• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

4 months ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ কোন কোন ৰাশিৰ ভাগ্য উজলিব, কোন কোন হ’ব সাৱধান?

43 minutes ago
Early Menstruation: মাত্ৰ ৬ বছৰত ঋতুস্ৰাৱ! ভাৰতত কিয় অকাল যৌৱনপ্ৰাপ্তি বৃদ্ধি হৈছে?

Early Menstruation: মাত্ৰ ৬ বছৰত ঋতুস্ৰাৱ! ভাৰতত কিয় অকাল যৌৱনপ্ৰাপ্তি বৃদ্ধি হৈছে?

60 minutes ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৰ টিকট বুকিঙৰ নিয়ম সলনি! আহিছে ডাঙৰ পৰিৱৰ্তন

3 hours ago
ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প, ক’লে- ‘ভাৰতলৈ চাই শিকক!’

ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প, ক’লে- ‘ভাৰতলৈ চাই শিকক!’

3 hours ago
জ্বলিছে বাংলাদেশ, জগৰীয়া হ’ল ভাৰত!

জ্বলিছে বাংলাদেশ, জগৰীয়া হ’ল ভাৰত!

4 hours ago
সোণে দেখুৱাইছে চমক! শীঘ্ৰে আহিব নেকি ১ লাখ টকাৰ তলত?

সোণে দেখুৱাইছে চমক! শীঘ্ৰে আহিব নেকি ১ লাখ টকাৰ তলত?

5 hours ago
খণ্ড-বিখণ্ড হ’ব নেকি পাকিস্তান?

খণ্ড-বিখণ্ড হ’ব নেকি পাকিস্তান?

6 hours ago
নিৰ্দোষী হৈও ৪২ বছৰে আছিল কাৰাগাৰত, ব্ৰজপালৰ কাহিনীত হতবাক হ’ব আপুনিও

নিৰ্দোষী হৈও ৪২ বছৰে আছিল কাৰাগাৰত, ব্ৰজপালৰ কাহিনীত হতবাক হ’ব আপুনিও

7 hours ago
পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ

পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ

8 hours ago
অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?

অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?

8 hours ago
ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

9 hours ago
মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি ধন দাবীৰ অভিযোগ! গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি ধন দাবীৰ অভিযোগ! গ্ৰেপ্তাৰ বিজেপি নেত্ৰী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

শনি-মঙলৰ শুভ দৃষ্টিত চৌদিশে লাভেই লাভ

editor by editor
July 16, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাইৰ বাকী থকা দিনবোৰ গ্ৰহ-নক্ষত্ৰৰ গতিৰ দিশৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। ১৯ জুলাই নিশা প্ৰায় ১১ বাজি ৩০ মিনিটত শনি আৰু মঙল গ্ৰহৰ মাজত ৬০ ডিগ্ৰীৰ “লাভ দৃষ্টি যোগ” গঠন হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, শনি আৰু মঙলৰ মাজত এই শুভ দৃষ্টি যোগ সৃষ্টি হ’লে জীৱনত ইতিবাচক শক্তিৰ সঞ্চাৰ হয়, কৰ্মক্ষেত্ৰত উন্নতি ঘটে আৰু আৰ্থিক লাভৰ সম্ভাৱনা বৃদ্ধি পায়। এই যোগৰ শুভ প্ৰভাৱ বিশেষকৈ মেষ, বৃশ্চিক, মকৰ আৰু কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত অধিক দেখা যাব পাৰে।

মেষ ৰাশি
মেষ ৰাশিৰ লোকসকলৰ বাবে এই সময়ে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা কাম-কাজ দ্ৰুতগতিত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলে ঊৰ্ধ্বতন বিষয়াসকলৰ সহযোগ লাভ কৰাৰ লগতে নতুন দায়িত্বও পাব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মৰম-ভালপোৱা বৃদ্ধি পাব পাৰে, পৰিয়ালত সুখ-শান্তিৰ পৰিৱেশ বজাই থাকিব আৰু আত্মবিশ্বাসো আগতকৈ অধিক বৃদ্ধি পাব।

বৃশ্চিক ৰাশি
এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী হ’ব পাৰে। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন ঘূৰি অহাৰ সম্ভাৱনা আছে। চাকৰিজীৱীসকলে দৰমহা বৃদ্ধি বা পদোন্নতি লাভ কৰিব পাৰে। ব্যৱসায়ত সম্প্ৰসাৰণৰ নতুন সুযোগ আহিব পাৰে। মানসিক চাপ হ্ৰাস পাব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাও উন্নত হ’ব পাৰে।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই সময় কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট অনুকূল হ’ব পাৰে। বহুদিন ধৰি ৰৈ থকা ব্যৱসায়িক কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন চুক্তি আৰু ডাঙৰ গ্ৰাহকৰ পৰা লাভবান হ’ব পাৰে। চাকৰিজীৱীসকলেও নতুন দায়িত্ব আৰু পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। আৰ্থিক অৱস্থাত স্থিৰতা আহিব পাৰে।

কুম্ভ ৰাশি
শনি-মঙলৰ এই লাভ দৃষ্টি যোগে কুম্ভ ৰাশিৰ লোকসকলৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলৰ পূৰ্ণ সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন সুযোগ সৃষ্টি হ’ব পাৰে, যাৰ ফলত আয় বৃদ্ধি পাব পাৰে। পৰিয়ালত সুখ, শান্তি আৰু সমন্বয় বজাই থাকিব পাৰে।

Disclaimer: ওপৰত দিয়া তথ্যসমূহ জ্যোতিষ শাস্ত্ৰৰ বিশ্বাস আৰু ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। Asom Live24 ইয়াৰ সত্যতা বা ফলাফলৰ নিশ্চয়তা প্ৰদান নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24astrology
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ কোন কোন ৰাশিৰ ভাগ্য উজলিব, কোন কোন হ’ব সাৱধান?

November 21, 2026
Early Menstruation: মাত্ৰ ৬ বছৰত ঋতুস্ৰাৱ! ভাৰতত কিয় অকাল যৌৱনপ্ৰাপ্তি বৃদ্ধি হৈছে?
জীৱনশৈলী

Early Menstruation: মাত্ৰ ৬ বছৰত ঋতুস্ৰাৱ! ভাৰতত কিয় অকাল যৌৱনপ্ৰাপ্তি বৃদ্ধি হৈছে?

November 21, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

ৰে’লৰ টিকট বুকিঙৰ নিয়ম সলনি! আহিছে ডাঙৰ পৰিৱৰ্তন

November 21, 2026
ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প, ক’লে- ‘ভাৰতলৈ চাই শিকক!’
বিশ্ব

ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প, ক’লে- ‘ভাৰতলৈ চাই শিকক!’

November 21, 2026
Next Post
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.