• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

2 months ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

16 minutes ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

44 minutes ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

1 hour ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

2 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

3 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

3 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

5 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

6 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

7 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?

editor by editor
May 23, 2026
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
দৈৰ আছে ভাৱিব নোৱৰা গুণাগুণ, কিন্তু কিছুলোকৰ বাবে দৈ খুবেই মাৰাত্মক, কেতিয়া দৈ খোৱা উচিত নহয়?
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমত দৈ আপোনাৰো প্ৰিয় খাদ্য? দৈ খাই ভালপালেও কিন্তু সাৱধান হোৱাটোও জৰুৰী৷ বহু কেইটা ৰোগে আক্ৰমণ কৰিব পাৰে শৰীৰত৷ দৈৰ আছে বহুকেইটা উপকাৰীতা৷ যেনে দৈয়ে হজম শক্তি, ৰোগ প্ৰতিৰোধ ক্ষমতা, আন্ত্ৰিক স্বাস্থ্য ভালে ৰাখে। দৈত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদানো থাকে। ইয়াত বহু ভাল বেক্টেৰিয়া থাকে যি পেটৰ বাবে অতি উপকাৰী। পেশী আৰু হাড় শক্তিশালী কৰাতো দৈ সহায়ক । সেয়েহে বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে  খাদ্যত দৈ অন্তৰ্ভুক্ত কৰিব লাগে। দৈয়ে হজম শক্তি উন্নত কৰাই নহয় কোষ্ঠকাঠিন্যৰ সমস্যাও হ্ৰাস কৰে৷ বিশেষজ্ঞসকলে কয় যে সীমিত পৰিমাণত দৈ খালে ডায়েৰিয়া ৰোধ কৰাত সহায়ক হয়। দৈত থকা ভিটামিন ডি, প্ৰটিন আৰু কেলচিয়ামৰ দৰে পুষ্টিকৰ পদাৰ্থই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।কিন্তু দৈৰ ভাল গুণ থাকিলেও কিছুলোকে দৈ খোৱাত সাৱধানতা অৱলম্বন কৰাটো জৰুৰী৷ বৰষুণৰ দিনত অত্যধিক দৈ সেৱনে আপোনাৰ স্বাস্থ্যৰ মাৰাত্মক ক্ষতি কৰিব পাৰে৷

কেতিয়া দৈ নাখাব?

নিশা কাহানিও বেছি পৰিমাণত দৈ খাব নালাগে৷ দৈ হজম হ’বলৈ অধিক সময় লাগে। সেয়ে নিশা দৈ খোৱাৰ সলনি মাখন আৰু ৰাইতাহে খোৱাটো উত্তম। গৰম দিনত শৰীৰত সংক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ সঠিকভাৱে ফ্ৰীজত ৰখা সতেজ দৈহে খাব লাগে৷ একেদৰে দৈ খোৱাৰ পাছত যদি কোনোধৰণৰ এলাৰ্জি বা অস্বস্তি হয় তেন্তে দৈ খোৱা বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ ল’ব৷ গাঁঠিৰ বিষ, জ্বৰ আৰু ঋতুকালীন  ৰোগত আক্ৰান্ত হ’লে ভুলতো দৈ নাখাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই
জীৱনশৈলী

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

July 27, 2026
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
Next Post
নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

ইব’লা ভাইৰাছক লৈ নতুন দিল্লীৰ বিমানবন্দৰত সতৰ্কতা জাৰি, এই দেশসমূহৰ পৰা অহা যাত্ৰীৰ বাবে বিশেষ নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.