• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

2 months ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

10 minutes ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

2 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

2 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

3 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

3 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

4 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

5 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

7 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

7 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

7 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

8 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

মেৰিনোৱে ভাগ্য নিৰ্ণয় কৰিলে ৰোনাল্ডো আৰু স্পেইনৰ

editor by editor
July 7, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব
0
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ
0
SHARES
309
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
কেৰিয়াৰৰ বিদায় বেলাত উপস্থিত হৈছে বিশ্ব ফুটবলৰ ইতিহাসত অসংখ্য গৌৰৱোজ্জ্বল অধ্যায় ৰচনা কৰা কিংবদন্তি খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডো ড’ছ ছাণ্ট’ছ এভেইৰ’ চমুকৈ CR7। অনুৰাগীৰ বাবে এই বাক্যশাৰীয়ে হৃদয় ভাঙিলেও এয়া যেন প্ৰকৃতিৰেই এক নিষ্ঠুৰ নিয়ম। পেলে, মাৰাডোনায়ো এদিন বিদায় লৈছিল। বিগত সপ্তাহত বিদায় ল’লে ক্ৰোৱেছিয়ান লুকা মাড্ৰিচ, ব্ৰাজিলৰ নেইমাৰেও। আচলতে  ফুটবলৰ খেলপথাৰত কোনোৱেই চিৰস্থায়ী নহয়, কিন্তু অনুৰাগীৰ হৃদয়ৰ পৰা কেতিয়াও মচি নাযায় কিছুমান কিংবদন্তি খেলুৱৈৰ নাম। কেৱল ফুটবলেই নহয়, প্ৰতিবিধ খেলৰ ক্ষেত্ৰতেই প্ৰযোজ্য প্ৰকৃতিৰ এই নিয়ম।
কোনেও স্পৰ্শ কৰিব নোৱাৰা ঈৰ্ষণীয় সফলতা, ফুটবলৰ ঈশ্বৰপ্ৰদত্ত শৈলী, অনুৰাগীৰ সীমাহীন মৰম-ভালপোৱা লাভ কৰাৰ পিছতো যেন অপূৰ্ণ হৈ ৰ’ল সোণালী আখৰেৰে লিখা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ এই কেৰিয়াৰ। সকলো পায়ো দিব নোৱাৰিলে বিশ্বকাপৰ সেই সোণালী ট্ৰফীত চুমুক, যি প্ৰতিজন পেছাদাৰী ফুটবলাৰৰে শ্ৰেষ্ঠতম সপোন। পৰ্তুগালৰ হৈ ৬ টাকৈ বিশ্বকাপত অংশ লোৱা ৰোনাল্ডোৱেই হৈছে বিশ্বকাপৰ দৃষ্টিকোনেৰে দেশখনৰ সবাতোকৈ অভিজ্ঞ খেলুৱৈ। ৰোনাল্ডোৱে ২৭ খন বিশ্বকাপ মেচত পৰ্তুগালক প্ৰতিনিধিত্ব কৰিছে।

মেৰিনোৱে ভাগ্য নিৰ্ণয় কৰিলে ৰোনাল্ডো আৰু স্পেইনৰ

আৰ্লিংটনৰ ডালাছ ষ্টেডিয়ামত আজি অনুষ্ঠিত Round of 16ৰ এই ৰোমাঞ্চকৰ মেচখনৰ অধিকাংশ সময় দুয়োটা দলে সমানে যুঁজ দি থাকিলেও অন্তিম মুহূৰ্তত ভাগ্যই স্পেইনৰ পক্ষ লয়। মেচখনৰ অন্তিম মুহূৰ্তত স্পেইনৰ মেৰিনোৱে দিয়া গ’লটোৰ লগে লগে বহু বছৰৰ কঠোৰ পৰিশ্ৰম, অসীম আত্মবিশ্বাস আৰু দেশৰ হৈ বিশ্বকাপ জয়ৰ যি সপোন ৰোনাল্ডোৱে বুকুত সজাই ৰাখিছিল, সেয়া অৱশেষত অপূৰণীয় হৈয়ে ৰোৱাটো নিশ্চিত হৈ পৰে আৰু ইয়াৰ লগে লগে অৱশ্যাম্ভী বিদায়ৰ সংকেত লাভ কৰি সেমেকি উঠি ৰোনাল্ডোৰ দুচকু।
মেচখনত স্পেইনৰ ৰক্ষণভাগৰ দৃঢ়তা আছিল অতি প্ৰশংসনীয়। মেৰিনোৰ এই গ’লটোৰে সুদীৰ্ঘ ১৬ বছৰৰ বিৰতিৰ মূৰত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে স্পেইন। কোৱাৰ্টাৰত স্পেইনে মুখামুখি হ’ব আন এটা শক্তিশালী ইউৰোপিয়ন দল বেলজিয়ামৰ।

সপোনৰ পম খেদা যাত্ৰাৰেই অনুৰাগীৰ হৃদয়ত ৰোনাল্ডো

৪১ বছৰীয়া কিংবদন্তি ফুটবলাৰ ৰোনাল্ডোৰ এইটোৱেই শেষৰটো বিশ্বকাপ, আধুনিক ফুটবলৰ অন্যতম সাফল্যৰ অধিকাৰী ফুটবলাৰ ৰোনাল্ডোৰ ইতিহাসৰ জোলোঙাত সকলো আছে মাথোঁ নাই বিশ্বকাপৰ ট্ৰফীটো। কেতিয়াবা কিছুমান সপোন পূৰণ নহয়, কিন্তু সেই সপোন পূৰণৰ লক্ষ্যৰে কৰা অসীম কষ্ট, অধ্যাৱসায় আৰু সপোনৰ পম খেদা যাত্ৰাৰ বাবে জনপ্ৰিয় হৈ ৰয় একো একোজন ব্যক্তি বা মানুহ। ফুটবল ইতিহাসত, অনুৰাগীৰ হৃদয়ত ৰোনাল্ডোও ৰৈ যাব এনেকৈয়ে চিৰদিন…।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ
বিনোদন

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

September 7, 2026
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
Next Post
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.