• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

4 months ago
বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

20 minutes ago
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

41 minutes ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

1 hour ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

1 hour ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

2 hours ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

2 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

3 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

3 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

4 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

6 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

6 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত হাত ভৰাই ৰখাৰ কাৰণ জানো আহক...

editor by editor
July 12, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেণ্টৰ জেপত হাত থৈ খোজ কঢ়াটো কেৱল ষ্টাইলেই নহয়। এই অভ্যাসে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাৰ ইংগিত দিয়ে। প্ৰথম দৃষ্টিত এনে লাগিব পাৰে যে ই কেৱল ষ্টাইলৰ বাবেহে, কিন্তু নহয়। শৰীৰৰ ভাষা বিশেষজ্ঞ আৰু ব্যক্তিত্ব মনোবিজ্ঞানীসকলৰ মতে এই সৰু অভ্যাসটোৱে এজন ব্যক্তিৰ আভ্যন্তৰীণ আৱেগ, মানসিক অৱস্থা, চিন্তাৰ বিষয়ে বহু কথাই উন্মোচন কৰে।

শৰীৰৰ ভাষাৰ অন্যতম বিশেষজ্ঞ এলবাৰ্ট মেহৰাবিয়ানে তেওঁৰ গৱেষণাত উল্লেখ কৰিছে যে যেতিয়া আমি অজানিতে হাত দুখন পকেটত ভৰাই লওঁ তেতিয়া আমাৰ মগজুৱে এজন শব্দও নোকোৱাকৈয়ে ব্যক্তিজনলৈ সংকেত প্ৰেৰণ কৰে, যাৰ ফলত তেওঁৰ মন আৰু চিন্তাত প্ৰভাৱ পৰিব পাৰে।

নাৰ্ভাছ বা নিৰাপত্তা অনুভৱ – বহু সময়ত আমি অজানিতে হাত দুখন পকেটত ভৰাই থওঁ। মানসিক দৃষ্টিকোণৰ পৰা এইটোৱেই হৈছে অস্বস্তিৰ পৰা হাত সাৰিবলৈ বা নিৰাপদ অনুভৱ কৰিবলৈ। যেতিয়া কোনো ব্যক্তিয়ে নাৰ্ভাছ বা নিৰাপত্তাহীনতা অনুভৱ কৰে তেতিয়া তেওঁলোকে হাত লুকুৱাব বিচাৰে।

ফেশ্বন নে আৱেগ- বহুতৰ হাত পকেটত ভৰোৱাটো ফেশ্বন বুলি গণ্য কৰে। কিন্তু ই কেৱল শৈলী নহয়। কিছুমান মানুহৰ বাবে এই ইংগিতে নিৰাপত্তা আৰু আৰামৰ অনুভৱ দিয়ে। শৰীৰৰ ভাষাত ইয়াক ‘আত্ম আৰামৰ ইংগিত’ বুলি কোৱা হয়। অৰ্থাৎ সামাজিক পৰিস্থিতি বা অচিনাকি পৰিবেশত এজন ব্যক্তিয়ে অজ্ঞাতে নিজকে শান্ত কৰিবলৈ বা সান্ত্বনা দিবলৈ চেষ্টা কৰে।

আভ্যন্তৰীণ নিৰাপত্তাহীনতা লক্ষণ – পকেটত হাত ৰখাটোৱে আভ্যন্তৰীণ নিৰাপত্তাহীনতা বা অস্বস্তিৰ ইংগিত দিব পাৰে। এনে লোকে প্ৰায়ে নিজৰ অনুভৱ বা চিন্তাবোৰ মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰে। সমাজত নিজৰ স্থান দখল কৰিবলৈও অসুবিধা পায়।

আৱেগ লুকুৱাই ৰখা – কিছুমান মানুহে স্বাভাৱিকতে নিজৰ আৱেগ আৰু অনুভৱক ব্যক্তিগতভাৱে ৰাখিবলৈ ভাল পায়। প্ৰায়ে পকেটত হাত থৈ থিয় হৈ বা কথা পাতে। এই আচৰণক শৰীৰৰ ভাষাত ‘আৱেগ লুকুৱাই ৰখাৰ ইংগিত’ বুলি কোৱা হয়। এনে লোক সাধাৰণতে অন্তৰ্দৃষ্টিশীল আৰু কিছু সংৰক্ষিত। তেওঁলোকে নিজৰ অন্তৰ্নিহিত চিন্তাবোৰ আনৰ লগত সহজে ভাগ-বতৰা নকৰে। এইটো প্ৰায়ে তেওঁলোকৰ আৱেগ নিয়ন্ত্ৰণ আৰু ব্যক্তিগত দূৰত্ব বজাই ৰখাৰ এক উপায়।

আৰাম আৰু ভাৰসাম্য – বহু সময়ত মানুহে কেৱল আৰাম আৰু সহজতাৰ বাবে পকেটত হাত থৈ দিয়ে। এনে লোকে সাধাৰণতে অপ্ৰয়োজনীয় মানসিক চাপ বা উত্তেজনা নোহোৱাকৈয়ে জীৱনটো উপভোগ কৰিবলৈ ভাল পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ
অসম

বৰপেটা ইচ্ছাপৰহাটীত অবৰ্ণনীয় পৰিৱেশ

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
Next Post
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ'ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.