• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

54 minutes ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

3 minutes ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

1 hour ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

2 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

16 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

17 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

18 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

19 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

20 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

21 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

editor by editor
May 21, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?
0
SHARES
30
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যৰ মাদ্ৰাছাসমূহত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰাক লৈ এক নতুন নিৰ্দেশনা দিয়াক লৈ ৰাজনৈতিক আৰু প্ৰশাসনিক মহলত তীব্ৰ আলোচনা আৰম্ভ হৈছে৷ প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাজ্যৰ মাদ্ৰাছা, শিক্ষা দপ্তৰৰ পৰা জাৰি হোৱা সেই নিৰ্দেশ অনুসৰি এইবাৰৰ পৰা সমস্ত মাদ্ৰাছাত প্ৰতিদিনে ক্লাছ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰ্থনা বা এছেম্বলিত বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰা হ’ব৷

বিষয়টোক লৈ মাদ্ৰাছা ষ্টাফ এছচিয়েচনৰ ৰাজ্যিক কমিটিৰ সভাপতি ফিৰোজউদ্দিন ছাকীয়ে কয়, ‘যি দেশত বাস কৰো তাৰ নিয়ম কানুন মানি চলাই আমাৰো ধৰ্মীয় নিৰ্দেশ৷ চৰকাৰৰ নিৰ্দেশত আমাৰ কোনো আপত্তি নাই৷ যিসকল প্ৰগতিশীল মুছলমান, শিক্ষিত মুছলমান তেওঁলোকৰ কোনো সমস্যা নাই৷ আমাৰ সংগঠনৰ আওতাত ১১০০ মাদ্ৰাছা আছে৷ গৰমৰ বন্ধৰ পাছত ১ জুনত মাদ্ৰাছাসমূহ খুলিব৷ প্ৰথমদিনৰ পৰাই আৰম্ভ হ’ব বন্দেমাতৰম সংগীত৷ ছাৰে জাঁহা চে আচ্ছা গোৱা হয়৷ এইবাৰ ইয়াৰ সৈতে বন্দো মাতৰমো গোৱা হ’ব৷’

সূত্ৰৰ উল্লেখ কৰি কোৱা হৈছে যে ১৯ মে ২০২৬ তাৰিখে মাদ্ৰাছা শিক্ষাৰ ডাইৰেক্টৰেটে এই নিৰ্দেশিকা জাৰি কৰিছে আৰু অবিলম্বে কাৰ্যকৰ কৰাৰ কথাও জনোৱা হৈছে৷ নিৰ্দেশিকাৰ পূৰ্বৰ প্ৰচলিত প্ৰথা বা নিয়ম বাতিল কৰি নতুন এই ব্যৱস্থা আৰম্ভ কৰাৰ কথাও উল্লেখ আছে বুলি দাবী কৰা হৈছে৷ প্ৰস্তাবিত নিৰ্দেশিকাৰ আওঁতাত চৰকাৰী মডেল মাদ্ৰাছা, চৰকাৰৰ অনুমোদিত আৰু সাহায্যপ্ৰাপ্ত মাদ্ৰাছা, এম এছ কে আৰু এছ এছ কে আৰু স্বীকৃত বেচৰকাৰী মাদ্ৰাছাসমূহ অন্তৰ্ভূক্ত থাকিব বুলি জনা গৈছে৷

এই সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক চৰ্চাও আৰম্ভ হৈছে৷ বিৰোধীৰ অভিযোগ যে শিক্ষাপ্ৰতিষ্ঠানত ধৰ্মীয় আৰু সাংস্কৃতিক সংবেদনশীলতা বিবেচনা নকৰি এই ধৰণৰ নিৰ্দেশ জাৰি কৰা হৈছে নে সেই বিষয়ক লৈয়ো প্ৰশ্ন উঠিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ
জীৱনশৈলী

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

May 21, 2026
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

May 20, 2026
Next Post
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন