• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

2 hours ago
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

48 minutes ago
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

1 hour ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

3 hours ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

3 hours ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

3 hours ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

4 hours ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

5 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

5 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

6 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

6 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক

editor by editor
June 7, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
৮ জুনত ভাগ্য উদয়ৰ সংকেত, কোন ৰাশিৰ জাতক-জাতিকাই পাব শুভ সংবাদ জানক
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৮ নবেম্বৰ দেওবাৰ, জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি কিছুমান ৰাশিৰ লোকৰ চাকৰিত পদোন্নতিৰ যোগ আছে। ইয়াৰোপৰি কিছুমানে আজি বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

মেষ ৰাশিঃ কাইলৈ দিনটো আপোনাক সৰু সৰু যাত্ৰা আৰু অনুষ্ঠান আদিয়ে সুখ প্ৰদান কৰিব। যদি আপুনি নিজৰ আয় বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে ,তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনা সমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। জীৱন লগৰীৰ লগত কাইলৈ সন্ধিয়াটো সচাঁকৈয়ে কিবা এটা বিশেষ হ’বলৈ গৈ আছে।

বৃষ ৰাশিঃ মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ’লে আপোনাৰ আৰ্থ হানি হ’ব পাৰে। নতুন বন্ধু বৃদ্ধি হ’ব। আপুনি আৰু বহুত দায়িত্ব লাভ কৰিব আৰু আপোনাৰ উন্নতি হ’ব। নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকক কিয়নো বহু সময়ত আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। জীৱন সংগীৰ সৈতে মৰম আৰু ভালপোৱা বৃদ্ধি কৰিব পাৰে। কাইলৈ আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে।

মিথুন ৰাশিঃ শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগ কৰাটো আপোনাৰ বাবে উপযোগী । কাইলৈ আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লৈ আগবাঢ়িব পাৰে। সামাজিক স্থানত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। প্ৰেমত শুভ।

কৰ্কট ৰাশিঃ আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। বন্ধুৰ লগত ফুৰিব যাব পাৰে। কিন্তু বেছি খৰছ নকৰিব, নহ’লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘুৰি আহিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি তুলিব।

সিংহ ৰাশিঃ আপোনাৰ সন্মুখত বহুত বাধা আহিব পাৰে। কাইলৈ আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ হাতত আহিব তাৰ অতি ভালদৰে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ অধ্যয়ণ কৰি ল’ব। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল লাভ কৰিব।

কন্যা ৰাশিঃ আপোনাৰ শক্তিশালী গুণসমূহে আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুত গতিক বাহাল ৰাখক । আপোনাৰ যধে মধে খৰচ কৰাৰ অভ্যাসৰ পিনে চাই আপোনাৰ মা দেউতা চিন্তিত হ’ব পাৰে। সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিব। কাইলৈৰ দিনটোত প্ৰেমত শুভ।

তুলা ৰাশিঃ মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবাই আজি চুৰি কৰিব পাৰে সেইবাবে যিমান পাৰে গুৰুত্ব দিব। কাইলৈ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ প্ৰয়াস কৰিব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। কৰ্ম ক্ষেত্ৰত শুভ। জীৱন সংগীৰ স্বাস্থ্য কাইলৈ অলপ বেয়াৰ ফালে ঢাল খাব পাৰে।

বৃশ্চিক ৰাশিঃ কাইলৈ আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত সহায় কৰিব পাৰে। সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। পাৰিবাৰিক সমস্যা থাকিব পাৰে। আপোনাৰ সহযোগীৰ লগত ব্যৱসায়িক কৰা পৰিকল্পনা ইত্যাদি বাস্তৱত ৰূপায়িত কৰিব পাৰে । এই ৰাশিৰ জাতক-জাতিকাই ভাই -ভনীৰ লগত ঘৰত চিনেমা অথবা খেল দেখিব পাৰে।এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আত্মত্মীয় সমূহক লৈ কাইলৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশিঃ আপোনাৰ উদাৰ স্বভাৱে সুখৰ মুহূৰ্ত লৈ আহিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি কাইলৈ আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। কাইলৈ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। বিবাদ,মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাস টোক গুৰুত্ব নিদিব। আপোনাৰ প্ৰেম-প্ৰসংগৰ বিষয়ে বেছি ইফালে-সিফালে কথা কৈ নুফুৰিব। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক।

মকৰ ৰাশিঃ ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱাটো ভাল হ’ব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি চাৰিওফালে প্ৰেম আৰু প্ৰেমে বিলাই ফুৰিব। সহকৰ্মী আপোনাক বহুত সহায় সহযোগ কৰিব আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হব। কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰ জন আপোনাৰ সহায় কৰিব পাৰে । আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।

কুম্ভ ৰাশিঃ কাইলৈ দিনটোত আপুনি সৰু সৰু কথাত সোনকালে অস্তিৰ হৈ পৰিব। প্ৰেমে আজি বাৰুকৈয়ে আপোনাক আগুৰি ধৰিব। ঘৰৰ মানুহৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব। কাইলৈ খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে।

মীন ৰাশিঃ কাইলৈ আপোনাৰ আত্ম-বিশ্বাসৰ স্তৰ বাঢ়িব। পিতৃ-মাতৃৰ পৰা গালি খাব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে। কাইলৈ ব্যৱসায়ীৰ বাবে ভাল দিন ,ব্যৱসায়ৰ বাবে হঠাত কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱন সংগীৰ ব্যৱহাৰে আপোনাৰ কৰ্ম জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?
বিনোদন

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

June 7, 2026
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!
জীৱনশৈলী

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

June 7, 2026
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
জীৱনশৈলী

মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

June 7, 2026
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

June 7, 2026
Next Post
বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

বিলাসী জীৱন বিচাৰে নেকি? তেন্তে বিয়া পাতক এইটো মূল্যাংকৰ ছোৱালীক!

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.