• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

11 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

2 seconds ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

31 minutes ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

1 hour ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

2 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

11 hours ago
মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

মানৱীয় দৃষ্টিকোণেৰে আপুনিও বন্যাৰ্তৰ বাবে কৰিব পাৰে এই কাম

12 hours ago
চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

চকলেট সদায় সৰু সৰু বৰ্গাকাৰত কিয় ভাগ কৰা থাকে?

13 hours ago
সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

সঘনাই কথাবোৰ পাহৰে নেকি? এয়া হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ!

14 hours ago
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

14 hours ago
৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

৩৮ বছৰ পিছত পোহৰলৈ আহিল বিস্ময়কৰ ঘটনা, হাস্পতালতে সাল-সলনি হৈছিল দুটি শিশু

15 hours ago
আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

আপোনাৰ মানীপাৰ্চত টকা নাথাকে নেকি?

16 hours ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী

আমেৰিকাৰ ইতিহাসত ১৫৬ বছৰ পিছত কৰিলে এই কাম

editor by editor
July 20, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ঘৰলৈ নতুন আলহী
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভেঞ্চ আৰু পত্নী তথা দেশখনৰ ছেকেণ্ড লেডী উষা ভেঞ্চে শেহতীয়াকৈ এটি পুত্ৰ সন্তানৰ জন্ম দিছে। দেওবাৰে জন্ম হোৱা তেওঁলোকৰ চতুৰ্থ সন্তানটিৰ নাম ৰাখিছে এলেক নীল ভেঞ্চ। ইয়াৰ পূৰ্বে দম্পতীটোৰ তিনিটা সন্তান আছে— ৯ বছৰীয়া ইভান, ৬ বছৰীয়া বিবেক আৰু ৪ বছৰীয়া মিৰাবেল। নীলৰ জন্মৰ লগে লগে আমেৰিকাৰ ইতিহাসত প্ৰায় ১৫৬ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দায়িত্বত থকা অৱস্থাত এজন আমেৰিকান উপ-ৰাষ্ট্ৰপতিৰ ঘৰত সন্তানৰ জন্ম হৈছে। জে ডি ভেঞ্চ আৰু উষা ভেঞ্চে ছ’চিয়েল মিডিয়াত সদৰী কৰে সন্তান জন্মৰ এই সু-খবৰ। উষা ভেঞ্চে ৱাল্টাৰ ৰিড নেশ্যনেল মিলিটাৰী মেডিকেল চেণ্টাৰত শিশুটোৰ জন্ম দিয়ে। জে ডি ভেঞ্চে ছচিয়েল মিডিয়াযোগে চিকিৎসালয়খনৰ চিকিৎসক আৰু কৰ্মচাৰীসকলৰ লগতে হোৱাইট হাউছৰ চিকিৎসা দলকো তেওঁলোকৰ যত্ন আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

১৫৬ বছৰৰ পাছত এই ঘটনা

আমেৰিকান সংবাদমাধ্যম চিবিএছ নিউজৰ তথ্য অনুসৰি, আধুনিক আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দায়িত্বত থকা এজন উপ-ৰাষ্ট্ৰপতিৰ পৰিয়ালত সন্তানৰ জন্ম হৈছে। প্ৰতিবেদন মতে, ইয়াৰ আগতে ১৮৭০ চনত তদানীন্তন উপ-ৰাষ্ট্ৰপতি শুইলাৰ ক’লফেক্স জুনিয়ৰ আৰু তেওঁৰ পত্নী এলেন ক’লফেক্সৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। তাৰো আগতে ১৮২৯ চনত তদানীন্তন উপ-ৰাষ্ট্ৰপতি জন চি. কেলহুন আৰু তেওঁৰ পত্নীৰ ঘৰত সন্তান জন্ম হৈছিল। উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰি থকা সময়ছোৱাত চতুৰ্থবাৰৰ বাবে পিতৃ হোৱা জে. ডি. ভেঞ্চলৈ দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তি, ৰাজনীতিবিদ আৰু শুভাকাংক্ষীয়ে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

আমেৰিকান দম্পতীসকলক অধিক সন্তান জন্ম দিয়াৰ আহ্বান

জে ডি ভেঞ্চে ৰাজনৈতিক জীৱনত পৰিয়াল আৰু সন্তান জন্মৰ বিষয়টো সদায় গুৰুত্ব সহকাৰে উত্থাপন কৰি আহিছে। তেওঁ একাধিক ভাষণত আমেৰিকান দম্পতীসকলক অধিক সন্তান জন্ম দিয়াৰ আহ্বান জনাইছে। ২০২৫ চনত অনুষ্ঠিত গ*ৰ্ভপাত-বিৰোধী ‘March for Life’ সমাৱেশত ভাষণ দি তেওঁ কৈছিল, “মই বিচাৰো যে আমেৰিকাত অধিক শিশুৰ জন্ম হওক।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24J D Vence
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ
বিশ্ব

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

July 21, 2026
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি
জীৱনশৈলী

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

July 21, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

July 21, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

July 21, 2026
Next Post
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ'ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ'ব আৰ্থিক লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.