• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

2 months ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

27 minutes ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

1 hour ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

2 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

3 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

3 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

5 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

5 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

5 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

6 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

7 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

7 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

এই ৫ জন খেলুৱৈয়ে গোল্ডেন বল আৰু গোল্ডেন বুট লাভ কৰে।

editor by editor
July 20, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

FIFA World Cup Awards: স্পেইনে ফিফা বিশ্বকাপ ২০২৬ৰ চেম্পিয়ন ঘোষণা হোৱাৰ লগতে টুৰ্নামেণ্টৰ পাঁচটা ডাঙৰ বঁটাও ঘোষণা কৰা হয়। এই বঁটাসমূহো স্পেইনৰ খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰে।

২০২৬ চনৰ ফিফা বিশ্বকাপৰ সামৰণি পৰিল। ফাইনেলত আৰ্জেণ্টিনাক ১-০ গ’লত হৰুৱাই খিতাপ দখল কৰে। স্পেইনক জয়ৰ কৰোৱা নায়কজন হৈছে ফেৰান ট’ৰাছে। তেওঁ খেলখনৰ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে। (ফটো: পিটিআই)

ফিফা বিশ্বকাপ ২০২৬ৰ গোল্ডেন বুট লাভ কৰে ফ্ৰান্সৰ কাইলিয়ান এমবাপে। তেওঁ প্ৰতিযোগিতাখনত সৰ্বাধিক গ’ল দিছিল, তেওঁ ১০টা গ’ল দিছিল, লগতে চাৰিটা এছিষ্টো দিছিল। সেয়ে এনে অগ্ৰণী গ’ল দিয়াজনক গোল্ডেন বুট প্ৰদান কৰা হয়। (ফটো: পিটিআই)

ফিফা বিশ্বকাপ ২০২৬ত গোল্ডেন বলৰ বঁটা লাভ কৰে স্পেইনৰ অধিনায়ক ৰড্ৰিয়ে । প্ৰতিযোগিতাখনত সৰ্বোত্তম প্ৰদৰ্শন কৰা খেলুৱৈক গোল্ডেন বল প্ৰদান কৰা হয়, যিটো ৰড্ৰিয়ে নিজৰ দলৰ বাবে প্ৰশংসনীয়ভাৱে সম্পন্ন কৰে। (ফটো: পিটিআই)

স্পেইনৰ গ’লকিপাৰ উনাই ছিমনে ফিফা বিশ্বকাপ ২০২৬ত গোল্ডেন গ্ল’ভ লাভ কৰে। এই বঁটা প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গ’লকিপাৰক প্ৰদান কৰা হয়। ২০২৬ চনৰ ফিফা বিশ্বকাপত উনাই ছিমনে মাত্ৰ এটা গ’লহে দিছিল। (ফটো: পিটিআই)

ফিফা বিশ্বকাপ ২০২৬ত স্পেইনৰ পাউ কুবাৰ্চিয়েও শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বঁটা লাভ কৰে।(ফটো: পিটিআই)

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
Next Post
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.