• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

2 hours ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

20 minutes ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

1 hour ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

2 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

3 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

3 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

4 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

4 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

5 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

6 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

21 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে এক ডাঙৰ খবৰ।

editor by editor
July 12, 2026
in বাণিজ্য, বিবিধ, লেখা
0
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে এক ডাঙৰ খবৰ। UIDAI এ নতুন আধাৰ এপৰ জৰিয়তে ৩১ ডিচেম্বৰলৈকে বিনামূলীয়াকৈ ইমেইল আইডি আপডেটৰ সুযোগ প্ৰদান কৰিছে। আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈ ঘৰৰ পৰা কেইমিনিটমানৰ ভিতৰতে আপডেট প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

UIDAI ৰ অধিসূচনা অনুসৰি অহা ৩১ ডিচেম্বৰলৈকে নতুন আধাৰ এপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ ইমেইল আইডি আপডেট কৰিব পাৰিব। লক্ষনীয়ভাৱে ডিজিটেল সেৱা আৰম্ভ হোৱাৰ মাত্ৰ দুদিনৰ ভিতৰতে সমগ্ৰ দেশৰ ২.৫ লাখৰো অধিক লোকে এই এপ ব্যৱহাৰ কৰি নিজৰ ইমেইল আইডি আপডেট কৰিছে।

এই নতুন সেৱাই কেনেকৈ কাম কৰিব?

ইউআইডিএআইৰ মতে, নতুন আধাৰ এপৰ জৰিয়তে ইমেইল আপডেট কৰাৰ প্ৰক্ৰিয়াটো অতি সহজ। ইয়াৰ বাবে বায়’মেট্ৰিক পৰীক্ষণৰ বাবে কোনো নথি-পত্ৰ জমা দিয়াৰ বা আধাৰ কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব পাৰে। যিসকলে এতিয়াও নতুন আধাৰ এপটো ডাউনলোড কৰা নাই, তেওঁলোকে প্ৰথমে এপটো ইনষ্টল কৰি ছেট আপ কৰিব লাগিব। এই এপটো Android আৰু Apple iOS দুয়োটা প্লেটফৰ্মতে উপলব্ধ।

আধাৰৰ সৈতে আপোনাৰ ইমেইল আইডি লিংক

যদি আপোনাৰ ইমেইল আইডি আধাৰৰ সৈতে সংযুক্ত, যেতিয়াই আপোনাৰ আধাৰ ব্যৱহাৰ কৰি প্ৰমাণীকৰণৰ অনুৰোধ কৰা হয়, আপোনাৰ ইমেইললৈ এটা সতৰ্কবাণী প্ৰেৰণ কৰা হ’ব। ফলত আপোনাৰ আধাৰ ক’ত আৰু কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে সেয়া লগে লগে গম পাব। কোনেও গোপনে আপোনাৰ আধাৰৰ অপব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰৱঞ্চনা আৰু জালিয়াতিৰ আশংকা বহু পৰিমাণে হ্ৰাস পাব।

নতুন আধাৰ এপৰ বিশেষ বৈশিষ্ট্য: ই-আধাৰ সদায় আপোনাৰ ফোনত থাকিব, কাগজৰ কপি কঢ়িয়াই নিয়াৰ প্ৰয়োজন নাই।

ফেচ স্কেনৰ জৰিয়তে শ্বেয়াৰিং: আধাৰ শ্বেয়াৰ কৰাৰ সময়ত ফেচ স্কেনৰ জৰিয়তে সুৰক্ষিত পৰীক্ষণ কৰা হ’ব, যিটো পিন বা অ’টিপিৰ দৰেই সুৰক্ষিত।

নিৰাপদ লগইন: বায়’মেট্ৰিক প্ৰমাণীকৰণৰ জৰিয়তে এপটো খোল খাব।

বহুভাষাৰ সুবিধা: বাংলা, হিন্দী, ইংৰাজীকে ধৰি একাধিক ভাষাত ব্যৱহাৰ কৰিব পাৰি।

অফলাইন ব্যৱহাৰ: ইণ্টাৰনেট নাথাকিলেও আধাৰৰ তথ্য এপত চাব পাৰিব।

২০০৯ চনত ভাৰতত আৰম্ভ হৈছিল আধাৰ প্ৰকল্প। বৰ্তমান ১.৩ বিলিয়নতকৈ অধিক লোকৰ আধাৰ আছে। প্ৰথমে আছিল কাগজৰ আধাৰ কাৰ্ড, তাৰ পিছত mAadhaar App, আৰু এতিয়া ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ অংশ হিচাপে সম্পূৰ্ণ ডিজিটেল নতুন আধাৰ এপ মুকলি কৰা হৈছে।

চৰকাৰৰ লক্ষ্য হৈছে ক্ৰমান্বয়ে আধাৰ সম্পৰ্কীয় সকলো সেৱা সম্পূৰ্ণৰূপে অনলাইনলৈ অনা, যাতে সাধাৰণ মানুহে ঘৰৰ পৰাই সহজে সেৱা লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক
বাণিজ্য

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

July 12, 2026
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!
বিনোদন

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

July 12, 2026
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

July 12, 2026
Next Post
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ'ব হতবাক

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.