• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

20 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

32 minutes ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

1 hour ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

3 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

3 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

3 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

4 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

6 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

7 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

8 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

জানক ইয়াৰ আঁৰৰ ৰহস্য

editor by editor
July 20, 2026
in খাদ্য, জীৱনশৈলী, বিজ্ঞান, বিবিধ
0
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চকলেট খোৱাৰ সময়ত আপুনি নিশ্চয় এটা কথা লক্ষ্য কৰিছে যে প্ৰায় সকলো চকলেটেই সৰু সৰু বৰ্গাকাৰ বা আয়তাকাৰ খণ্ডত বিভক্ত হৈ থাকে। কিন্তু কেতিয়াবা ভাবি চাইছেনে, চকলেট একেবাৰে মসৃণ আৰু সমতলভাৱে কিয় বনোৱা নহয়? আচলতে এই নক্সাটো কেৱল ধুনীয়া দেখুৱাবলৈ কৰা নহয়। ইয়াৰ আঁৰত লুকাই আছে মানুহৰ মনস্তাত্বিক দিশ, বিজ্ঞান, ব্যৱহাৰিক সুবিধা আৰু উৎপাদন প্ৰক্ৰিয়াৰ বহুতো যুক্তিসংগত কাৰণ। আহক, জানো এই বৰ্গাকাৰ খণ্ডসমূহৰ প্ৰকৃত উদ্দেশ্য কি।

প্ৰয়োজনতকৈ অধিক চকলেট খোৱাৰ পৰা বিৰত ৰাখে

মানুহৰ মগজুৱে বহু ক্ষেত্ৰত চকুৰে দেখা বস্তুৰ ওপৰত ভিত্তি কৰিয়েই কিমান খাদ্য খাব লাগে সেয়া নিৰ্ধাৰণ কৰে। বৰ্গতাকৃতিৰ ভাগ নথকা চকলেটৰ ক্ষেত্ৰত সাধাৰণতে অজানিতে আমি গোটেইতো এবাৰতে খাই পেলাব পাৰোঁ কিন্তু বৰ্গাকাৰত ভাগ কৰা চকলেটৰ ক্ষেত্ৰত সাধাৰণতে সেয়া নহয়। শুনিবলৈ আচহুৱা যেন লাগিলেও মনস্তাত্বিক গৱেষণাৰ পিছতে প্ৰায়বোৰ চকলেট এনেদৰে ভাগ ভাগ কৰি প্ৰস্তুত কৰা হৈছে। কিয়নো চকলেটটো যেতিয়া সৰু সৰু টুকুৰাত ভাগ কৰা থাকে, প্ৰতিটো টুকুৰাই মগজুক একোটা ‘ষ্টপ ছিগনেল’ দিয়ে। ফলত কেইটামান টুকুৰা খোৱাৰ পিছতেই বহুতে সহজে ৰৈ যাব পাৰে আৰু অতিৰিক্ত চকলেট খোৱাৰ আশংকা কমে।

আনৰ সৈতে সহজে ভাগ-বটোৱাৰা কৰিব পাৰি

চকলেটৰ আনন্দ কেৱল অকলে নহয়, আপোনজনৰ সৈতে ভাগ কৰি খোৱাতহে মাদকতা থাকে। সেয়েহে সৰু সৰু বৰ্গাকাৰ টুকুৰাবোৰ এই ক্ষেত্ৰত বিশেষভাৱে উপযোগী।
ইতিহাসবিদসকলৰ মতে, ঊনবিংশ শতিকাত চকলেট সাধাৰণ পৰিয়াললৈ অধিক পৰিমাণে উপলব্ধ হোৱাৰ পিছত, সমানভাৱে ভাগ কৰিব পৰাকৈ এনে নক্সা জনপ্ৰিয় হয়। প্ৰতিটো ব্লকেই একে আকাৰ আৰু একে পৰিমাণে প্ৰস্তুত কৰা হয়।

সহজে ভাঙি নাযায়

কাৰখানাৰ পৰা দোকানলৈ আৰু তাৰ পিছত গ্ৰাহকৰ হাতলৈ আহোঁতে একোটা চকলেটে দূৰ বাট অতিক্ৰম কৰিবলগীয়া হয়। এই যাত্ৰাপথ বহু হেঁচা, জোকাৰণিৰ মাজেৰে পাৰ হয়। যদি চকলেট একেবাৰে সমতল পাতৰ দৰে বনোৱা হ’লহেঁতেন, তেন্তে যিকোনো ঠাইৰ পৰা সহজেই ফাটি বা ভাঙি যোৱাৰ আশংকা থাকিলহেঁতেন। কিন্তু মাজত থকা খাঁজসমূহে চাপ সুষমভাৱে বিতৰণ কৰাত সহায় কৰে। যাৰ বাবে চকলেটসমূহ ভাঙি যোৱাৰ আশংকা যথেষ্ট হ্ৰাস পায়।

উৎপাদন প্ৰক্ৰিয়াও সহজ আৰু নিখুঁত হয়

এই বৰ্গাকাৰ নক্সাই চকলেট নিৰ্মাণকাৰী কোম্পানীসমূহৰ কামো যথেষ্ট সহজ কৰি তোলে। কাৰখানাত গলিত চকলেট বিশেষ সাঁচত ঢালি ঠাণ্ডা কৰা হয়। যদি এটা ডাঙৰ, একেবাৰে সমতল চকলেট বনোৱা হয়, তেন্তে ই সকলো ঠাইতে সমানভাৱে ঠাণ্ডা নহ’বও পাৰে। ফলত ভিতৰত বায়ুৰ বুদবুদ, ফাঁট বা অন্যান্য ত্ৰুটি সৃষ্টি হ’ব পাৰে। সৰু সৰু খাঁজ থকাৰ বাবে চকলেট সকলো দিশৰ পৰা সমানভাৱে আৰু দ্ৰুতগতিত ঠাণ্ডা হয়। লগতে সাঁচৰ পৰা ভঙা-চিঙা নোহোৱাকৈ সহজে উলিয়াব পাৰি। ইয়াৰ ফলত প্ৰতিটো চকলেট বাৰৰ আকাৰ, ওজন আৰু মান একে ধৰণৰ বজাই ৰখা সহজ হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24chocolate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ
জীৱনশৈলী

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

July 21, 2026
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

July 21, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
Next Post
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.