• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

1 hour ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

38 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

2 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

3 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

3 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

4 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

5 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

5 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

5 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

6 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

7 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

7 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

editor by editor
May 26, 2026
in জীৱনশৈলী, বিনোদন
0
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
0
SHARES
351
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰণবীৰ সিঙক কেন্দ্ৰ কৰি বিতৰ্ক চলি আছে বলীউডত৷ পৰিচালক-প্ৰযোজক Farhan Akhtar-ৰ বহু প্ৰতীক্ষিত ছবি ডন-৩ক লৈ অভিনেতাৰ সৈতে সংঘাত এনে পৰ্যায়ত গৈছে যে চলচ্চিত্ৰ কৰ্মীসকলৰ সংগঠন ‘FWICE’ (Federation of Western India Cine Employees) য়ে তেওঁৰ বিৰুদ্ধে নন-কো-অপাৰেছন নিৰ্দেশিকা জাৰি কৰিছে৷ অৰ্থাৎ সংগঠনৰ সদস্যসকলক ৰণবীৰৰ সৈতে কাম নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

বিতৰ্কৰ সূত্ৰপাত বহু আগতেই হৈছে৷ ২০২৩ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল যে শ্বাহৰুখ খানৰ স্থানত ডন ফ্ৰেঞ্চাইজিৰ নতুন মুখ হ’ব ৰণবীৰ৷ সেই ঘোষণাৰ পাছৰে পৰাই সামাজিকমাধ্যমত আৰম্ভ হৈছিল আলোচনা৷ একাংশৰ মতে শ্বাহৰুখৰ ডনক পিছপেলোৱা সহজ নহয়৷ আকৌ বহুতৰে ধাৰণা যে নতুন প্ৰজন্মৰ বাবে চৰিত্ৰটোক অন্যধৰণে তুলি ধৰিব পাৰে ৰণবীৰে৷

তাৰপিছতে ধীৰে ধীৰে ছবিখনক লৈ একাধিক সমস্যাৰ খবৰ প্ৰকাশিত হয়৷ শুনা যায়, ছবিৰ একশ্ব্যন আৰু মাৰ্ছেল আৰ্ট প্ৰশিক্ষণৰ বাবে অতিৰিক্ত সময় বিচাৰিছিল ৰণবীৰে৷ একে সময়তে ফাৰহানো ব্যস্ত আছিল তেওঁৰ অন্য এখন ছবি ১২০ বাহাদুৰক লৈ৷ ফলত ডন-৩ৰ শ্বুটিং পিছুৱাই গৈ থাকে৷ প্ৰথমে ২০২৬ চনৰ আৰম্ভণিতে শ্বুটিং আৰম্ভ হোৱাৰ কথা থাকিলেও সেয়া সম্ভৱ হৈ নুঠিল৷

পৰিস্থিতি আৰু জটিল হয় ২০২৫ চনৰ শেষৰ দিশত৷ একাধিক ৰিপৰ্টে দাবী কৰে যে ছবিৰ চিত্ৰনাট্যক লৈ আপত্তি আছিল ৰণবীৰৰ৷ বিশেষকৈ সংলাপৰ ভাষা, হিংসা আৰু কিছু দৃশ্যক লৈ তেওঁৰ আপত্তি আছিল৷ একেই সময়তে আন এক খবৰো প্ৰকাশ পাইছিল যে প্ৰয়োজনত ৰণবীৰৰ সলনি হৃতিক ৰোছনকো লোৱা হ’ব পাৰে৷ কিন্তু পাছত সকলোবোৰ ভুৱা প্ৰচাৰ বুলি বিষয়টোক তল পেলাই দিয়া হয়৷

ইয়াৰ মাজতেই হঠাৎ ছবিৰ পৰা নিজকে আঁতৰাই আনে ৰণবীৰে৷ আৰু সেই সিদ্ধান্ততেই ডাঙৰ ধাক্কা খাইছে Excel Entertainmentয়ে৷ কাৰণ ইমান দিনে ছবিৰ প্ৰি প্ৰডাকছনত বিপুল অৰ্থ খৰচ হৈছে৷ বিভিন্ন ৰিপৰ্ট অনুসৰি লোকেছন, টেকনিকেল পৰিকল্পনা, প্ৰ’ম শ্বুটসহ নানান কামত প্ৰায় ৪০ৰ পৰা ৪৫ কোটি ব্যয় হৈছে৷ অভিযোগ যে ৰণবীৰে আৰম্ভণি কালত স্ক্ৰিপ্টৰ প্ৰতিটো ধাপতে সন্মতি দিছিল৷ ফলত শেষ মুহূৰ্তত আঁতৰি দিয়াটোৰ বাবে ক্ষতি হৈছে প্ৰযোজক সংস্থাটোৰ৷

ইয়াৰ পাছতেই FWICEৰ দ্বাৰস্থ হয় ফাৰহান৷ অভিযোগ জমা কৰে ndian Film and Television Directors’ Association বা IFTDA-ৰ মাধ্যমেৰে৷ নিজেও ইয়াৰ সৈতে জড়িত ফাৰহান৷ সংগঠনৰ পক্ষৰ পৰা ৰণবীৰক একাধিক নটিছ পঠিওৱা হৈছিল বুলিও জনা যায়৷ কিন্তু অভিনেতাৰ তৰফৰ পৰা জনোৱা হয় যে এই বিতৰ্ক মূলত চুক্তিগত আৰু সেয়া চেটেল কৰাৰ বাবে FWICE  সঠিক মঞ্চ নহয়৷

অৱশেষত সোমবাৰে বৈঠকৰ পাছত FWICEয়ে আনুষ্ঠানিকভাৱে ৰণবীৰৰ বিৰুদ্ধে নন-কো-অপাৰেছন ডিৰেক্টিভ জাৰি কৰে৷ সংগঠনৰ প্ৰেচিডেণ্ট বি এন তিৱাৰিয়ে স্পষ্টকৈ জনাইছে যে FWICE-ৰ কোনো সদস্যই ৰণবীৰৰ সৈতে কাম যাতে নকৰে৷ ইয়াৰ লগতে অৱশ্যে সংগঠনটোৱে আন এক কথাও জনাইছে যে আলোচনাৰ মাধ্যমেৰে সমাধানৰ ৰাস্তা এতিয়াও খোলা আছে৷

এই নিৰ্দেশিকাৰ অৰ্থ কি?

আইনমতে ই কোনো চৰকাৰী নিষেধাজ্ঞা নহয়৷ কিন্তু FWICE-ৰ অধীনত লক্ষাধিক কৰ্মী, টেকনিছিয়ান, শিল্পী আৰু দৈনিক মজুৰিৰ কৰ্মীয়ে কাম কৰে৷ ফলত তেওঁলোকে সহযোগিতা নাপালে কোনো ডাঙৰ প্ৰজেক্ট বাস্তবায়ন কৰা কঠিন হৈ পৰিব পাৰে৷ আনকি প্ৰয়োজনত চেঞ্চৰ বৰ্ড বা প্ৰশাসনিক সংস্থাৰ কাষতো সংগঠনে আবেদন কৰিব পাৰে বুলি বিভিন্ন ৰিপৰ্টত উল্লেখ আছে৷

ইফালে ৰণবীৰে ডন-৩ৰ বাবে লোৱা ছাইনিং এমাউণ্ট উভতাই দিয়াৰ সিদ্ধান্ত লোৱাৰ খবৰো আহি পৰিছে৷ অৱশ্যে এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো কথা এতিয়াও জনোৱা নাই অভিনেতা ৰণবীৰে৷ অন্যহাতে ফাৰহানে সম্প্ৰতি এক সাক্ষাৎকাৰত কয়, সকলোবোৰ পৰিকল্পনামতে চলিব সেয়া ক’ব নোৱাৰি৷ কেতিয়াবা কেতিয়াবা অপ্ৰত্যাশিত বাধা আহেই৷ এই মন্তব্যক লৈ বহুতে বিতৰ্কৰ ইংগিত পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি
জীৱনশৈলী

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

May 26, 2026
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?
জীৱনশৈলী

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

May 26, 2026
Next Post
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.