• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ বাবে অর্থসাহায্য মুছলিম যুৱতীৰ, ক’লে ভগৱান ৰাম আমাৰ পূর্বপুৰুষ

ৰাম মন্দিৰৰ বাবে অর্থসাহায্য মুছলিম যুৱতীৰ, ক’লে ভগৱান ৰাম আমাৰ পূর্বপুৰুষ

5 years ago
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

2 minutes ago
ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

44 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

2 hours ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

2 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

3 hours ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

4 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

4 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

5 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

6 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

7 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাম মন্দিৰৰ বাবে অর্থসাহায্য মুছলিম যুৱতীৰ, ক’লে ভগৱান ৰাম আমাৰ পূর্বপুৰুষ

editor by editor
January 20, 2021
in ভাৰত
0
ৰাম মন্দিৰৰ বাবে অর্থসাহায্য মুছলিম যুৱতীৰ, ক’লে ভগৱান ৰাম আমাৰ পূর্বপুৰুষ
0
SHARES
29k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণৰ বাবে সকলোৱে স্ব-ইচ্ছাৰে অর্থসাহায্য আগবঢ়াইছে। ৰাষ্ট্ৰপতিৰ পৰা বলীউড অভিনেতা অক্ষয় কুমাৰলৈকে সকলোৱে আগবঢ়াইছে অনুদান। ৩ দিনত ১০০ কোটি টকা অর্থ সংগ্ৰহ হৈছে ৰাম মন্দিৰৰ বাবে। এইবাৰ এগৰাকী মুছলিম যুৱতী তথা আইনৰ ছাত্ৰীয়ে অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণৰ বাবে ১১ হাজাৰ টকা দান কৰিছে। এই যুৱতীগৰাকীয়ে নিজৰ হাতত ‘শ্ৰীৰাম’ লিখি টাটুও কৰিছে। ১১ হাজাৰ টকাৰ চেক অখিল ভাৰতীয় সন্ত সমিতিৰ হাতত তুলি দিছে যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীৰ নাম ইকৰা আনুৱাৰ খান। ইকৰা খানে জনায় শ্ৰীৰাম তেওঁলোকৰ পূর্বপুৰুষ। আৰু সেইকাৰণে অযোধ্যাৰ ৰাম মন্দিৰ নির্মাণৰ বাবে সামান্য অৰিহণা আগবঢ়াইছে ইকৰা খানে। ইকৰা খানে লগতে কৈছে যে ‘ধর্ম ভিন্ন ভিন্ন নহয়, ধর্ম এটাই। আৰু সেয়া হ’ল মানৱতাৰ ধর্ম। আমি মানুহ হিচাপে ৰাম মন্দিৰ নির্মাণৰ অংশ হৈছো। আৰু আমি স্ব-ইচ্ছাই আনন্দৰে এই অর্থসাহায্য আগবঢ়াইছো। হিন্দু-মুছলিম দুই ধর্মৰ প্ৰতি মোৰ আছে গভীৰ বিশ্বাস। মই মন্দিৰলৈও যাওঁ আৰু ঘৰত নামাজো পঢ়ো। শ্ৰীৰামৰ ওপৰত আৰু কোনা ভগৱান নাই।’ ৰাম মন্দিৰৰ ভূমি পূজনৰ সেই অবিষ্মৰণীয় মুহূর্তৰ সাক্ষী হৈছিল ইকৰা খান। আৰু সেই ক্ষণক স্মৰণীয় কৰি তুলিবলৈ হাতত টাটু কৰিছিল ‘শ্ৰীৰাম’ নামেৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajodhya ram mandirasom live 24assam live 24axom live 24muslim girl donate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

April 21, 2026
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে
জীৱনশৈলী

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

April 21, 2026
Next Post
সন্ধান ওলাল আলী বাবাৰ প্ৰতিষ্ঠাপক জেক্ মাৰ

সন্ধান ওলাল আলী বাবাৰ প্ৰতিষ্ঠাপক জেক্ মাৰ

২ মিনিটৰ বাবে স্তব্ধ হৈ পৰিব দেশ

২ মিনিটৰ বাবে স্তব্ধ হৈ পৰিব দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.