ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত ৩০টাকৈ শগুনৰ মৃত্যু। অসুস্থ অৱস্থাত উদ্ধাৰ ১৭টাকৈ শগুন। ৭টামান গৰু উদ্ধাৰ মৃত অৱস্থাত। দৰাচলতে হৈছে কি?