাৱত বুদ্ধি আৰু যুক্তিবোধ বাঢ়িব বৃষ ৰাশিৰ জাতকৰ৷ প্ৰেম জীৱনত মাধুৰ্য থাকিব৷ বন্ধুৰ পৰা প্ৰয়োজনীয় সহায় পাব৷ কৰ্মক্ষেত্ৰত বৃষৰ জাতকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব৷ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব৷ দামী কাপোৰ আৰু বিলাসীতাৰ দ্ৰব্য কিনিব পাৰে৷ কল্পনাশক্তি বাঢ়িব৷ শিল্পীসত্ত্বাৰ বিকাশ হ’ব৷ চৰকাৰী কামত সাফল্য লাভ কৰাৰ যোগ আছে৷

মিথুন ৰাশিত পৰিবৰ্তন যোগৰ প্ৰভাৱ

ৰাশি পৰিবৰ্তন যোগৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতকৰ জীৱনত সুখ বাঢ়িব৷ পৰিয়ালৰ সৈতে অত্যন্ত সুখৰ সময় কটাব৷ অফিচত আপোনাৰ পৰিস্থিতিৰ উন্নতি হ’ব৷ নিজৰ কামৰ বাবে যি স্বীকৃতি আপুনি বহুদিন ধৰি আশা কৰিছিল সেয়া পাব পাৰে৷ যিসকলে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ বাবে বহুদিন ধৰি অপেক্ষা কৰিছিল সেই অপেক্ষাৰ অৱসান ঘটিব৷ আশাতীতভাৱে আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷

কন্যা ৰাশিত ৰাশি পৰিবৰ্তন যোগৰ প্রভাৱ

বুধ আৰু শুক্ৰৰ গোচৰৰ প্ৰভাৱত সৌভাগ্য আৰু উন্নতিৰ সুযোগ পাব কন্যা ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ দুৱাৰ আপোনাৰ সন্মুখত খুলি যাব৷ প্ৰমোছন পাব পাৰে৷ আৰ্থিকভাৱে লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ প্ৰমোছনৰ সুযোগ আছে৷ আয় বাঢ়িব আৰু সঞ্চয়ো বাঢ়িব৷ শিক্ষাক্ষেত্ৰতো সাফল্য লাভৰ সম্ভাৱনা আছে৷ প্ৰেমৰ ক্ষেত্ৰতো এই সময় আপোনাৰ বাবে ভাল৷

তুলা ৰাশিত ৰাশি পৰিবৰ্তন যোগৰ প্ৰভাৱ

বুধ আৰু শুক্ৰৰ গোচৰ লাভজনক হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ যিসকলে পৰিয়ালৰ পৰা দূৰৈত থাকে তেওঁলোকৰ জীৱনসংগী আৰু পৰিয়ালৰ বাকীসকলৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব৷ পাৰ্টনাৰৰ সৈতে ৰোমাণ্টিক সময় কটাব৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ অভাৱনীয় আৰ্থিক লাভৰ সুযোগ পাব পাৰে৷ ভ্ৰমণ যোগ আছে৷ ভায়েক ভনীয়েকৰ পৰা সহায় পাব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?
জীৱনশৈলী

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

May 13, 2026
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ
জীৱনশৈলী

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

May 13, 2026
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক
জীৱনশৈলী

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

May 13, 2026
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
জীৱনশৈলী

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

May 13, 2026
Next Post

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন